VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আপুনি আপোনাৰ ৰচনাখন লিখিছেনে?

কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে নিজৰ মাতৃভাষাতে লিখিলে বীৰ লাচিতৰ ৰচনা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 26, 2022
in সমাজ
আপুনি  আপোনাৰ ৰচনাখন লিখিছেনে?
0
SHARES
30
VIEWS
Share on FacebookShare on Twitter

 

অসমীয়া জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০বছৰীয়া জন্ম জয়ন্তীক কেন্দ্ৰ কৰি অনুষ্ঠিত কৰা বিভিন্ন কাৰ্য্যসূচীয়ে নিশ্চয়কৈ অসমৰ নৱ-প্ৰজন্মৰ ওপৰত কিছু হ’লেও প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে ৷ আনহাতে চৰকাৰৰ এই পদক্ষেপৰ ফলত সমগ্ৰ ভাৰতবৰ্ষৰে বীৰ যোদ্ধা ৰূপে পৰিচিত লাচিত বৰফুকন নো কোন আছিল সেই বিষয়েও হয়তো অসমৰ বাহিৰৰ লোক সকলেও জানিব পাৰিছে ৷ আনহাতে চৰকাৰে অনুষ্ঠিত কৰা বীৰ লাচিতৰ ৰচনা লিখাৰ যি কাৰ্যসূচী সি বহুতকে উপকৃত কৰিছে ৷

শেহতীয়াকৈ সামাজিক মাধ্যম টুইটাৰ যোগে কামৰূপে জিলা প্ৰশাসনে টুইট  কৰা এখন ফটোৱে নেটিজেন সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখনীয় যে আই এ এছ তথা বৰ্তমান কামৰূপ জিলাৰ উপায়ুক্ত শ্ৰীমতী কীৰ্তি জল্লীয়ে  তেওঁৰ মাতৃভাষা তেলেগুত বীৰ লাচিত বৰফুকনৰ  ৰচনা লিখি আপলোড কৰা কাৰ্য্যই প্ৰকৃতাৰ্থত বিষয়া গৰাকীৰ উদাৰতা তথা অসমৰ জাতীয় বীৰ গৰাকীৰ প্ৰতি তেখেতৰ শ্ৰদ্ধাকেই যেন প্ৰতিফলিতকৰিছে ।সামাজিক মাধ্যমত এই কথা প্ৰকাশ পোৱাৰ লগে লগেই সেয়েহে এই টুইটটোৱে নেটিজেন সকলৰ প্ৰতিক্ৰিয়া লাভ কৰিবলৈ সক্ষম হৈছে ৷

ফটোখন টুইটাৰত আপলোড কৰি সেয়ে কামৰূপ জিলা প্ৰশাসনে লিখিছে যে ,’আপুনি এতিয়াও আপোনাৰ ৰচনাখন লিখিছেনে? পৰ্টেলটো সোনকালে বন্ধ হৈ যাব। সেয়েহে আপুনি আপোনাৰ ৰচনাখন চিৰকালৰ বাবে আপলোড কৰাৰ এই সোণালী সুযোগৰ সদ্ব্যৱহাৰ কৰক।

Previous Post

বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ক’লা পদাৰ্থবিধ কি?

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 29, 2023
এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও
সমাজ

এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও

January 28, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 28, 2023
চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ
সমাজ

চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ

January 27, 2023
আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে  শীৰ্ষ ৰেটিং ?
সমাজ

আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে শীৰ্ষ ৰেটিং ?

January 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 27, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7