VOICE 24x7
Wednesday, November 29, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বাণিজ্যিক উৎক্ষেপনৰ প্ৰথম খোজ, ৩৬ টা উপগ্ৰহেৰে উৎক্ষেপন কৰা হ’ব আটাইতকৈ গধুৰ ৰকেট

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 15, 2022
in বিজ্ঞান
বাণিজ্যিক উৎক্ষেপনৰ প্ৰথম খোজ, ৩৬ টা উপগ্ৰহেৰে উৎক্ষেপন কৰা হ’ব আটাইতকৈ গধুৰ ৰকেট
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

আর্ন্তজাতিক বাণিজ্যিক উৎক্ষেপনৰ ক্ষেত্ৰখনত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিবলৈ সাজু হৈছে ভাৰত ৷ অহা ২৩ অক্টোবৰত ভাৰতৰ পৰা প্ৰথমটো বাণিজ্যিক উৎক্ষেপন কৰা হ’ব ৷  ইছৰ’ৰ আটাইতকৈ গধুৰ ৰকেট এলভিএম৩য়ে অহা ২৩ অক্টোবৰত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ মহাকাশ কেন্দ্ৰৰ পৰা ব্ৰিটিছ ষ্টাৰ্ট-আপ ৱানৱেবৰ ৩৬টা ব্ৰডবেণ্ড উপগ্ৰহ উৎক্ষেপণ কৰিব ৷ ইছৰ’ৰ আটাইতকৈ গধুৰ ৰকেট এলভিএম৩ বা লঞ্চ ভেহিকেল মাৰ্ক ৩ক পূৰ্বে  জি এছএলভি এমক থ্ৰী বুলি কোৱা হৈছিল।

বেংগালুৰুত মুখ্য কাৰ্যালয় থকা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰা অনুসৰি ‘এম/এছ ৱানৱেবৰ সৈতে এই চুক্তি এনএছআইএল আৰু ইছৰ’ৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি ৷  কিয়নো এলভিএম৩য়ে বিশ্বব্যাপী বাণিজ্যিক উৎক্ষেপন সেৱাৰ ক্ষেত্ৰত প্ৰৱেশ কৰিব ৷

চলিত মাহৰ আৰম্ভণিতে ইছৰ’ই জনাইছিল যে মহাকাশ বিভাগৰ অধীনস্থ আৰু মহাকাশ সংস্থাটোৰ বাণিজ্যিক শাখাৰ অধীনস্থ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ (চিপিএছই) নিউস্পেচ ইণ্ডিয়া লিমিটেডে (এনএছআইএল) ব্ৰিটেইনস্থিত নেটৱৰ্ক এক্সেছ এছ’চিয়েটছৰ সৈতে দুটাকৈ উৎক্ষেপণ সেৱাৰ চুক্তিত স্বাক্ষৰ কৰিছে ৷

এই নতুন ৰকেটটোৱে চাৰি টন ওজনৰ উপগ্ৰহ জিঅ’চিনক্ৰ’নাছ ট্ৰেন্সফাৰ অৰ্বিট (GTO)লৈ প্ৰেৰণ কৰিবলৈ সক্ষম। ভাৰতৰ ভাৰতী এণ্টাৰপ্ৰাইজ ৱানৱেবৰ এটা প্ৰধান বিনিয়োগকাৰী আৰু শ্বেয়াৰহোল্ডাৰ।

Previous Post

আপুনি চৰাই চিৰিকটিৰ মাত শুনি ভাল পায় নেকি ? তেনেহ’লে নতুন গৱেষণাই আনিছে ইয়াৰ উপকাৰিতা, জানো আঁহকচোন কি কি উপশম দিয়ে পক্ষীৰ মাতে !

Next Post

বিশ্ব সেউজ চহৰ বটাঁৰে উজলি উঠিল দেশৰ এখন মহানগৰী, কোনে প্ৰদান কৰিলে এই বটাঁ ?

