VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘নৱাৰুণ…দ্যা ৰাইজিং ৰে’,অসম’ৰ সহযোগিতাত মিউচুৱেল ফাণ্ড দিষ্ট্ৰিবিউটৰ আৰু এচেট মেনেজমেণ্ট কোম্পেনী, NE’ৰ যৌথ উদ্যোগত বানসাহাৰ্য প্ৰদান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 30, 2022
in সমাজ
‘নৱাৰুণ…দ্যা ৰাইজিং ৰে’,অসম’ৰ সহযোগিতাত মিউচুৱেল ফাণ্ড দিষ্ট্ৰিবিউটৰ আৰু এচেট মেনেজমেণ্ট কোম্পেনী, NE’ৰ যৌথ উদ্যোগত  বানসাহাৰ্য প্ৰদান
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

অসমৰ এক আগশাৰীৰ পৰিবেশ সজাগতামূলক স্বেচ্ছাসেৱী অনুষ্ঠান ‘নৱাৰুণ…দ্যা ৰাইজিং ৰে’, অসম’ৰ সহযোগিতাত  ‘মিউচুৱেল ফাণ্ড দিষ্ট্ৰিবিউটৰ, MFD’s আৰু ‘ এচেট মেনেজমেণ্ট কোম্পেনী, NE’ ৰ যৌথ উদ্যোগত ৰঙিয়াৰ বিহাপাৰা অঞ্চলৰ বৰ্ণাত্য সকলৰ মাজত ২৯জুন তাৰিখে  বানসাহাৰ্য্য প্ৰদান কৰা হয়। উক্ত কাৰ্যসূচীত আই চি আই চি আই মিউচুৱেল ফাণ্ডৰ মৃনাল নায়ক, মহিন্দ্ৰা মিউচুৱেল ফাণ্ডৰ চিন্ময় শৰ্মা, MFD মৃগেশ বৰুৱা, ‘নৱাৰুণ…দ্যা ৰাইজিং ৰে’, অসম’ৰ সভানেত্ৰী ড০সুৰঞ্জনা কলিতা, সম্পাদক মনোৰঞ্জন বৰা সহ ভালেকেইজন সদস্যই সহযোগিতা আগবঢ়াই। অঞ্চলটোৰ বানপীড়িত লোকসকললৈ  চাউল, দাইল,  ফেনাইল, ডেটল,চেনিটেৰি নেপকিন,মেক্সো কইল,মম , ব্লিচিং পাউদাৰকে আদি কৰি মেডিকেলৰ সামগ্ৰীও ৰাইজৰ মাজত বিতৰণ কৰে অনুষ্ঠানটোৱে  ৷

পৰৱৰ্তী সময়তো  অসমৰ বানপীড়িত  কেইবাখনো ঠাইত বানসাহার্য প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে । সেয়েহে সকলোৰে পৰা সহায় সহযোগিতা কামনা কৰি ৰাইজক অনুৰোধ জনাইছে ‘নৱাৰুণ…The Rising Ray, অসম’ৰ সভাপতি,সম্পাদককে ধৰি অন্যান্য বিষয়ববীয়া সকলে  ।

Previous Post

ৰাজ্যসভাৰ ৩১ শতাংশ সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰঃধর্ষণত অভিযুক্ত হৈ কোন সাংসদে পালন কৰি আছে দায়িত্ব !!

Next Post

৪ বছৰীয়া শিশুক ধর্ষণ কৰি হত্যাৰ অপৰাধত ত্ৰিপুৰাত এজনক মৃত্যুদণ্ড

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 10, 2022
দেওবাৰে দেশৰ ঐতিহাসিক স্মাৰক তাজমহলত বিফল হৈছিল ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা
সমাজ

দেওবাৰে দেশৰ ঐতিহাসিক স্মাৰক তাজমহলত বিফল হৈছিল ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা

August 9, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 9, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 8, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 7, 2022
উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?
সমাজ

উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?

August 6, 2022
Next Post
৪ বছৰীয়া শিশুক ধর্ষণ কৰি হত্যাৰ অপৰাধত ত্ৰিপুৰাত এজনক মৃত্যুদণ্ড

৪ বছৰীয়া শিশুক ধর্ষণ কৰি হত্যাৰ অপৰাধত ত্ৰিপুৰাত এজনক মৃত্যুদণ্ড

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7