VOICE 24x7
Sunday, December 3, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰিব পাৰি পৃথিৱীৰ ভিতৰতে আটাইতকৈ দামী এই ধাতুবিধ

কি এই ধাতু যাৰ এক গ্ৰামৰ মূল্যৰে কিনিব পাৰি পৃথিৱীৰ ১০০খন সৰু সৰু দেশ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 17, 2022
in বিজ্ঞান
কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰিব পাৰি পৃথিৱীৰ ভিতৰতে আটাইতকৈ দামী এই ধাতুবিধ
0
SHARES
59
VIEWS
Share on FacebookShare on Twitter

সাধাৰণতে সোণ, ৰূপ, হীৰা আদিকহে বিশ্বৰ মূল্যবান ধাতু হিচাপে মনা হয় যাৰ মূল্য কোটি কোটি টকা পৰ্য্যন্ত  । কিন্তু প্ৰকৃতাৰ্থত এইবোৰৰ কোনোটোৱেই  বিশ্বৰ আটাইতকৈ মূল্যবান বস্তু নহয়। কাৰণ এই ধাতু সমূহতকৈ মূল্যবান এবিধ ধাতু আছে যাৰ মূল্য সোণ-ৰূপ নাইবা হীৰাতকৈও অধিক ৷

অৱশ্যে বেছিভাগ মানুহেই এই সম্পৰ্কে অৱগত নহয় ৷  পৃথিৱীৰ ভিতৰতে আটাইতকৈ মূল্যবান এই ধাতুবিধৰ  নাম হ’ল ‘এণ্টিমেটাৰ’। যাৰ এক গ্ৰামৰ মূল্য  ইমানেই বেছি যে  এই  মূল্যৰে  কিনিব পৰা যায় পৃথিৱীৰ এখন বা দুখন নহয় ১০০খন সৰু সৰু দেশ ।

‘এন্টিমেটাৰ’ অৰ্থাৎ ‘প্ৰতি পদাৰ্থ’ক পৃথিৱীৰ আটাইতকৈ দামী পদাৰ্থ বুলি গণ্য কৰা হয়। নাছাৰ তথ্য অনুসৰি ইয়াৰ এক গ্ৰামৰ  মূল্য  ৬২.৫ লাখ কোটি ডলাৰৰ অধিক অৰ্থাৎ প্ৰায় ৫০০০ বিলিয়ন টকা। আমাৰ চাৰিওফালৰ বায়ুমণ্ডলতেই হওঁক নাইবা মাটিৰ তলত ক’তো এই  ‘এন্টিমেটাৰ’ উপলব্ধ নহয়। বৰঞ্চ ইয়াক লেবত প্ৰস্তুত কৰা হয় আৰু ইয়াক ব্যৱহাৰ কৰা হয় মহাকাশ সম্পৰ্কীয় কামত ।

মহাকাশ জগতৰ পৰাই এই কথা জানিব পৰা গৈছে যে কৃষ্ণগহ্বৰত তৰা দুটা ভাগত বিভক্ত হ’লে এই এণ্টিমেটাৰ  উৎপন্ন হয়। ইয়াৰ শক্তি সীমাহীন। CERN ৰ লেবত প্ৰথমবাৰৰ বাবে ইয়াক নিৰ্মাণ কৰা হৈছিল।ইয়াক তৈয়াৰ কৰিবলৈ বৃহৎ বাজেটৰ প্ৰয়োজন।

কি কি কামত এন্টিমেটাৰ ব্যৱহাৰ কৰিব পাৰি সেইবিষয়ে  বিজ্ঞানীসকলে অহৰহ অধ্যয়ন কৰি আছে। শক্তিৰ এক বিশাল উৎস হোৱাৰ বাবে ইয়াক বহু কামত ব্যৱহাৰ কৰিব পাৰি। বিজ্ঞানী সকলৰ মতে যদি এক গ্ৰাম এন্টিমেটাৰৰ সৈতে এক গ্ৰাম এন্টিমেটাৰৰ বিক্ৰিয়া হয় তেন্তে ই হিৰোছিমাত নিক্ষেপ কৰা বোমাতকৈও  তিনিগুণ বেছি শক্তি নিৰ্গত কৰিব পাৰে। চিকিৎসা ক্ষেত্ৰতো বিশেষকৈ কৰ্কট ৰোগৰ চিকিৎসাত এন্টিমেটাৰ ব্যৱহাৰ কৰিব পাৰি। সাধাৰণ ইন্ধনৰ তুলনাত ‘এন্টিমেটাৰ’ৰ শক্তিৰ ঘনত্ব বেছি হোৱাৰ বাবে ইয়াক ‘ৰকেট ইন্ধন’ হিচাপেও ব্যৱহাৰ কৰিব পাৰি।

