VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উল্কাপিণ্ডৰ বৰষুণঃ নিশাৰ আকাশত দৃশ্যমান হৈছে লাইৰিড উল্কাপিণ্ড , কেতিয়ালৈ দেখা পাব আকাশত ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 17, 2023
in বিজ্ঞান
উল্কাপিণ্ডৰ বৰষুণঃ নিশাৰ আকাশত দৃশ্যমান হৈছে লাইৰিড উল্কাপিণ্ড , কেতিয়ালৈ দেখা পাব আকাশত ?
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

আকাশত ৰাতিৰ আন্ধাৰৰ মাজেৰে পোহৰৰ বিন্দু এটা জিলিকি উঠিব। নিশাৰ আকাশত দেখা যাব  লাইৰিড উল্কা ৷  ১৫ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ দেখা যাব ইয়াক ৷ বিশেষজ্ঞসকলে কয় যে এইবোৰ সমগ্ৰ বিশ্বতে দেখা পোৱা যাব। ২১ এপ্ৰিল আৰু ২২ এপ্ৰিলত সৰ্বোত্তমভাৱে দেখা যায়।

 

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ তথ্য অনুসৰি লাইৰিড উল্কাপিণ্ডৰ দ্ৰুত গতি আৰু উজ্জ্বলতাৰ বাবে সুনাম আছে। পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেৰে পাৰ হৈ যোৱাৰ লগে লগে ইহঁতৰ ধূলিৰ আৱৰণবোৰ জ্বলি শেষ হৈ যাব, কেতিয়াবা জুইৰ গোলৰ ৰূপ ল’ব। বিগত ২৭০০ বছৰ ধৰি লাইৰিড উল্কাপিণ্ড দৃশ্যমান হৈ আছে। ইহঁতৰ জন্ম লাইৰা নক্ষত্ৰমণ্ডলৰ পৰা, সেয়েহে ইয়াৰ নাম লাইৰিড। লাইৰিড হৈছে থেচাৰ নামৰ ধুমকেতুৰ পৰা ওলোৱা ধ্বংসাৱশেষৰ অংশ। এই মুহূৰ্তত থেচাৰেও সৌৰ জগতৰ মাজেৰে পাৰ হৈ গৈছে। থেচাৰে ৪১৫ বছৰত এবাৰ সূৰ্য্যক প্ৰদক্ষিণ কৰে।

 

ৰাতি লাইৰিডক সৰ্বোত্তম ৰূপত দেখা যায়। এইবাৰ নিশা ১০:৩০ বজাৰ পৰা ই দৃশ্যমান হ’ব । বিশেষজ্ঞসকলৰ মতে, চন্দ্ৰ আকাশত নথকা সময়ত প্ৰতি ঘণ্টাত ১০ৰ পৰা ১৫টা উল্কাপিণ্ড দেখা যাব। কপাল ভাল হ’লে অৱশ্যে প্ৰতি ঘণ্টাত ১০০টা উল্কাপিণ্ড দেখা পাব আপুনি ৷

 

Previous Post

কৌতূক অভিনেতা জনী লিভাৰৰ প্ৰেৰণা দীনেশ হিংগু

Next Post

গ্ৰীষ্মকালত শৰীৰ ঠাণ্ডা ৰখাৰ লগতে কমাব ওজন , ঘৰতে বনাই খাওক এই তিনিধৰণৰ লাচ্চি

Related Posts

বিশাল গ্ৰহৰ সন্ধানত লাভ ভাৰতীয় বিজ্ঞানীৰ
বিজ্ঞান

বিশাল গ্ৰহৰ সন্ধানত লাভ ভাৰতীয় বিজ্ঞানীৰ

May 31, 2023
উপগ্ৰহৰ সংখ্যাৰে বৃহস্পতিক অতিক্ৰম কৰিলে শনিয়ে,  ১৪৫ টালৈ বৃদ্ধি পালে উপগ্ৰহ
বিজ্ঞান

উপগ্ৰহৰ সংখ্যাৰে বৃহস্পতিক অতিক্ৰম কৰিলে শনিয়ে, ১৪৫ টালৈ বৃদ্ধি পালে উপগ্ৰহ

May 16, 2023
মংগল গ্ৰহত আছিল গভীৰ নদী, মহাকাশযানে প্ৰেৰণ কৰিলে নতুন ছবি
বিজ্ঞান

মংগল গ্ৰহত আছিল গভীৰ নদী, মহাকাশযানে প্ৰেৰণ কৰিলে নতুন ছবি

May 13, 2023
৫ মে’ত বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ, ক’ৰ পৰা দেখা যাব এই মহাজাগতিক পৰিঘটনা ??
বিজ্ঞান

৫ মে’ত বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ, ক’ৰ পৰা দেখা যাব এই মহাজাগতিক পৰিঘটনা ??

May 4, 2023
কলিয়াবৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান সমাৰোহ সম্পন্ন
বিজ্ঞান

কলিয়াবৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান সমাৰোহ সম্পন্ন

May 3, 2023
মংগল গ্ৰহলৈ  ‘টিয়ানৱেন-১’  প্ৰেৰণেৰে সাফল্য চীনৰ
বিজ্ঞান

মংগল গ্ৰহলৈ ‘টিয়ানৱেন-১’ প্ৰেৰণেৰে সাফল্য চীনৰ

April 24, 2023
Next Post
গ্ৰীষ্মকালত শৰীৰ ঠাণ্ডা ৰখাৰ লগতে কমাব ওজন , ঘৰতে বনাই খাওক এই তিনিধৰণৰ লাচ্চি

গ্ৰীষ্মকালত শৰীৰ ঠাণ্ডা ৰখাৰ লগতে কমাব ওজন , ঘৰতে বনাই খাওক এই তিনিধৰণৰ লাচ্চি

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7