VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

খহি পৰিল সূৰ্য্যৰ বিশাল টুকুৰা, উদ্বিগ্ন বিজ্ঞানীমহল

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 10, 2023
in বিজ্ঞান
খহি পৰিল সূৰ্য্যৰ বিশাল টুকুৰা, উদ্বিগ্ন বিজ্ঞানীমহল
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

 

সূৰ্য্যই জ্যোতিৰ্বিজ্ঞানীসকলক সদায় মুগ্ধ কৰি আহিছে। আৰু এতিয়া এক নতুন ঘটনাই বিজ্ঞানীসকলক বিমোৰত পেলাইছে। সূৰ্য্যৰ এটা বিশাল অংশ ইয়াৰ পৃষ্ঠৰ পৰা খহি ইয়াৰ উত্তৰ মেৰুৰ চাৰিওফালে টৰ্নেডোৰ দৰে ঘূৰ্ণীবতাহৰ সৃষ্টি কৰিছিল। যদিও বিজ্ঞানীসকলে এইটো কেনেকৈ সংঘটিত হ’ল সেয়া বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছে, তথাপিও এই ঘটনাৰ ভিডিঅ’টোৱে মহাকাশ বিজ্ঞানীসকলক স্তম্ভিত কৰি তুলিছে। এই উল্লেখযোগ্য পৰিঘটনাটো নাছাৰ জেমছ ৱেব টেলিস্কোপে ধৰা পেলাইছে আৰু যোৱা সপ্তাহত মহাকাশৰ বতৰ পূৰ্বাভাসকাৰী ডাঃ টামিথা স্কোভে টুইটাৰত শ্বেয়াৰ কৰিছিল। সূৰ্য্যই সৌৰ অগ্নি (যাক প্ৰমিনেন্স বুলি কোৱা হয়) নিৰ্গত কৰি থাকে যিয়ে কেতিয়াবা পৃথিৱীৰ যোগাযোগ ব্যৱস্থাত প্ৰভাৱ পেলায় ৷  সেয়েহে বিজ্ঞানীসকলে শেহতীয়া ঘটনাক লৈ অধিক চিন্তিত হৈ পৰিছে ।

নাছাৰ মতে, ই হৈছে মুলতঃ সূৰ্য্যৰ পৃষ্ঠৰ পৰা বাহিৰলৈ বিস্তৃত এক বৃহৎ উজ্জ্বল বৈশিষ্ট্য। ইয়াৰ পূৰ্বেও এনে কেইবাটাও দৃষ্টান্ত হৈছে যদিও এইটোৱে বিজ্ঞান সমাজক স্তম্ভিত কৰি তুলিছে।

দশক দশক ধৰি সূৰ্য্য পৰ্যবেক্ষণ কৰি অহা আমেৰিকাৰ নেচনেল চেণ্টাৰ ফৰ এটম’স্ফেৰিক ৰিচাৰ্চৰ সৌৰ পদাৰ্থবিজ্ঞানী স্কট মেকইনটছে স্পেচ ডট কমক জনাইছে যে তেওঁ কেতিয়াও এটা টুকুৰা খহি পৰা দেখা নাছিল ৷

মহাকাশ বিজ্ঞানীসকলে এতিয়া এই অদ্ভুত পৰিঘটনাটোৰ বিশ্লেষণ কৰি ইয়াৰ বিষয়ে অধিকতথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছে ৷ এই মাহত পৃথিৱীত যোগাযোগ ব্যৱস্থাত ব্যাঘাত জন্মাব পাৰে অতি  শক্তিশালী সুর্যৰ খহি পৰা অংশই ৷

Previous Post

ডেৰ বছৰৰ পাছত ভাৰতৰ অধিনায়কৰ টেষ্টত শতক, চন্দলৈ ওভতি আহিছে ৰোহিত শর্মা

Next Post

ৰাখে হৰি মাৰে কোনে !!ছিৰিয়াত ধ্বংসাৱশেষৰ তলতে জন্ম হোৱা শিশু জীৱন্তে উদ্ধাৰ , প্ৰাণ গ’ল সদ্যাজাতটোৰ পৰিয়ালৰ সকলো সদস্যৰ

Related Posts

আপুনি জানেনে মাৰ্চ মাহৰ শেষৰ শনিবাৰে অনুষ্ঠিত হোৱা আৰ্থ আৱাৰত কিমানখন দেশে অংশগ্ৰহণ কৰে?
বিজ্ঞান

আপুনি জানেনে মাৰ্চ মাহৰ শেষৰ শনিবাৰে অনুষ্ঠিত হোৱা আৰ্থ আৱাৰত কিমানখন দেশে অংশগ্ৰহণ কৰে?

March 25, 2023
অসম ৰাজ্যিক মহিলা আয়োগ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বিনামূলীয়া আইনী সেৱা কেন্দ্ৰ মুকলি
জীৱন

অসম ৰাজ্যিক মহিলা আয়োগ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বিনামূলীয়া আইনী সেৱা কেন্দ্ৰ মুকলি

March 10, 2023
আকাশত ‘কুহুমীয়া চন্দ্ৰ’-চন্দ্ৰৰ ইমান ধুনীয়া নামটোৰ ৰহস্য কি?
বিজ্ঞান

আকাশত ‘কুহুমীয়া চন্দ্ৰ’-চন্দ্ৰৰ ইমান ধুনীয়া নামটোৰ ৰহস্য কি?

March 9, 2023
গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়াৱহ পৰিণতি, দ্ৰুত গতিত গলিছে উত্তৰ আৰু দক্ষিণ মেৰুৰ বৰফ
বিজ্ঞান

গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়াৱহ পৰিণতি, দ্ৰুত গতিত গলিছে উত্তৰ আৰু দক্ষিণ মেৰুৰ বৰফ

February 17, 2023
ৰক্ষণশীল ভাবমূৰ্তি ত্যাগ কৰাৰ চেষ্টা, ইতিহাস ৰচনা কৰি মহাকাশলৈ যাব মহিলা
বিজ্ঞান

ৰক্ষণশীল ভাবমূৰ্তি ত্যাগ কৰাৰ চেষ্টা, ইতিহাস ৰচনা কৰি মহাকাশলৈ যাব মহিলা

February 15, 2023
অকলশৰীয়াকৈ থকা জাপানৰ মুমু কেনেকৈ গৰ্ভৱতী হ’ল
বিজ্ঞান

অকলশৰীয়াকৈ থকা জাপানৰ মুমু কেনেকৈ গৰ্ভৱতী হ’ল

February 14, 2023
Next Post
ৰাখে হৰি মাৰে কোনে !!ছিৰিয়াত ধ্বংসাৱশেষৰ তলতে জন্ম হোৱা শিশু জীৱন্তে উদ্ধাৰ , প্ৰাণ গ’ল সদ্যাজাতটোৰ পৰিয়ালৰ সকলো  সদস্যৰ

ৰাখে হৰি মাৰে কোনে !!ছিৰিয়াত ধ্বংসাৱশেষৰ তলতে জন্ম হোৱা শিশু জীৱন্তে উদ্ধাৰ , প্ৰাণ গ’ল সদ্যাজাতটোৰ পৰিয়ালৰ সকলো সদস্যৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7