Previous Post

প্ৰমাণ নষ্ট কৰিবলৈ আফতাবে জ্বলাই দিছিল শ্বেতাৰ মুখমণ্ডল, দিল্লীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নতুন মোৰ

Next Post

শীঘ্ৰে বিয়াত বহিবলৈ সাজু তমান্না ভাটিয়া, কোন হ’ব দৰা

Related Posts

৩৭৫ বছৰ ধৰি “নিৰুদ্দেশ” হৈ থকা  অষ্টম ‘মহাদেশ’ৰ সন্ধান লাভ বিজ্ঞানীৰ, কি নাম জাননে ?
বিজ্ঞান

৩৭৫ বছৰ ধৰি “নিৰুদ্দেশ” হৈ থকা অষ্টম ‘মহাদেশ’ৰ সন্ধান লাভ বিজ্ঞানীৰ, কি নাম জাননে ?

September 29, 2023
চন্দ্ৰত মহাকাশচাৰীক জীয়াই ৰাখিব পাৰা শক্তিৰ উৎস উদ্ভাৱন বিজ্ঞানীৰ
বিজ্ঞান

চন্দ্ৰত মহাকাশচাৰীক জীয়াই ৰাখিব পাৰা শক্তিৰ উৎস উদ্ভাৱন বিজ্ঞানীৰ

September 10, 2023
সূর্য্য অভিমুখী আদিত্য-এল১-এ তুলিলে ছেলফি , লগতে তুলিলে পৃথিৱী আৰু চন্দ্ৰৰ ফটো
বিজ্ঞান

সূর্য্য অভিমুখী আদিত্য-এল১-এ তুলিলে ছেলফি , লগতে তুলিলে পৃথিৱী আৰু চন্দ্ৰৰ ফটো

September 7, 2023
চন্দ্ৰৰ পাছত লক্ষ্য সূর্য্যঃ ইছৰোৱে সফলতাৰে উৎক্ষেপন কৰিলে আদিত্য-এল১, কেনেদৰে ই কৰিব অধ্যয়ন !!
বিজ্ঞান

চন্দ্ৰৰ পাছত লক্ষ্য সূর্য্যঃ ইছৰোৱে সফলতাৰে উৎক্ষেপন কৰিলে আদিত্য-এল১, কেনেদৰে ই কৰিব অধ্যয়ন !!

September 2, 2023
বিক্ৰম লেণ্ডাৰৰ হাই ৰিজ’লিউশ্বন কেমেৰা প্ৰস্তুত কৰিছিল ধেমাজিৰ বিজ্ঞানী অনুজ নন্দীয়ে, জন্মগাঁৱত আনন্দৰ লহৰ
বিজ্ঞান

বিক্ৰম লেণ্ডাৰৰ হাই ৰিজ’লিউশ্বন কেমেৰা প্ৰস্তুত কৰিছিল ধেমাজিৰ বিজ্ঞানী অনুজ নন্দীয়ে, জন্মগাঁৱত আনন্দৰ লহৰ

August 29, 2023
নিশাটো পাৰ হ’লেই সেই মাহেন্দ্ৰ ক্ষণ, অৱতৰণৰ পূর্বে ৭০ কিল’মিটাৰ ওপৰৰ পৰা চন্দ্ৰযানে পঠিয়ালে ফটো,
বিজ্ঞান

নিশাটো পাৰ হ’লেই সেই মাহেন্দ্ৰ ক্ষণ, অৱতৰণৰ পূর্বে ৭০ কিল’মিটাৰ ওপৰৰ পৰা চন্দ্ৰযানে পঠিয়ালে ফটো,

August 22, 2023
Next Post
শীঘ্ৰে বিয়াত বহিবলৈ সাজু তমান্না ভাটিয়া, কোন হ’ব দৰা

শীঘ্ৰে বিয়াত বহিবলৈ সাজু তমান্না ভাটিয়া, কোন হ’ব দৰা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

December 3, 2023
আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7