VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

বাটৰহাটত বিশিষ্টা লেখিকা চন্দ্রপ্ৰভা দেৱীক সম্বৰ্দ্ধনা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 21, 2022
in সমাজ
বাটৰহাটত বিশিষ্টা লেখিকা চন্দ্রপ্ৰভা দেৱীক সম্বৰ্দ্ধনা
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

 আজি দক্ষিণ কামৰূপৰ বাটৰহাটস্থিত বিশিষ্টা লেখিকা, শিক্ষাবিদ তথা ভাগৱতীপাৰাস্থ মাধৱদেৱ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী চন্দ্রপ্ৰভা দেৱীক নিজ বাসভৱনত ৰাজ্যৰ সমন্বয়-সংহতি-ঐকাতা- ভাতৃত্ববোধৰ পথিকৃৎ সাহিত্যানুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰে। চেলেং চাদৰ, স্মাৰক, অভিনন্দন পত্ৰ, কিতাপৰ টোপোলা আদিৰে সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা প্ৰদান কৰি “বহুবাক” ৰ প্ৰধান সম্পাদক তথা সাংবাদিক দীপক শৰ্মাই কয়- জীয়াই থাকোঁতে মানুহক কৰ্মৰ স্বীকৃতি দিব লাগে। সুষ্ঠ অৱস্থাত কৰ্মৰ স্বীকৃতি পালে আৰু কাম কৰাৰ প্ৰেৰণা পায়। প্ৰেৰণাই শক্তি যোগায়। মৃত্যুৰ পিছত পৃথিবী বিখ্যাত সন্মান পালেও অৰ্থহীন।” সভাত গীতিকাৰ, গায়ক জিতেন্দ্র মোহন দাসে অংশ লৈ যথাসময়ত গুণীজনক সন্মান জনোৱাটো সকলোৱে চেষ্টা কৰিব লাগে। সভাত দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, কবি শিৰষ দাস, কবি স্বপ্না শৰ্মা, লেখক পদ্মৰাম নাথ, চেংপাৰা ৰাইজ গয়ৰহৰ সভাপতি লালমোহন নাথ, শিক্ষক ৰঞ্জিৎ মহন্ত প্ৰভৃতি বিশিষ্ট ব্যক্তিবর্গ উপস্থিত আছিল।

Previous Post

ঘৰলৈ ঘূৰি আহিল ঘৰৰ চৰাই

Next Post

খানাপাৰাত “বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্যৰ ইতিহাস” গ্ৰন্থ উন্মোচন

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 25, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 24, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 21, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 20, 2022
স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে জুলাইৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ’ব উমৈহতীয়া প্ৰৱেশ পৰীক্ষা
সমাজ

স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে জুলাইৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ’ব উমৈহতীয়া প্ৰৱেশ পৰীক্ষা

May 19, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 19, 2022
Next Post
খানাপাৰাত “বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্যৰ ইতিহাস” গ্ৰন্থ উন্মোচন

খানাপাৰাত "বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্যৰ ইতিহাস" গ্ৰন্থ উন্মোচন

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7