VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে জুলাইৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ’ব উমৈহতীয়া প্ৰৱেশ পৰীক্ষা

আজিৰ পৰাই আবেদন কৰিব পাৰিব শিক্ষাৰ্থীসকলে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 19, 2022
in সমাজ
স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে জুলাইৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ’ব উমৈহতীয়া প্ৰৱেশ পৰীক্ষা
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

এই বছৰৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা (কিউইউটি) আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউজিচি)৷বৃহস্পতিবাৰে এই কথা জানিবলৈ দিয়ে  আয়োগৰ অধ্যক্ষ জগদেশ কুমাৰে ।

আনহাতে এই সিদ্ধান্ত লোৱা হৈছে যে ৪৫ খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে দ্বাদশ শ্ৰেণীৰ নম্বৰ নহয় চি ইউ ই টিৰ নম্বৰহে বাধ্যতামূলক হ’ব   ৷ ইয়াৰ ভিত্তিতহে  কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহে  তেওঁলোকৰ নিম্নতম যোগ্যতাৰ চৰ্ত নিৰ্ধাৰণ কৰিব পাৰিব।

“স্নাতকোত্তৰ বৰ্ষৰ  নামভৰ্তিৰ বাবে   শৈক্ষিক বৰ্ষ ২০২২ৰ পৰা আৰম্ভ কৰা হ’ব চি ইউ ই টি  । এই পৰীক্ষা জুলাইৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ’ব আৰু আজিৰ পৰাই আৰম্ভ হ’ব  ইয়াৰ আবেদন প্ৰক্ৰিয়া ৷ ১৮ জুনত এই আবেদন পক্ৰিয়া   সমাপ্ত হ’ব,” বুলি জগদেশ কুমাৰে  কয়। ”

তেওঁ লগতে কয়, “কম্পিউটাৰ আধাৰিত এই পৰীক্ষাটো  (চিবিটি)ইংৰাজী আৰু হিন্দী ভাষাত অনুষ্ঠিত হ’ব।”

এতিয়ালৈকে ১০.৪৬ লাখতকৈও অধিক প্ৰাৰ্থীয়ে চি ইউ ই টি  -ইউজিৰ বাবে পঞ্জীয়ন কৰিছে। চি ইউ ই টি  -ইউজিৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে ২২ মে’।

Previous Post

এহেজাৰৰ ঘৰ অতিক্ৰম, পুনৰ বাঢ়িল ঘৰুৱা ৰন্ধন গেছৰ মূল্য

Next Post

হাৰিয়ানাত নিদ্ৰাৰত প্ৰবজনকাৰীৰ গাৰ ওপৰত উঠিল ট্ৰাক

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 29, 2022
প্ৰাতঃস্মৰণ: আজি অসমীয়া চলচ্চিত্ৰ জগতৰ ভোটাতৰা স্বৰূপ ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস
সমাজ

প্ৰাতঃস্মৰণ: আজি অসমীয়া চলচ্চিত্ৰ জগতৰ ভোটাতৰা স্বৰূপ ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস

June 28, 2022
২৬জুন দেওবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আন্তঃৰাষ্ট্ৰীয়  ড্ৰাগছ সেৱন বিৰোধী দিৱস  পালন
সমাজ

২৬জুন দেওবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন বিৰোধী দিৱস পালন

June 27, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 27, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 26, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 25, 2022
Next Post
হাৰিয়ানাত নিদ্ৰাৰত প্ৰবজনকাৰীৰ গাৰ ওপৰত উঠিল ট্ৰাক

হাৰিয়ানাত নিদ্ৰাৰত প্ৰবজনকাৰীৰ গাৰ ওপৰত উঠিল ট্ৰাক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7