VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

৩০ এপ্ৰিলত, ২০২২ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ

ভাৰতে প্ৰত্যক্ষ কৰিব নোৱাৰিব এই সূৰ্যগ্ৰহণ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 29, 2022
in বিজ্ঞান
৩০ এপ্ৰিলত, ২০২২ চনৰ প্ৰথমটো  সূৰ্যগ্ৰহণ
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

এপ্ৰিলৰ শেষৰ দিনটোত দৃশ্যমান হ’ব বছৰটোৰ প্ৰথম সূৰ্যগ্ৰহণ ৷ অৱশ্যে ই হ’ব এক আংশিক সূৰ্যগ্ৰহণ, যি চাৰি ঘণ্টাতকৈ অধিক সময় থাকিব বুলি আশা কৰা হৈছে। যদিও ভাৰতে এই সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিব নোৱাৰিব, ঘটনাটো পৰ্যবেক্ষণ কৰিব পৰা দেশবোৰে শনিবাৰে ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১২;১৫ বজাৰ পৰা ২;১১ বজাৰ ভিতৰত এই দৃশ্য প্ৰতক্ষ কৰিব পাৰিব ৷

এই পৰিঘটণা সন্দৰ্ভত  নাছাই কৈছে যে চিলি, আৰ্জেণ্টিনা, উৰুগুৱেৰ বেছিভাগ অংশ, পশ্চিম পাৰাগুৱে, দক্ষিণ-পশ্চিম বলিভিয়া, দক্ষিণ-পূব পেৰু আৰু দক্ষিণ-পশ্চিম ব্ৰাজিলৰ এটা সৰু এলেকাকে ধৰি দক্ষিণ আমেৰিকাৰ কিছু অংশত এই গ্ৰহণ দৃশ্যমান হ’ব।

ইয়াৰ উপৰিও, এণ্টাৰ্কটিকাৰ কিছু অংশত, ফকলেণ্ড দ্বীপপুঞ্জকে ধৰি দক্ষিণ আমেৰিকাৰ দক্ষিণ-পূব উপকূলৰ ঠিক ওচৰৰ আটলাণ্টিক মহাসাগৰত, লগতে দক্ষিণ প্ৰশান্ত মহাসাগৰ আৰু দক্ষিণ মহাসাগৰত এই সূৰ্যগ্ৰহণ দৃশ্যমান হ’ব।

যেতিয়া চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ মাজৰে পাৰ হয় তেতিয়া সূৰ্যগ্ৰহণ হয়। যিহেতু ই এক আংশিক  সূৰ্যগ্ৰহণ, চন্দ্ৰই সূৰ্যক পৃথিৱীৰ পৰা দেখাৰ দৰে আংশিকভাৱে অস্পষ্ট কৰি তুলিব। নাছাৰ মতে, এই গ্ৰহণত চন্দ্ৰৰ দ্বাৰা আৱৰি থকা সূৰ্যৰ প্ৰায় ৬৫ শতাংশ দেখা যাব।

যিহেতু এই মহাকাশীয় পৰিঘটনাটো ভাৰতৰ পৰা চাব নোৱাৰি সেয়ে ঘটনাটো চাবলৈ আগ্ৰহী সকলে ইউটিউবত এই দৃশ্য উপভোগ কৰিব পাৰে।

মাহটোৰ দ্বিতীয় নতুন চন্দ্ৰ, যাক ‘ক’লা চন্দ্ৰ’ বুলি কোৱা হয়, উক্ত দিনটোত মহাকাশত দৃশ্যমান হ’ব  ৷ ৩০ এপ্ৰিলত হোৱা  এই আংশিক  সূৰ্যগ্ৰহণত  পৃথিৱী আৰু সূৰ্যৰ মাজেদি পাৰ হ’ব  নতুন চন্দ্ৰ যাৰ ফলত বিশ্ববাসী সাক্ষী হৈ ৰ’ব ২০২২চনৰ  প্ৰথমটো আংশিক সূৰ্যগ্ৰহণৰ      ৷

