VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মহাকাশৰ পৰা আহিছে ৰহস্যজনক ৰেডিঅ’ সংকেত, কি ক’লে মহাকাশ বিজ্ঞানীয়ে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 10, 2022
in বিজ্ঞান
মহাকাশৰ পৰা আহিছে  ৰহস্যজনক ৰেডিঅ’ সংকেত, কি ক’লে মহাকাশ বিজ্ঞানীয়ে ?
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

পৃথিৱীৰ পৰা প্ৰায় ৩ বিলিয়ন আলোকবৰ্ষ দূৰত থকা আন এখন তাৰকাৰাজ্যৰ পৰা অহা এটা ৰহস্য়জনক  ৰেডিঅ’ সংকেত ধৰা পেলাইছে জ্যোতিৰ্বিজ্ঞানীসকলে। দ্বিতীয়বাৰৰ বাবে এনে পুনৰাবৃত্তিমূলক সংকেত বিজ্ঞানীসকলে ধৰা পেলাবলৈ সক্ষম হৈছে ৷  ‘নেচাৰ’ নামৰ বিজ্ঞান আলোচনীত প্ৰকাশ পোৱা অনুসৰি  গৱেষকসকলে চিনাক্ত কৰা নতুন ফাষ্ট ৰেডিঅ’ বাৰ্ষ্টছ(এফ আৰ বি)  নামৰ ৰেডিঅ’ সংকেত এফ আৰ বি ২০১৯০৫২০ বি নামেৰে জনাজাত। গৱেষকসকলে লক্ষ্য কৰিছিল যে এই সংকেতটো “এটা কম্পেক্ট, স্থায়ী ৰেডিঅ’ উৎসৰ সৈতে সহ-অৱস্থিত ৷

২০১৯ চনৰ মে’ মাহত চীনৰ গুইঝৌত পাঁচশ মিটাৰ এপাৰচাৰ স্ফেৰিকেল ৰেডিঅ’ টেলিস্কোপ  ব্যৱহাৰ কৰি এফ আৰ বি ধৰা পেলোৱা হৈছিল।অতিৰিক্ত পৰ্যবেক্ষণত ২০২০ চনত পাঁচ মাহৰ সময়ছোৱাত আৰু প্ৰায় ৭৫টা এফ আৰ বি ৰেকৰ্ড কৰা হৈছিল।তাৰ পিছত এই সংকেতটো স্থানীয়কৰণ কৰা হৈছিল ৷

বিজ্ঞানীসকলে এফ আৰ বিৰ কাৰণ কি সেই বিষয়ে নিশ্চিত নহয় ৷ অৱশ্যে তেওঁলোকে বাখ্যা আগবঢ়াইছে যে এফ আৰ বি সম্পূর্ণ নতুন  ৷ তদুপৰি  ই সংকেত নিৰ্গত কৰি থকাৰ কাৰণ  হৈছে ইয়াক ছুপাৰন’ভা বিস্ফোৰণে নিৰ্গত কৰা ঘন পদাৰ্থই  আগুৰি আছে। ‘নৱজাতক’ তত্ত্বৰ অধীনত এফ আৰ বিৰ বয়স বৃদ্ধি হোৱাৰ লগে লগে সংকেতবোৰ ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিব বুলি আশা কৰা হৈছে।

ইয়াৰ পূৰ্বেও এক ডজনতকৈ অধিক এফ আৰ বি স্থানীয়কৰণ কৰা হৈছে ৷  ইয়াৰে পাঁচটা এফ আৰ বিৰ পুনৰাবৃত্তিমূলক উৎস অন্তৰ্ভুক্ত কৰা হৈছে। ৰেডিঅ’ টেলিমেট্ৰি আৰু জ্যোতিৰ্বিজ্ঞানৰ প্ৰযুক্তিগত অগ্ৰগতিৰ ফলত ত্বৰান্বিত হোৱা এই আৱিষ্কাৰসমূহে বিজ্ঞানীসকলক লাহে লাহে বৃহৎ আৰু অতি-বৃহৎ তৰাৰ মৃত্যু, নিউট্ৰন তৰা আৰু চুম্বকীয় তৰাৰ একত্ৰীকৰণৰ দৰে মহাজাগতিক পৰিঘটনাৰ বিষয়ে অধিক তথ্য লাভ কৰাত সহায় কৰিব ৷

