VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজি বিশ্ব গ্ৰহাণু দিৱস , কিয় আৰু কেতিয়াৰ পৰা পালন কৰা হয় এই দিৱস!! গ্ৰহাণু কি আপুনি জানেনে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 30, 2022
in বিজ্ঞান
আজি বিশ্ব গ্ৰহাণু দিৱস , কিয় আৰু কেতিয়াৰ পৰা পালন কৰা হয় এই দিৱস!! গ্ৰহাণু কি আপুনি জানেনে ?
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

আজি বিশ্ব গ্ৰহাণু দিৱস ৷ মহাকাশৰ অসীম ৰহস্যৰ উপাদানসমূহৰ অন্যতম হৈছে এই  গ্ৰহাণুসমূহ ৷ প্ৰকৃতার্থত গ্ৰহাণুসমূহ  হৈছে কিছুআন  আকাশী শিলাখণ্ড ৷  যিসমূহ আকৃতিত  এটা গ্ৰহতকৈ সৰু, কিন্তু গ্ৰহৰ  দৰেই সূৰ্য্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে। গ্ৰহাণুসমূহৰ আকাৰ  ১০ মিটাৰ ৰ পৰা  ৫৩০ কিলোমিটাৰ ব্যাসার্ধৰ হ’ব পাৰে।

যদিও বেছিভাগ গ্ৰহাণুৱে পৃথিৱী আৰু ইয়াৰ সমৃদ্ধিশালী জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব নোৱাৰে, আন  কিছুমান গ্ৰহাণু নিৰাপদ নহয় ৷ এই গ্ৰহানুসমূহৰ  পৃথিৱীৰ সৈতে সংঘৰ্ষ হ’লে বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে। সেয়েহে গ্ৰহাণুৰ প্ৰভাৱৰ বিপদৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে ৩০ জুন দিনটো আন্তঃৰাষ্ট্ৰীয় গ্ৰহাণু দিৱস হিচাপে পালন কৰা হয়।

২০১৬ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে প্ৰস্তাৱ গ্ৰহণ কৰি ৩০ জুনক আন্তঃৰাষ্ট্ৰীয় গ্ৰহাণু দিৱস হিচাপে নিৰ্ধাৰণ কৰে। ১৯০৮ চনৰ ৩০ জুনত চাইবেৰিয়াৰ ওপৰত টুংগুস্কা গ্ৰহাণুৰ প্ৰভাৱৰ বৰ্ষপূৰ্তি উদযাপনৰ বাবে এই দিনটো বাছনি কৰা হৈছিল।

আন্তৰ্জাতিক গ্ৰহাণু দিৱসৰ উদ্দেশ্য হৈছে গ্ৰহাণুৰ আঘাত হ’লে কি ধৰণৰ ধ্বংসলীলা হ’ব পাৰে সেই বিষয়ে সজাগতা সৃষ্টি কৰা। যিহেতু বহুতে গ্ৰহাণু আৰু ইয়াৰ ফলত পৃথিৱীৰ বাবে সৃষ্টি হ’ব পৰা বিপদৰ বিষয়ে অৱগত নহয় , সেয়েহে  তেওঁলোকক পৰিঘটনা, অভিযান আদিৰ জৰিয়তে এই ভাবুকিৰ সৈতে পৰিচিত কৰাটো অতি গুৰুত্বপূৰ্ণ ৷

কেইবাটাও সংস্থাই গ্ৰহাণুৱে সৃষ্টি কৰা বিপদৰ বিষয়ে সজাগতা বিয়পোৱাৰ বাবে কাম কৰি আছে আৰু ইয়াৰে ভিতৰত বি ৬১২ অন্যতম। অনুষ্ঠানৰ আয়োজন, শৈক্ষিক সামগ্ৰী বিতৰণ, আৰু অন্যান্য কার্যসূচীৰ লগতে অনলাইন অভিযান চলাই এই দিৱস উদযাপন কৰা হয়।

Previous Post

বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ আছুৰ সাধাৰণ সম্পাদকৰ দাবী

Next Post

মহিলা আৰু শিশুক যৌন উৎপীড়ন কৰাৰ বাবে আমেৰিকান পপ গায়ক কেলিক ৩০ বছৰৰ কাৰাদণ্ড

Related Posts

দক্ষিণ কোৰিয়াই আজি উৎক্ষেপণ কৰে ইয়াৰ প্ৰথম চন্দ্ৰ অৰ্বিটাৰ
বিজ্ঞান

দক্ষিণ কোৰিয়াই আজি উৎক্ষেপণ কৰে ইয়াৰ প্ৰথম চন্দ্ৰ অৰ্বিটাৰ

August 5, 2022
এতিয়াও পৃথিৱীৰ ঘূৰ্ণনৰ বৰ্ধিত গতিবেগৰ কাৰণ নাজানে গৱেষকসকলে
বিজ্ঞান

এতিয়াও পৃথিৱীৰ ঘূৰ্ণনৰ বৰ্ধিত গতিবেগৰ কাৰণ নাজানে গৱেষকসকলে

August 3, 2022
পৃথিৱীত যোগাযোগ প্ৰণালীক প্ৰভাৱিত কৰিব পৰা সৌৰ শিখাৰ বিষয়ে নাছাৰ সতৰ্কবাণী
বিজ্ঞান

পৃথিৱীত যোগাযোগ প্ৰণালীক প্ৰভাৱিত কৰিব পৰা সৌৰ শিখাৰ বিষয়ে নাছাৰ সতৰ্কবাণী

August 2, 2022
২০৩৩ চনত  মঙল গ্ৰহৰ শিল-মাটিৰ নমুনা অনা হ’ব পৃথিৱীলৈ, প্ৰেৰণ কৰা হ’ব হেলিকপ্টাৰ-ৰবট
বিজ্ঞান

২০৩৩ চনত মঙল গ্ৰহৰ শিল-মাটিৰ নমুনা অনা হ’ব পৃথিৱীলৈ, প্ৰেৰণ কৰা হ’ব হেলিকপ্টাৰ-ৰবট

July 28, 2022
ডাইনোচ’ৰাছৰ ৰজা হিচাপে ৰাজত্ব কৰা ‘টি-ৰেক্স’ টাইৰানোচাৰাছৰ এক  শক্তিশালী প্ৰজাতি
বিজ্ঞান

ডাইনোচ’ৰাছৰ ৰজা হিচাপে ৰাজত্ব কৰা ‘টি-ৰেক্স’ টাইৰানোচাৰাছৰ এক শক্তিশালী প্ৰজাতি

July 27, 2022
আপুনি জানেনে সাগৰৰ তলত থকা  ‘ব্ৰিন পুল’ প্ৰকৃততে কি ?
বিজ্ঞান

আপুনি জানেনে সাগৰৰ তলত থকা ‘ব্ৰিন পুল’ প্ৰকৃততে কি ?

July 25, 2022
Next Post
মহিলা আৰু শিশুক যৌন উৎপীড়ন কৰাৰ বাবে  আমেৰিকান পপ গায়ক কেলিক ৩০ বছৰৰ কাৰাদণ্ড

মহিলা আৰু শিশুক যৌন উৎপীড়ন কৰাৰ বাবে আমেৰিকান পপ গায়ক কেলিক ৩০ বছৰৰ কাৰাদণ্ড

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7