VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চিনেমাত নহয় এইবাৰ সঁচাকৈ ওলাল মঞ্জুলিকা

নয়ডাৰ ছেক্টৰ ১৪৮ মেট্ৰ’ষ্টেচনত মঞ্জুলিকাৰ ৰূপত এগৰাকী যুৱতীক দেখি ভীতসন্ত্ৰস্ত যাত্ৰী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 24, 2023
in সমাজ
চিনেমাত নহয় এইবাৰ সঁচাকৈ ওলাল মঞ্জুলিকা
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

সামাজিক মাধ্যমত ভাইৰেল হৈছে এটি আচৰিত ভিডিঅ’ ৷ বহুতৰ মনতেই এটা প্ৰশ্ন কোন এইগৰাকী যুৱতী আৰু কিয় তেওঁৰ এনে আচৰণ ?

বলীউডৰ এখন জনপ্ৰিয় ছবি ‘ভূল ভুলাইয়া’, যাৰ এটি জনপ্ৰিয় চৰিত্ৰ ‘মঞ্জুলিকা’ ৷ কিন্তু এইবাৰ সেই ছবিখনৰ নহয় গ্ৰেটাৰ নয়ডাৰ মেট্ৰ’ষ্টেচনত ওলাল সঁচা মঞ্জুলিকা ৷  ‘মঞ্জুলিকা’ৰ দৰে হুবহু সাজ পৰিধান কৰি নয়ডা ছেক্টৰ ১৪৮ মেট্ৰ’ ষ্টেচনত দেখা  পোৱা গ’ল এগৰাকী যুৱতী ।

সামাজিক মাধ্যম টুইটাৰত ‘নিউজ২৪’এ শ্বেয়াৰ কৰা এই  ভিডিঅ’টো হৈছে নয়ডা ছেক্টৰ ১৪৮ মেট্ৰ’ ষ্টেচনৰ৷ অৱশ্যে ভিডিঅ’টোত যুৱতীগৰাকীৰ এয়া অভিনয় নে ইয়াৰ আঁৰত কিবা ৰহস্য লুকাই আছে সেই বিষয়ে কোনো বৰ্ণনা দিয়া হোৱা নাই যদিও ইয়াক অস্বীকাৰ কৰিব নোৱাৰি যে ‘ভুলভুলইয়া’ৰ সেই মঞ্জুলিকাতকৈ কোনো গুণেই কম নহয় মেট্ৰ’ ষ্টেচনৰ এই যুৱতী গৰাকী ৷

ग्रेटर नोएडा : ‘भूल भुलैया’ फिल्म वाली ‘मंजुलिका’ के गेटअप में मेट्रो में दिखी युवती

◆ Video नोएडा सेक्टर 148 के मेट्रो स्टेशन का है pic.twitter.com/no7VF7CK1J

— News24 (@news24tvchannel) January 24, 2023

Previous Post

বিবাহপাশত আবদ্ধ হ’ল আথিয়া আৰু ৰাহুল

Next Post

অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ

Related Posts

প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 28, 2023
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

February 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 26, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 24, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 22, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 21, 2023
Next Post
অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ

অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ'ব সৰ্বাত্মক বন্ধ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7