VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উপগ্ৰহৰ সংখ্যাৰে বৃহস্পতিক অতিক্ৰম কৰিলে শনিয়ে, ১৪৫ টালৈ বৃদ্ধি পালে উপগ্ৰহ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 16, 2023
in বিজ্ঞান
উপগ্ৰহৰ সংখ্যাৰে বৃহস্পতিক অতিক্ৰম কৰিলে শনিয়ে,  ১৪৫ টালৈ বৃদ্ধি পালে উপগ্ৰহ
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

বিজ্ঞানীসকলে শনিৰ কেইবাটাও নতুন উপগ্ৰহ আৱিষ্কাৰ কৰিছে। উপগ্ৰহৰ সংখ্যাত শনিয়ে এইবাৰ ‘গ্ৰহ’ বৃহস্পতিকো অতিক্ৰম কৰিলে। ইয়াৰ উপগ্ৰহ বৃহস্পতিতকৈ বেছি। শেহতীয়াকৈ মহাকাশ বিজ্ঞানীৰ এটা আন্তঃৰাষ্ট্ৰীয় দলে শনি গ্ৰহৰ ৬২ টা উপগ্ৰহৰ আৱিষ্কাৰ কৰিছে। এই উপগ্ৰহবোৰ ইমান দিনে শনিৰ আঙঠিৰ আঁৰত লুকাই আছিল। গতিকে উপগ্ৰহসমূহ অদৃশ্য হৈ আছিল ৷ নতুন গৱেষণাত এই তথ্য প্ৰকাশ পাইছে ৷

নতুনকৈ ৬২টা উপগ্ৰহৰ আৱিষ্কাৰৰ ফলত শনি গ্ৰহৰ মুঠ উপগ্ৰহৰ সংখ্যা ১৪৫টালৈ বৃদ্ধি পাইছে। শেহতীয়া পৰিসংখ্যা অনুসৰি বৃহস্পতিৰ উপগ্ৰহৰ সংখ্যা ৯২টা।

শনিৰ উপগ্ৰহ বিচাৰি উলিয়াবলৈ ছিফ্ট আৰু ষ্টেক কৌশল গ্ৰহণ কৰা হৈছে বুলি বিজ্ঞানীসকলে কৈছে। ইয়াৰ জৰিয়তে গৱেষকসকলে আঙঠিযুক্ত গ্ৰহটোৰ চাৰিওফালৰ বায়ুমণ্ডলৰ ওপৰত অধিক তীক্ষ্ণ দৃষ্টি ৰাখিছে। নেপচুন আৰু ইউৰেনাছৰ উপগ্ৰহ বিচাৰি উলিয়াবলৈও একে পদ্ধতি গ্ৰহণ কৰা হৈছিল।

ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কেইবাটাও ক্ৰমিক ছবিৰ জৰিয়তে শনিৰ এটা লুকাই থকা উপগ্ৰহ আৱিষ্কাৰ কৰিছে। এটা ছবিত ধৰা নপৰা উপগ্ৰহবোৰ ক্ৰমিক ছবিত ধৰা পৰে। শনিৰ এই উপগ্ৰহটোৰ সন্ধান ২০১৯ চনৰ পৰা আৰম্ভ হৈছিল। বিজ্ঞানীসকলৰ মতে এই উপগ্ৰহসমূহৰ অস্তিত্বৰ বিষয়ে চাৰি বছৰ আগতেই জনা গৈছিল। কিন্তু চাৰি বছৰ ধৰি ভালদৰে পৰ্যবেক্ষণ কৰা হৈছিল । ইয়াৰ পিছত আনুষ্ঠানিকভাৱে উপগ্ৰহৰ উপস্থিতি নিশ্চিত কৰা হয়। এই নতুন আৱিষ্কাৰে শনি গ্ৰহ সৌৰজগতত ১০০ৰো অধিক উপগ্ৰহ থকা প্ৰথম গ্ৰহ হিচাপে পৰিগণিত হ’ল।

 

Previous Post

চিংৰাৰ পৰা ঘিউলৈকে: ভাৰতত অত্যাধিক প্ৰচলিত অথচ বিদেশত নিষিদ্ধ ৭ বিধ খাদ্যৰ বিষয়ে জানেনে ?

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

বিশাল গ্ৰহৰ সন্ধানত লাভ ভাৰতীয় বিজ্ঞানীৰ
বিজ্ঞান

বিশাল গ্ৰহৰ সন্ধানত লাভ ভাৰতীয় বিজ্ঞানীৰ

May 31, 2023
মংগল গ্ৰহত আছিল গভীৰ নদী, মহাকাশযানে প্ৰেৰণ কৰিলে নতুন ছবি
বিজ্ঞান

মংগল গ্ৰহত আছিল গভীৰ নদী, মহাকাশযানে প্ৰেৰণ কৰিলে নতুন ছবি

May 13, 2023
৫ মে’ত বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ, ক’ৰ পৰা দেখা যাব এই মহাজাগতিক পৰিঘটনা ??
বিজ্ঞান

৫ মে’ত বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ, ক’ৰ পৰা দেখা যাব এই মহাজাগতিক পৰিঘটনা ??

May 4, 2023
কলিয়াবৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান সমাৰোহ সম্পন্ন
বিজ্ঞান

কলিয়াবৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান সমাৰোহ সম্পন্ন

May 3, 2023
মংগল গ্ৰহলৈ  ‘টিয়ানৱেন-১’  প্ৰেৰণেৰে সাফল্য চীনৰ
বিজ্ঞান

মংগল গ্ৰহলৈ ‘টিয়ানৱেন-১’ প্ৰেৰণেৰে সাফল্য চীনৰ

April 24, 2023
সৌৰ ধুমুহাৰ সতৰ্কবাণী! একেৰাহে দুদিন ধৰি পৃথিৱীত পৰিব প্ৰভাৱ
বিজ্ঞান

সৌৰ ধুমুহাৰ সতৰ্কবাণী! একেৰাহে দুদিন ধৰি পৃথিৱীত পৰিব প্ৰভাৱ

April 19, 2023
Next Post
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7