VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

লাৰা দত্তৰ অভিনয়ৰে ৰূপালী পৰ্দাৰ চেলুলইডত বন্দী হ’ল ইন্দিৰা গান্ধী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 9, 2021
in সমাজ, সংস্কৃতি
লাৰা দত্তৰ অভিনয়ৰে ৰূপালী পৰ্দাৰ চেলুলইডত বন্দী হ’ল ইন্দিৰা গান্ধী
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

 বলীউদ ছবি জগতত অন্য এক সংযোজন হ’ল’ বেল বটম’। মুক্তিৰ পূৰ্বেই এই ছবি খনক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা অব্যাহত আছে। ছবি খন এখন বিমান হাইজেক কৰা আৰু যাত্ৰী সকলক উদ্ধাৰ কৰা ঘটনাক লৈ নিৰ্মাণ কৰা হৈছে।

অৱশেষত ছবিৰ যোগেদি ৰূপালী পৰ্দাৰ চেলুলইডত বন্দী হ’ল ভাৰতৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী।ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰ খনত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা এই বিশিষ্ট চৰিত্ৰটোক জীৱন্ত ৰূপ দিছে বলীউদৰ মোহময়ী অভিনেত্ৰী লাৰা দত্তই।

প্ৰথমাৱস্থাত যদিও এই চৰিত্ৰটোৰ বাবে পৰিচালক ৰণজিৎ এম তিৱাৰীয়ে লাৰা দত্তক নিৰ্বাচন কৰা নাছিল তথাপি অভিনেতা অক্ষয় কুমাৰৰ কথা মতে পৰিচালকে লাৰা দত্তক এই বিশেষ চৰিত্ৰটোৰ বাবে নিৰ্বাচন কৰে।

খবৰ অনুসৰি অভিনেত্ৰী গৰাকীয়ে এই চৰিত্ৰটোৰ বাবে যথেষ্ট কষ্ট কৰিছে।ছেটত উপস্থিত হোৱাৰ পূৰ্বে বহুখিনি হ’মৱৰ্ক কৰিবলগীয়া হৈছে লাৰাই।চৰিত্ৰটোৰ ভিতৰত সোমাই যাবলৈ লাৰাক পৰিচালক তিৱাৰীয়ে ইন্দিৰা গান্ধীৰ বহুকেইটা ভিডিঅ‘ ক্লিপো যোগান ধৰিছে যাতে লাৰাই চৰিত্ৰটোৰ সফল ৰূপ দিব পাৰে।

 ইফালে ছবিখনৰ ৰূপ সজ্জাকাৰী শিল্পী বিক্ৰম গায়কৱাডে এক সাক্ষাৎকাৰত কয় যে দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে ইন্দিৰা গান্ধীৰ ৰূপ সজ্জাত লাৰাক বহুবাৰ ট্ৰায়েল লোৱা হৈছিল। যিহেতু ইন্দিৰা গান্ধীৰ মুখ,নাক,চেলাউৰি,চুলিৰ সেই বিশেষত্ব আনিবলৈ এই ট্ৰায়েল লোৱাটো জৰুৰী আছিল।

ছবি খনত অক্ষয় কুমাৰৰ উপৰিও হুমা কুৰেছি আৰু বাণী কাপুৰেও অভিনয় কৰিছে।

Previous Post

ৰেডমি ন’ট ৯ ফোনৰ ক্ষেত্ৰত ফ্লিপকাৰ্টে আগবঢ়াইছে বিশেষ সুবিধাঃ ৫০০০ টকা ৰেহাই মূল্যত কিনিব পাৰিব স্মাৰ্টফোন

Next Post

এতিয়াৰে পৰা ক’ভিড-১৯ৰ টিকাকৰণৰ প্ৰমাণপত্ৰ হোৱাটছএপৰ জৰিয়তে পোৱা যাব চেকেণ্ডৰ ভিতৰত

Related Posts

ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ
সংস্কৃতি

ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ

September 17, 2023
৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ
সংস্কৃতি

৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ

September 8, 2023
“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু  নাট কৰ্মশালাৰ শুভাৰম্ভণি
সংস্কৃতি

“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু নাট কৰ্মশালাৰ শুভাৰম্ভণি

September 7, 2023
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”
সংস্কৃতি

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”

September 2, 2023
জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা
সংস্কৃতি

জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা

August 28, 2023
অসমীয়া ভাষাৰ অতন্দ্ৰ প্ৰহৰী  দেৱেন দত্তৰ স্মৃতি ৰক্ষাৰ বাবেই  এক বিশেষ পদক্ষেপ ল’লে ইছমাইল হুছেইনে
সংস্কৃতি

অসমীয়া ভাষাৰ অতন্দ্ৰ প্ৰহৰী দেৱেন দত্তৰ স্মৃতি ৰক্ষাৰ বাবেই এক বিশেষ পদক্ষেপ ল’লে ইছমাইল হুছেইনে

August 21, 2023
Next Post
এতিয়াৰে পৰা ক’ভিড-১৯ৰ টিকাকৰণৰ প্ৰমাণপত্ৰ হোৱাটছএপৰ জৰিয়তে পোৱা যাব চেকেণ্ডৰ ভিতৰত

এতিয়াৰে পৰা ক’ভিড-১৯ৰ টিকাকৰণৰ প্ৰমাণপত্ৰ হোৱাটছএপৰ জৰিয়তে পোৱা যাব চেকেণ্ডৰ ভিতৰত

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7