VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কেনেকৈ সাজু হ’ব এইবাৰ সৰস্বতী পূজালৈ ?

আহকচোন জানো প্ৰসাধনৰ কেইটামান টিপছ-

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 23, 2023
in সমাজ
কেনেকৈ সাজু হ’ব এইবাৰ সৰস্বতী পূজালৈ ?
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

সৰস্বতী পূজাৰ দিনটোত সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে অতি বিশেষ। বিশ্বাস কৰা হয় যে সেই দিনটোত  বিদ্যাৰ অধিস্থাত্ৰী দেৱী সৰস্বতীক আৰাধনা কৰিলে শুভ ফল পোৱা যায় ৷ অৱশ্যে এই দিনটোত দেৱী আৰাধনা কৰাৰ উপৰিও শিক্ষাৰ্থী সকলে  সুন্দৰকৈ  সাজ-পোছাক পৰিধান কৰি দেৱী  সৰস্বতীক পূজা কৰে।অৱশ্যে এই দিনটোত বিশেষকৈ ছোৱালীবোৰে প্ৰসাধনৰ ক্ষেত্ৰতো বিশেষভাৱে মনোযোগ দিয়া দেখা যায় ৷

আপুনি পিছে কেনেকৈ সাজু হ’ব এইবাৰ সৰস্বতী পূজালৈ ? আহকচোন জানো প্ৰসাধনৰ কেইটামান টিপছ-

বেচ মেকআপ (Foundation)-ভাল প্ৰসাধনৰ বাবে বেচ মেকআপ অতি গুৰুত্বপূৰ্ণ। নিখুঁত দেখুৱাবৰ বাবে ছালৰ ৰং অনুসৰি বেচ মেকআপ অৰ্থাৎ ফাউণ্ডেচন  প্ৰয়োগ কৰা প্ৰয়োজন।  সেয়েহে কপাল, গাল  আৰু ডিঙিকে ধৰি গোটেই মুখমণ্ডলত সমানে ফাউণ্ডেচন লগাই আৰু ভালদৰে মিহলাই লোৱাৰ পিছত যদি মুখত দাগ থাকে তেন্তে কনচিলাৰ ব্যৱহাৰ কৰি  ১০ মিনিট ৰখাৰ পিছতহে পৰৱৰ্তী প্ৰসাধন কৰা উচিত ।

চকুৰ প্ৰসাধন- এইবাৰ সৰস্বতী পূজাত  চকুত সোণালী আইশ্বেড’ৰ সৈতে কাজল লগাই চকুযোৰ  ধোঁৱাময় কৰিব পাৰে। অৱশ্যে এই আই মেকআপ কৰাৰ সময়ত মনত ৰখা উচিত  যে প্ৰথমে বেচ আইশ্বেড’ লগাব লাগে। ইয়াৰ পিছতহে ড্ৰেছৰ সৈতে মিল থকা  শ্বেড  প্ৰয়োগ কৰিব লাগে আৰু ইয়াৰ পিছতহে আই লাইনাৰ লগাব লাগে।

ওঁঠৰ প্ৰসাধন-এই  উৎসৱত গাঢ় ৰঙৰ লিপষ্টিক ল’লে অতি সুন্দৰ দেখা যাব। মিঠা বৰণীয়া সকলে ৰঙা  লিপষ্টিক  আৰু  বগাসকলে  গোলপীয়া  ৰঙৰ লিপষ্টিক লগালে নিশ্চয়  আকৰ্ষণীয়  দেখা যাব।

চুলিৰ ষ্টাইল- যদি আপুনি চুলিখিনি খোলা ৰাখি  ভাল পাই  তেন্তে খোলা ৰাখিব পাৰে ৷ খোলাকৈ ৰাখি বেয়া পোৱা সকলে ডিঙিত পৰি থকাকৈ  এটা খোপা বান্ধি  তাত ফুল লগাবও পাৰে।

পোছাক-সৰস্বতী পূজাৰ দিনা হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰাটো শুভ বুলি গণ্য কৰা হয়। গতিকে   হালধীয়া শাৰী  বা ছালৱাৰ চুট, অনাৰকলি চুৰিদাৰ আদিও  পিন্ধি লগত হাই হিল বা ফ্লেট চেণ্ডেলো  পিন্ধিব পাৰে যি আধিক আকৰ্ষণীয় কৰি তুলিব আপোনাক ।

Previous Post

মুক্তিলাভ কৰিলে অক্ষয়-ইমৰাণ অভিনীত ছবি ‘চেলফি’ৰ ট্ৰেইলাৰে

Next Post

কবি সন্মিলনৰ নগাঁও জিলা শাখাৰ কবি মেল সম্পন্ন,কবিতা পুথি-গল্প সংকলন উন্মোচন

Related Posts

প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 28, 2023
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

February 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 26, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 24, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 22, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 21, 2023
Next Post
কবি সন্মিলনৰ নগাঁও জিলা শাখাৰ কবি মেল সম্পন্ন,কবিতা পুথি-গল্প সংকলন উন্মোচন

কবি সন্মিলনৰ নগাঁও জিলা শাখাৰ কবি মেল সম্পন্ন,কবিতা পুথি-গল্প সংকলন উন্মোচন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7