VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 28, 2022
in ৰাজনীতি
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

ডিচেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া নিজৰ গৃহ ৰাজ্য গুজৰাটলৈ দুদিনীয়া ভ্ৰমণসূচীৰে আজি উপস্থিত  হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে একেলগে কাম কৰা ডাবল ইঞ্জিন চৰকাৰে  উন্নয়নৰ নতুন উচ্চতালৈ লৈ গৈছে গুজৰাটক।

শনিবাৰে ৰাজকোট জিলাৰ আটকোটত শ্ৰী পেটেল সেৱা সমাজে নিৰ্মাণ কৰা নৱনিৰ্মিত মতুশ্ৰী কেডিপি মাল্টিস্পেচিয়েলিটি হাস্পতাল উদ্বোধন কৰাৰ পিছতে এক বৃহৎ সমাৱেশত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে এই চিকিৎসালয়খন সৌৰাষ্ট্ৰৰ স্বাস্থ্য সেৱাৰ উন্নতিৰ বাবে কৰা হৈছে ৷ ই জনসাধাৰণৰ জীৱন উন্নত কৰাৰ প্ৰচেষ্টাৰ বাবে চৰকাৰী আৰু ব্যক্তিগতৰ মাজত থকা সহযোগিতাৰ উদাহৰণ।এনডিএ চৰকাৰৰ আঠ বছৰ সফলভাৱে সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে তেওঁক জাতি সেৱাৰ সুযোগ দিয়াৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে ৷

মোদীয়ে কয় “চৰ্দাৰ আৰু মহাত্মা গান্ধীৰ এই ভূমিত যোৱা আঠ বছৰত আমি ভুলতো এনে কোনো কাম কৰা নাই বা হ’বলৈ দিয়া নাই যাৰ বাবে আপুনি বা এই দেশৰ আন কোনো নাগৰিকে লাজত শিৰনত কৰিবলগীয়া হৈছে ৷ এই বছৰবোৰত দৰিদ্ৰ লোকৰ সেৱা, সুশাসন আৰু ‘দৰিদ্ৰৰ কল্যাণ’ক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে।’ তেওঁ কয় যে ‘সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস’ মন্ত্ৰই জাতিটোক উন্নয়নৰ বাবে আগবঢ়াই নিছে ৷ তেওঁ কয়, ‘আমি সকলো সা-সুবিধা যাতে ৰাইজৰ বাবে উপলব্ধ কৰা হয় তাৰ বাবে আমি  কাম কৰি আছো। বৈষম্য আৰু দুৰ্নীতিৰ কোনো পৰিসৰ নাই। যোৱা আঠ বছৰত আমি বাপু আৰু চৰ্দাৰৰ সপোনৰ ভাৰত নির্মাণ কৰিবলৈ  চেষ্টা কৰিছো।’-

 

Previous Post

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

Next Post

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

Related Posts

কেন্দ্ৰীয় মন্ত্ৰীত্ব হেৰুৱাব ৰামেশ্বৰ তেলীয়ে !! সন্মুখত চাৰিখন ডাঙৰ ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচনক লৈ তৎপৰ বিজেপিয়ে কৰিব সালসলনি
ৰাজনীতি

কেন্দ্ৰীয় মন্ত্ৰীত্ব হেৰুৱাব ৰামেশ্বৰ তেলীয়ে !! সন্মুখত চাৰিখন ডাঙৰ ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচনক লৈ তৎপৰ বিজেপিয়ে কৰিব সালসলনি

June 8, 2023
‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ
ৰাজনীতি

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল
ৰাজনীতি

ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল

June 1, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !
ৰাজনীতি

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত
ৰাজনীতি

সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত

May 27, 2023
অনিমন্ত্ৰিত ৰাষ্ট্ৰপতি মুর্মুঃ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৯টা বিৰোধী দলে বর্জন কৰিব নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান
ৰাজনীতি

বিৰোধীয়ে বর্জন কৰিলেও মোদীৰ সংসদ ভৱন উদ্বোধনী অনুষ্ঠানত থাকিব ১৭ টা ৰাজনৈতিক দল

May 25, 2023
Next Post
হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7