Previous Post

শ্ৰদ্ধাঞ্জলি ! ২০২০চনৰ আজিৰ দিনটোতেই আমি হেৰুৱাইছিলোঁ মহান অভিনেতা ইৰফান খানক

Next Post

সুস্বাস্থ্যৰ বাবে খোজ কঢ়া অতি প্ৰয়োজন। ৰাতিপুৱা , গধূলি নে ৰাতি- কোনটো সময়ত খোজ কাঢ়িলে যথেষ্ট উপকাৰ পোৱা যায় । বিশেষজ্ঞ সকলে কি কয়?জানো আহক

Related Posts

২৭ মে’ত পৃথিৱীৰ ওপৰেৰে পাৰ হ’ব এটা দৈত্যাকায় গ্ৰহাণু
বিজ্ঞান

২৭ মে’ত পৃথিৱীৰ ওপৰেৰে পাৰ হ’ব এটা দৈত্যাকায় গ্ৰহাণু

May 24, 2022
নাছাৰ হাবল স্পেচ টেলিস্কোপে উন্নত কেমেৰাৰ সৈতে বন্দী কৰিছে ‘হোৱাৰ্লপুল ছায়াপথ’ৰ এক অপৰূপ দৃশ্য
বিজ্ঞান

নাছাৰ হাবল স্পেচ টেলিস্কোপে উন্নত কেমেৰাৰ সৈতে বন্দী কৰিছে ‘হোৱাৰ্লপুল ছায়াপথ’ৰ এক অপৰূপ দৃশ্য

May 23, 2022
পূব উপকূলীয় জ্বৰৰ পৰা কৃষকসকলক সকাহ দিছে ‘আনুবংশিক চিহ্ন’ই
বিজ্ঞান

পূব উপকূলীয় জ্বৰৰ পৰা কৃষকসকলক সকাহ দিছে ‘আনুবংশিক চিহ্ন’ই

May 19, 2022
সমগ্ৰ বিশ্বৰ পৰা চন্দ্ৰগ্ৰহণৰ শ্বাসৰুদ্ধকাৰী ছবি
বিজ্ঞান

সমগ্ৰ বিশ্বৰ পৰা চন্দ্ৰগ্ৰহণৰ শ্বাসৰুদ্ধকাৰী ছবি

May 18, 2022
পৃথিৱীৰ বহু ঠাইত দৃশ্যমান হ’ল ২০২২ চনৰ প্ৰথমটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ
বিজ্ঞান

পৃথিৱীৰ বহু ঠাইত দৃশ্যমান হ’ল ২০২২ চনৰ প্ৰথমটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ

May 16, 2022
আইফেল টাৱাৰতকৈয়ো বিশাল গ্ৰহাণুৱে গতি কৰিছে পৃথিৱীৰ দিশে , কি ক’লে নাছাই ?
বিজ্ঞান

আইফেল টাৱাৰতকৈয়ো বিশাল গ্ৰহাণুৱে গতি কৰিছে পৃথিৱীৰ দিশে , কি ক’লে নাছাই ?

May 13, 2022
Next Post
সুস্বাস্থ্যৰ বাবে খোজ কঢ়া অতি প্ৰয়োজন। ৰাতিপুৱা , গধূলি নে ৰাতি- কোনটো সময়ত খোজ কাঢ়িলে যথেষ্ট উপকাৰ পোৱা যায় । বিশেষজ্ঞ সকলে কি কয়?জানো আহক

সুস্বাস্থ্যৰ বাবে খোজ কঢ়া অতি প্ৰয়োজন। ৰাতিপুৱা , গধূলি নে ৰাতি- কোনটো সময়ত খোজ কাঢ়িলে যথেষ্ট উপকাৰ পোৱা যায় । বিশেষজ্ঞ সকলে কি কয়?জানো আহক

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7