VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাছিয়াত জি জিনপিং, ইউক্ৰেইনত জাপানৰ প্ৰধানমন্ত্ৰী, কি বার্তা দিব বিচাৰিছে দুই ৰাষ্ট্ৰনেতাৰ !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 22, 2023
in ৰাজনীতি
ৰাছিয়াত জি জিনপিং, ইউক্ৰেইনত জাপানৰ প্ৰধানমন্ত্ৰী, কি বার্তা দিব বিচাৰিছে দুই ৰাষ্ট্ৰনেতাৰ !!
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

 

 

মঙলবাৰে মস্কোত উপস্থিত হয় চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং। এই তিনিদিনীয়া ৰাছিয়া ভ্ৰমণৰ সময়ত তেওঁ সেই দেশৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনক  সাক্ষাৎ কৰিব । আনহাতে, মঙলবাৰে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিডাই ইউক্ৰেইনৰ কিয়েভত উপস্থিত হৈছে ৷

 

জিৰ মস্কো ভ্ৰমণৰ মাত্ৰ কেইদিনমান পূৰ্বে আন্তৰ্জাতিক ফৌজদাৰী আদালতে পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল। কোৱা হৈছিল যে আদালতৰ অধীনৰ যিকোনো দেশত ভৰি দিলে পুটিনক গ্ৰেপ্তাৰ কৰা হ’ব। পুটিনে আদালতৰ এই পৰোৱানাক তিলমাত্ৰও গুৰুত্ব প্ৰদান কৰা নাই ৷  চীনেও যে এই নির্দেশক গুৰুত্ব দিয়া নাইসেয়া জি জিনপিঙৰ  মস্কো ভ্ৰমণৰ সময়ত স্পষ্ট হৈ পৰিল।

 

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰায় ১৩ মাহ পাৰ হৈ গ’ল। ভাৰতৰ দৰে বেইজিঙেও এতিয়ালৈকে ৰাষ্ট্ৰসংঘত যুদ্ধৰ সৈতে জড়িত মানৱ অধিকাৰৰ প্ৰস্তাৱত মস্কোৰ বিৰুদ্ধে ভোটদানৰ পৰা বিৰত আছে। কিন্তু সোমবাৰে মস্কোলৈ তিনিদিনীয়া ভ্ৰমণত জিয়ে স্পষ্টকৈ কয় যে তেওঁলোকে ৰাছিয়াৰ কাষত থিয় দিছে। মস্কো ভ্ৰমণৰ লক্ষ্য হৈছে শান্তি প্ৰতিষ্ঠা।

 

আমেৰিকা আৰু ইউৰোপীয় দেশসমূহে সন্দেহ কৰিছে যে চীনে গোপনে অস্ত্ৰ যোগান ধৰি ৰাছিয়াৰ হাত শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে। ইউক্ৰেইনে কয় যে ইয়াৰ প্ৰমাণ এতিয়াও পোৱা হোৱা নাই।

 

জাপানৰ প্ৰধানমন্ত্ৰীয়ে এই যুদ্ধত ইউক্ৰেইনৰ কাষত থিয় দিয়াৰ বাৰ্তা দিছে। অৱশ্যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত গ্ৰহণ কৰা শান্তি নীতিৰ বাবে টকিঅ’ই কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ প্ৰদান নকৰে।

 

আজি কিছিদাক পোলেণ্ডৰ পৰা ইউক্ৰেইনলৈ যোৱা ৰেলত ভ্ৰমণ কৰি থকা দেখা যায় ৷ প্ৰশাসনৰ সূত্ৰ অনুসৰি কিশ্বিদাই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ সৈতে কিয়েভত সাক্ষাৎ কৰিব। জেলেনস্কিৰ নেতৃত্বত ১৩ মাহৰ যুদ্ধৰ বাবে ইউক্ৰেইনৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিব জাপানৰ প্ৰধানমন্ত্ৰীয়ে।

 

কিছিদাৰ কিয়েভ ভ্ৰমণ কেৱল জাপানৰ প্ৰধানমন্ত্ৰী হিচাপেই নহয়, জি-৭ গ্ৰুপৰ অধ্যক্ষ হিচাপেও। শেহতীয়াকৈ জাপানে দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনে নিজৰ আধিপত্য প্ৰকাশ কৰাৰ ধৰণটো ভালদৰে দেখা নাই।  চীনে জাপানৰ সংলগ্ন অঞ্চলত ৰাছিয়াৰ সৈতে সামৰিক অনুশীলন চলাইছে। টাইৱানৰ ওপৰত চীনৰ আগ্ৰাসনৰ ক্ষেত্ৰতো জাপানে বিপদ দেখিছে। এই ভ্ৰমণত জাপানে চীনক এই বাৰ্তা দিব বিচাৰিছে, যে জাপানে ইউক্ৰেইনৰ মাটিত ৰাছিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে আমেৰিকা আৰু ইউৰোপীয় দেশসমূহৰ সৈতে থিয় দিছে।

 

Previous Post

গোলকীয় উষ্ণতা বৃদ্ধিয়ে মানৱ জাতিলৈ আনিব বিপদ , নতুন প্ৰতিবেদনত উদ্বেগজনক তথ্য

Next Post

পুনৰ জটিল ৰূপ ল’ব নেকি ক’ভিডে ?দেশত দৈনিক আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে এহেজাৰৰ ঘৰ ,, মৃত্যু ৫ জনৰ

Related Posts

২২ হাজাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বিজেপিয়ে! কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কমল নাথৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক আক্ৰমণ
ৰাজনীতি

২২ হাজাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বিজেপিয়ে! কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কমল নাথৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক আক্ৰমণ

June 10, 2023
কেন্দ্ৰীয় মন্ত্ৰীত্ব হেৰুৱাব ৰামেশ্বৰ তেলীয়ে !! সন্মুখত চাৰিখন ডাঙৰ ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচনক লৈ তৎপৰ বিজেপিয়ে কৰিব সালসলনি
ৰাজনীতি

কেন্দ্ৰীয় মন্ত্ৰীত্ব হেৰুৱাব ৰামেশ্বৰ তেলীয়ে !! সন্মুখত চাৰিখন ডাঙৰ ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচনক লৈ তৎপৰ বিজেপিয়ে কৰিব সালসলনি

June 8, 2023
‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ
ৰাজনীতি

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল
ৰাজনীতি

ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল

June 1, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !
ৰাজনীতি

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত
ৰাজনীতি

সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত

May 27, 2023
Next Post
পুনৰ জটিল ৰূপ ল’ব নেকি ক’ভিডে ?দেশত দৈনিক আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে  এহেজাৰৰ ঘৰ ,, মৃত্যু ৫ জনৰ

পুনৰ জটিল ৰূপ ল’ব নেকি ক’ভিডে ?দেশত দৈনিক আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে এহেজাৰৰ ঘৰ ,, মৃত্যু ৫ জনৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7