VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

আইফেল টাৱাৰতকৈয়ো বিশাল গ্ৰহাণুৱে গতি কৰিছে পৃথিৱীৰ দিশে , কি ক’লে নাছাই ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 13, 2022
in বিজ্ঞান
আইফেল টাৱাৰতকৈয়ো বিশাল গ্ৰহাণুৱে গতি কৰিছে পৃথিৱীৰ দিশে , কি ক’লে নাছাই ?
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

আন এক মহজাগতিক পৰিঘটনাৰ সন্মুখীন হ’ব আমি বাস কৰা  গ্ৰহ পৃথিৱী ৷ মহাকাশ বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে যে এটা বিশাল গ্ৰহাণু পৃথিৱীৰ ফালে আহি আছে। আমেৰিকান মহাকাশ সংস্থা নাছা (নেচনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন)ৰ মতে নিৰীক্ষণ কৰি থকা, বিশাল মহাকাশ  গ্ৰহাণুটোৱে  অহা ১৬ মে’ৰ নিশা  ২.৪৮  বজাত পৃথিৱীৰ ওচৰেৰে পাৰ হৈ যাব ৷

নাছাই প্ৰকাশ কৰা অনুসৰি গ্ৰহাণুটো ১,৬০৮ ফুট বহল।  ই আইফেল টাৱাৰতকৈও ডাঙৰ আৰু ষ্টেচু অফ লিবাৰ্টিতকৈয়ো ওখ ৷ বিজ্ঞানীসকলৰ মতে গ্ৰহাণুটোৱে  পৃথিৱীত আঘাত কৰিলে বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে ৷  কিন্তু মহাকাশ বিজ্ঞানীসকলৰ গণনা অনুসৰি ই পৃথিৱীৰ পৰা প্ৰায় ২.৫ নিযুত মাইল দূৰত্বৰে অতিক্ৰম কৰিব ৷

যদিও ই এক বৃহৎ দূৰত্ব যেন লাগে  মহাকাশৰ ক্ষেত্ৰত সেয়া কোনো বৃহৎ দুৰত্ব নহয় ৷  যাৰ বাবে  নাছাই ইয়াক যথেষ্ট নিকটৱর্তী পৰিঘটনা হিচাপে আখ্য দিছে ৷ ইয়াৰ পূর্বেও এই ৩৮৮৯৪৫ গ্ৰহাণুটোৱে  ২০২০ চনৰ মে মাহত পৃথিৱীৰ অতি ওচৰৰ পৰা পাৰ হৈছিল  ৷ সেই সময়ত ১.৭ নিযুত মাইল দূৰত্বৰে পাৰ হৈছিল গ্ৰহাণুটো ৷ ।

মহাকাশ বিজ্ঞানীসকলৰ মতে এই গ্ৰহাণুটোৱে  সূৰ্যক প্ৰদক্ষিণ কৰোঁতে প্ৰতি দুবছৰত  নিয়মীয়াকৈ পৃথিৱীক অতিক্ৰম কৰে ৷ পৰৱৰ্তী সময়ত ই ২০২৪ চনৰ  মেত পৃথিৱীৰ ওচৰেৰে   পাৰ হ’ব ৷ গ্ৰহাণুটো পুনৰ ২১৬৩ চনৰ মে মাহত পৃথিৱীৰ ওচৰলৈ আহিব।যদি এটা গ্ৰহাণু পৃথিৱীৰ পৰা  ৪.৬৫  নিযুত মাইলৰ ভিতৰলৈ  আহে আৰু এক নিৰ্দিষ্ট আকাৰতকৈ অধিক হ’লে মহাকাশ সংস্থাবোৰে “সম্ভাৱ্য বিপদজনক” বুলি গণ্য কৰে।

 

 

Previous Post

হাৰ্ভাৰডৰ চেণ্টাৰ অফ এষ্ট্ৰ’ফিজিক্স আৰু ইভেণ্ট হৰাইজন টেলিস্কোপৰ বিজ্ঞানীসকলৰ আন এক সফলতা

Next Post

সময়মতে হ’ব নীট -পিজিৰ প্ৰৱেশ পৰীক্ষা, পিছুৱাই দিবলৈ কৰা আৱেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

Related Posts

সমগ্ৰ বিশ্বৰ পৰা চন্দ্ৰগ্ৰহণৰ শ্বাসৰুদ্ধকাৰী ছবি
বিজ্ঞান

সমগ্ৰ বিশ্বৰ পৰা চন্দ্ৰগ্ৰহণৰ শ্বাসৰুদ্ধকাৰী ছবি

May 18, 2022
পৃথিৱীৰ বহু ঠাইত দৃশ্যমান হ’ল ২০২২ চনৰ প্ৰথমটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ
বিজ্ঞান

পৃথিৱীৰ বহু ঠাইত দৃশ্যমান হ’ল ২০২২ চনৰ প্ৰথমটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ

May 16, 2022
হাৰ্ভাৰডৰ চেণ্টাৰ অফ এষ্ট্ৰ’ফিজিক্স আৰু ইভেণ্ট হৰাইজন টেলিস্কোপৰ বিজ্ঞানীসকলৰ আন এক সফলতা
বিজ্ঞান

হাৰ্ভাৰডৰ চেণ্টাৰ অফ এষ্ট্ৰ’ফিজিক্স আৰু ইভেণ্ট হৰাইজন টেলিস্কোপৰ বিজ্ঞানীসকলৰ আন এক সফলতা

May 13, 2022
বিশ্বৰ প্ৰথমখন ৰবটে পেইণ্টকৰা আৰ্ট কাৰ
বিজ্ঞান

বিশ্বৰ প্ৰথমখন ৰবটে পেইণ্টকৰা আৰ্ট কাৰ

May 11, 2022
নাছাই  আকাশীগঙ্গাৰ ছায়াপথত বন্দী কৰিছে ২২ টা কৃষ্ণগহ্বৰৰ আশ্চৰ্যকৰ দৃশ্য
বিজ্ঞান

নাছাই আকাশীগঙ্গাৰ ছায়াপথত বন্দী কৰিছে ২২ টা কৃষ্ণগহ্বৰৰ আশ্চৰ্যকৰ দৃশ্য

May 4, 2022
৩০ এপ্ৰিলত, ২০২২ চনৰ প্ৰথমটো  সূৰ্যগ্ৰহণ
বিজ্ঞান

৩০ এপ্ৰিলত, ২০২২ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ

April 29, 2022
Next Post
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?

সময়মতে হ’ব নীট -পিজিৰ প্ৰৱেশ পৰীক্ষা, পিছুৱাই দিবলৈ কৰা আৱেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7