Related Posts

৩৭৫ বছৰ ধৰি “নিৰুদ্দেশ” হৈ থকা  অষ্টম ‘মহাদেশ’ৰ সন্ধান লাভ বিজ্ঞানীৰ, কি নাম জাননে ?
বিজ্ঞান

৩৭৫ বছৰ ধৰি “নিৰুদ্দেশ” হৈ থকা অষ্টম ‘মহাদেশ’ৰ সন্ধান লাভ বিজ্ঞানীৰ, কি নাম জাননে ?

September 29, 2023
চন্দ্ৰত মহাকাশচাৰীক জীয়াই ৰাখিব পাৰা শক্তিৰ উৎস উদ্ভাৱন বিজ্ঞানীৰ
বিজ্ঞান

চন্দ্ৰত মহাকাশচাৰীক জীয়াই ৰাখিব পাৰা শক্তিৰ উৎস উদ্ভাৱন বিজ্ঞানীৰ

September 10, 2023
সূর্য্য অভিমুখী আদিত্য-এল১-এ তুলিলে ছেলফি , লগতে তুলিলে পৃথিৱী আৰু চন্দ্ৰৰ ফটো
বিজ্ঞান

সূর্য্য অভিমুখী আদিত্য-এল১-এ তুলিলে ছেলফি , লগতে তুলিলে পৃথিৱী আৰু চন্দ্ৰৰ ফটো

September 7, 2023
চন্দ্ৰৰ পাছত লক্ষ্য সূর্য্যঃ ইছৰোৱে সফলতাৰে উৎক্ষেপন কৰিলে আদিত্য-এল১, কেনেদৰে ই কৰিব অধ্যয়ন !!
বিজ্ঞান

চন্দ্ৰৰ পাছত লক্ষ্য সূর্য্যঃ ইছৰোৱে সফলতাৰে উৎক্ষেপন কৰিলে আদিত্য-এল১, কেনেদৰে ই কৰিব অধ্যয়ন !!

September 2, 2023
বিক্ৰম লেণ্ডাৰৰ হাই ৰিজ’লিউশ্বন কেমেৰা প্ৰস্তুত কৰিছিল ধেমাজিৰ বিজ্ঞানী অনুজ নন্দীয়ে, জন্মগাঁৱত আনন্দৰ লহৰ
বিজ্ঞান

বিক্ৰম লেণ্ডাৰৰ হাই ৰিজ’লিউশ্বন কেমেৰা প্ৰস্তুত কৰিছিল ধেমাজিৰ বিজ্ঞানী অনুজ নন্দীয়ে, জন্মগাঁৱত আনন্দৰ লহৰ

August 29, 2023
নিশাটো পাৰ হ’লেই সেই মাহেন্দ্ৰ ক্ষণ, অৱতৰণৰ পূর্বে ৭০ কিল’মিটাৰ ওপৰৰ পৰা চন্দ্ৰযানে পঠিয়ালে ফটো,
বিজ্ঞান

নিশাটো পাৰ হ’লেই সেই মাহেন্দ্ৰ ক্ষণ, অৱতৰণৰ পূর্বে ৭০ কিল’মিটাৰ ওপৰৰ পৰা চন্দ্ৰযানে পঠিয়ালে ফটো,

August 22, 2023
Next Post
বিশ্ব সেউজ চহৰ বটাঁৰে উজলি উঠিল দেশৰ এখন মহানগৰী, কোনে প্ৰদান কৰিলে এই বটাঁ ?

বিশ্ব সেউজ চহৰ বটাঁৰে উজলি উঠিল দেশৰ এখন মহানগৰী, কোনে প্ৰদান কৰিলে এই বটাঁ ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

উত্তৰকাশীত সুৰংগৰ পৰা  জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

উত্তৰকাশীত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

November 28, 2023
আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

November 28, 2023
ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

November 28, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7