 

Previous Post

মহানুভৱতাঃচনু ছুদৰ সহায়ত স্বাভাৱিক জীৱন লাভ চাৰিখন ভৰি চাৰিখন হাতেৰে জন্ম লাভ কৰা শিশুৰ

Next Post

‘ম’ষ্ট ৱাণ্টেড’ ঘোষণা দুৰ্ধৰ্ষ মাওবাদী নেতা সব্যসাচী গোস্বামীক

Related Posts

প্ৰথমবাৰৰ বাবে ভাৰতীয় জলভাগৰ পৰা  চাৰিটা প্ৰজাতিৰ এজ’ক্সেনথেলেট প্ৰবাল উদ্ধাৰ কৰিছে বিজ্ঞানীসকলে
বিজ্ঞান

প্ৰথমবাৰৰ বাবে ভাৰতীয় জলভাগৰ পৰা চাৰিটা প্ৰজাতিৰ এজ’ক্সেনথেলেট প্ৰবাল উদ্ধাৰ কৰিছে বিজ্ঞানীসকলে

June 23, 2022
ইন্ধন পৰীক্ষাত উত্তীৰ্ণ হৈছে নাছাৰ ‘মুন ৰকেট’
বিজ্ঞান

ইন্ধন পৰীক্ষাত উত্তীৰ্ণ হৈছে নাছাৰ ‘মুন ৰকেট’

June 22, 2022
পৃথিৱীৰ বাহিৰত বাস কৰা জীৱৰ  সন্ধান লাভৰ দাবী চীনা বিজ্ঞানীৰ, বিশ্বৰ সর্ববৃহৎ ৰেডিঅ’ টেলিস্ক’পত ধৰা পৰিল সংকেত
বিজ্ঞান

পৃথিৱীৰ বাহিৰত বাস কৰা জীৱৰ সন্ধান লাভৰ দাবী চীনা বিজ্ঞানীৰ, বিশ্বৰ সর্ববৃহৎ ৰেডিঅ’ টেলিস্ক’পত ধৰা পৰিল সংকেত

June 15, 2022
চীনে নিৰ্মাণ কৰিব মহাকাশ-আধাৰিত এক সৌৰ শক্তি প্ৰকল্প
বিজ্ঞান

চীনে নিৰ্মাণ কৰিব মহাকাশ-আধাৰিত এক সৌৰ শক্তি প্ৰকল্প

June 8, 2022
তিনি মহাকাশচাৰীসহ চীনে প্ৰেৰণ কৰিব মহাকাশযান , নির্মাণ কৰিব মহাকাশ গৱেষণা কেন্দ্ৰ
বিজ্ঞান

তিনি মহাকাশচাৰীসহ চীনে প্ৰেৰণ কৰিব মহাকাশযান , নির্মাণ কৰিব মহাকাশ গৱেষণা কেন্দ্ৰ

June 4, 2022
নাছাৰ কেমেৰাত  বন্দী হ’ল তৰা গঠনকাৰী দুটা সৰ্পিল ছায়াপথ
বিজ্ঞান

নাছাৰ কেমেৰাত বন্দী হ’ল তৰা গঠনকাৰী দুটা সৰ্পিল ছায়াপথ

May 30, 2022
Next Post
‘ম’ষ্ট ৱাণ্টেড’ ঘোষণা দুৰ্ধৰ্ষ মাওবাদী নেতা সব্যসাচী গোস্বামীক

‘ম'ষ্ট ৱাণ্টেড’ ঘোষণা দুৰ্ধৰ্ষ মাওবাদী নেতা সব্যসাচী গোস্বামীক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7