VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

বিজ্ঞানীয়ে এটা অন্ধকাৰ কোঠাত কৃত্ৰিম সালোক সংশ্লেষণেৰে উৎপাদন কৰিলে উদ্ভিদৰ খাদ্য

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 29, 2022
in বিজ্ঞান
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

এইবাৰ বিজ্ঞানৰ এক আশ্চৰ্যকৰ অৱিষ্কাৰ ৷ সূৰ্যৰ পোহৰ অবিহনে, সালোক সংশ্লেষণ কেনেদৰে কৰিব পাৰি তাক আৱিষ্কাৰ কৰিলে বিজ্ঞানীয়ে  ৷ অবিশ্বাস্য যেন লাগিলেও ই সঁচা ৷ যদিও এইটো প্ৰায়ে বিজ্ঞান কল্পকাহিনীৰ চলচ্চিত্ৰতহে দেখা যায়, আমি এতিয়া ইয়াক বাস্তৱত পৰিণত কৰাৰ দিশে এখোজ আগ বাঢ়িছো। গৱেষকসকলে এই কথা দাবী কৰিছে যে, জলবায়ু পৰিৱৰ্তিত  হৈ থকা এইখন পৃথিৱীত ই খাদ্য উৎপাদনৰ বাবে নতুন পদ্ধতিৰ বিকাশত সহায় কৰিব।

কাৰ্বন ডাই অক্সাইড, শক্তি আৰু পানীৰ সহায়ত, ইলেক্ট্ৰকেটালাইটিক প্ৰক্ৰিয়াৰ বাবে উদ্ভিদবোৰ অন্ধকাৰত বিকশিত হ’ব পাৰে। পানী, কাৰ্বন ডাই অক্সাইড আৰু সৌৰ শক্তিক আমি খোৱা আহাৰলৈ ৰূপান্তৰ কৰাৰ সামৰ্থ্য লাখ লাখ বছৰ ধৰি উদ্ভিদত বিকশিত হৈছে। তথাপিও সূৰ্যৰ পৰা মাত্ৰ ১% শক্তিহে  সঁচাকৈয়ে উদ্ভিদলৈ যায়, যাৰ ফলত প্ৰক্ৰিয়াটো অকাৰ্যকৰী হয়।

এই আৱিষ্কাৰ সন্দৰ্ভত সহকাৰী অধ্যাপক ৰবাৰ্ট জিনকাৰছনে কৈছিল যে,”আমাৰ ৰণনীতিৰ দ্বাৰা, আমি খাদ্য উৎপাদনৰ এক নতুন পদ্ধতি আৱিষ্কাৰ কৰাৰ লক্ষ্য ৰাখিছিলো যি জৈৱিক সালোক সংশ্লেষণৰ দ্বাৰা প্ৰায়ে দিয়া সীমাবদ্ধতাক অতিক্ৰম কৰিব পাৰে।”

ইলেক্ট্ৰকেটালাইটিক প্ৰক্ৰিয়া ব্যৱহাৰ কৰি কাৰ্বন ডাই অক্সাইড, শক্তি আৰু পানী এচিটেটলৈ ৰূপান্তৰিত হয়,   যি হৈছে ভিনেগাৰৰ এক গুৰুত্বপূৰ্ণ উপাদান । আনহাতে আন্ধাৰত, খাদ্য উৎপাদক জীৱবোৰে বিকশিত হ’বলৈ এই এচিটেট খায়।

পৰীক্ষা-নিৰীক্ষা অনুসৰি, ইষ্ট, সেউজীয়া শেলাই, আৰু কাঠফুলা উৎপাদক ভেঁকুৰকে ধৰি কেইবাটাও খাদ্য উৎপাদক প্ৰজাতিৰ পোনপটীয়াকৈ এচিটেট সমৃদ্ধ ইলেক্ট্ৰলাইজাৰ আউটপুটত অন্ধকাৰত খেতি কৰিব পাৰি।

সূৰ্যৰ ওপৰত কৃষিৰ সম্পূৰ্ণ নিৰ্ভৰশীলতা উপশম কৰি, কৃত্ৰিম সালোক সংশ্লেষণে জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা সৃষ্টি কৰা  অধিক কঠিন পৰিস্থিতিত কৃষিক খাদ্য উৎপাদন কৰিবলৈ সক্ষম কৰে।বিশেষজ্ঞসকলে লগতে ভাবে যে, এই পদ্ধতি ব্যৱহাৰ কৰি  আমি মঙ্গল গ্ৰহতো উদ্ভিদ খেতি কৰিব পাৰোঁ।

#Maddow
Science break.
UC Riverside & University of Delaware have found a method to create food without sunlight via artificial photosynthesis. A two-step electrocatalytic process to convert carbon dioxide, electricity, & water into acetate, which is the main component in vinegar pic.twitter.com/zFLnJcwY8l

— Firecaptain (@Firecaptain16) June 28, 2022

Previous Post

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

Next Post

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

Related Posts

দক্ষিণ কোৰিয়াই আজি উৎক্ষেপণ কৰে ইয়াৰ প্ৰথম চন্দ্ৰ অৰ্বিটাৰ
বিজ্ঞান

দক্ষিণ কোৰিয়াই আজি উৎক্ষেপণ কৰে ইয়াৰ প্ৰথম চন্দ্ৰ অৰ্বিটাৰ

August 5, 2022
এতিয়াও পৃথিৱীৰ ঘূৰ্ণনৰ বৰ্ধিত গতিবেগৰ কাৰণ নাজানে গৱেষকসকলে
বিজ্ঞান

এতিয়াও পৃথিৱীৰ ঘূৰ্ণনৰ বৰ্ধিত গতিবেগৰ কাৰণ নাজানে গৱেষকসকলে

August 3, 2022
পৃথিৱীত যোগাযোগ প্ৰণালীক প্ৰভাৱিত কৰিব পৰা সৌৰ শিখাৰ বিষয়ে নাছাৰ সতৰ্কবাণী
বিজ্ঞান

পৃথিৱীত যোগাযোগ প্ৰণালীক প্ৰভাৱিত কৰিব পৰা সৌৰ শিখাৰ বিষয়ে নাছাৰ সতৰ্কবাণী

August 2, 2022
২০৩৩ চনত  মঙল গ্ৰহৰ শিল-মাটিৰ নমুনা অনা হ’ব পৃথিৱীলৈ, প্ৰেৰণ কৰা হ’ব হেলিকপ্টাৰ-ৰবট
বিজ্ঞান

২০৩৩ চনত মঙল গ্ৰহৰ শিল-মাটিৰ নমুনা অনা হ’ব পৃথিৱীলৈ, প্ৰেৰণ কৰা হ’ব হেলিকপ্টাৰ-ৰবট

July 28, 2022
ডাইনোচ’ৰাছৰ ৰজা হিচাপে ৰাজত্ব কৰা ‘টি-ৰেক্স’ টাইৰানোচাৰাছৰ এক  শক্তিশালী প্ৰজাতি
বিজ্ঞান

ডাইনোচ’ৰাছৰ ৰজা হিচাপে ৰাজত্ব কৰা ‘টি-ৰেক্স’ টাইৰানোচাৰাছৰ এক শক্তিশালী প্ৰজাতি

July 27, 2022
আপুনি জানেনে সাগৰৰ তলত থকা  ‘ব্ৰিন পুল’ প্ৰকৃততে কি ?
বিজ্ঞান

আপুনি জানেনে সাগৰৰ তলত থকা ‘ব্ৰিন পুল’ প্ৰকৃততে কি ?

July 25, 2022
Next Post
নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7