VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পৃথিৱীৰ কেন্দ্ৰক সামৰি আছে এভাৰেষ্টতকৈয়ো ওখ স্তৰে, বিজ্ঞানীৰ গৱেষণাত নতুন তথ্য

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 12, 2023
in বিজ্ঞান
পৃথিৱীৰ কেন্দ্ৰক সামৰি আছে এভাৰেষ্টতকৈয়ো ওখ স্তৰে, বিজ্ঞানীৰ গৱেষণাত নতুন তথ্য
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

এটা বিশেষ স্তৰে পৃথিৱীৰ কেন্দ্ৰক আৱৰি আছে ৷ শেহতীয়াকৈ আলাবামা বিশ্ববিদ্যালয়, এৰিজোনা ষ্টেট বিশ্ববিদ্যালয় আৰু লিডছ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে একেলগে এই তথ্য প্ৰকাশ কৰিছে। গৱেষকসকলে দাবী কৰে যে তেওঁলোকে এন্টাৰ্কটিকাত তিনি বছৰ ধৰি গৱেষণা কৰি এই সিদ্ধান্তত উপনীত হৈছে। এই স্তৰৰ যিকোনো অংশ মাউণ্ট এভাৰেষ্টতকৈও উচ্চ বুলিও তেওঁলোকে দাবী কৰে। অৱশ্যে এই স্তৰটো সঠিকভাৱে কিহৰ পৰা গঠিত, এতিয়াও গৱেষণা চলি আছে। কাল্পনিকভাৱে স্তৰটোত গলিত লোহা আৰু কাৰ্বন থাকিব পাৰে বুলি তেওঁলোকে সদৰী কৰিছে ।

 

সাধাৰণতে পৃথিৱীৰ গঠন তিনিটা ভাগত বিভক্ত। ওপৰৰ স্তৰটো হ’ল খোলা। ইয়াৰ পিছত মেণ্টেল বা গুৰুমণ্ডল আৰু আটাইতকৈ তলৰ অংশটো হৈছে ক’ৰ বা কেন্দ্ৰমণ্ডল। নিউক্লিয়াছৰ দুটা অংশ, বাহিৰৰ নিউক্লিয়াছ আৰু ভিতৰৰ নিউক্লিয়াছ। যোৱা ফেব্ৰুৱাৰী মাহত বিজ্ঞানীৰ এটা দলে কৈছিল যে পৃথিৱীৰ কেন্দ্ৰত আন এটা স্তৰ আছে। এইবাৰ আলাবামা বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে নতুন তথ্য প্ৰকাশ কৰিলে । নতুন তৰপটো কোনো কোনো ঠাইত ৪ কিলোমিটাৰ আৰু কোনো কোনো ঠাইত ৪০ কিলোমিটাৰ পর্যন্ত ডাঠ।

 

সহজ ভাষাত ক’বলৈ গ’লে গুৰু মণ্ডল পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় ২৯০০ কিলোমিটাৰ গভীৰতাত কেন্দ্ৰমণ্ডলৰ সৈতে একত্ৰিত হয়। ইয়াতেই নিহিত হৈ আছে নতুনকৈ আৱিষ্কাৰ কৰা স্তৰটো। ক’ব পাৰি যে এই স্তৰটো বাহিৰৰ কেন্দ্ৰটো আবৰি থকা পৰ্বতমালাৰ দৰে, যাৰ কিছুমান অংশ এভাৰেষ্টতকৈও ওখ। বিজ্ঞানীসকলে এই বিষয়ে অধিক গৱেষণাৰ প্ৰয়োজন বুলি অনুভৱ কৰে ৷

Previous Post

দিল্লী-আজমেৰৰ মাজত বন্দে ভাৰত মুকলি কৰিলে মোদীয়ে

Next Post

১৪ এপ্ৰিলত কামৰূপ জিলাৰ পৰিসীমাৰ আকাশ মাৰ্গত সকলোধৰণৰ মানৱ বিহীন আকাশী যান/ড্ৰোণৰ উৰণত নিষেধাজ্ঞা আৰোপ

Related Posts

বিশাল গ্ৰহৰ সন্ধানত লাভ ভাৰতীয় বিজ্ঞানীৰ
বিজ্ঞান

বিশাল গ্ৰহৰ সন্ধানত লাভ ভাৰতীয় বিজ্ঞানীৰ

May 31, 2023
উপগ্ৰহৰ সংখ্যাৰে বৃহস্পতিক অতিক্ৰম কৰিলে শনিয়ে,  ১৪৫ টালৈ বৃদ্ধি পালে উপগ্ৰহ
বিজ্ঞান

উপগ্ৰহৰ সংখ্যাৰে বৃহস্পতিক অতিক্ৰম কৰিলে শনিয়ে, ১৪৫ টালৈ বৃদ্ধি পালে উপগ্ৰহ

May 16, 2023
মংগল গ্ৰহত আছিল গভীৰ নদী, মহাকাশযানে প্ৰেৰণ কৰিলে নতুন ছবি
বিজ্ঞান

মংগল গ্ৰহত আছিল গভীৰ নদী, মহাকাশযানে প্ৰেৰণ কৰিলে নতুন ছবি

May 13, 2023
৫ মে’ত বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ, ক’ৰ পৰা দেখা যাব এই মহাজাগতিক পৰিঘটনা ??
বিজ্ঞান

৫ মে’ত বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ, ক’ৰ পৰা দেখা যাব এই মহাজাগতিক পৰিঘটনা ??

May 4, 2023
কলিয়াবৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান সমাৰোহ সম্পন্ন
বিজ্ঞান

কলিয়াবৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান সমাৰোহ সম্পন্ন

May 3, 2023
মংগল গ্ৰহলৈ  ‘টিয়ানৱেন-১’  প্ৰেৰণেৰে সাফল্য চীনৰ
বিজ্ঞান

মংগল গ্ৰহলৈ ‘টিয়ানৱেন-১’ প্ৰেৰণেৰে সাফল্য চীনৰ

April 24, 2023
Next Post
সলাইছে কৌশল, ড্ৰোনেৰে পাকিস্তানৰ পৰা সৰবৰাহ ড্ৰাগছ,  ১ কেজি হেৰোইনসহ জব্দ ড্ৰোন

১৪ এপ্ৰিলত কামৰূপ জিলাৰ পৰিসীমাৰ আকাশ মাৰ্গত সকলোধৰণৰ মানৱ বিহীন আকাশী যান/ড্ৰোণৰ উৰণত নিষেধাজ্ঞা আৰোপ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7