VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
June 27, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

আজি বলীউড সংগীতৰ ৰজা হিচাপে খ্যাত ৰাহুল দেৱ বৰ্মণৰ ওপজা দিন । ১৯৩৯ চনৰ আজিৰ দিনটোতে কলিকতাত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল বলীউডৰ বিশিষ্ট সংগীত পৰিচালক শচীন দেৱ বৰ্মণৰ একমাত্ৰ পুত্ৰ । বলীউডত তেওঁ ‘পঞ্চম দা’ নামেৰে জনপ্ৰিয় । ১৯৬০ৰ পৰা ১৯৯০ৰ দশকৰ সময়ছোৱাত তেওঁ প্ৰায় ৩৩১খন চলচ্চিত্ৰৰ সংগীত দিছিল । তেওঁৰ দ্বাৰা সুৰাৰোপিত গীতত লতা মংগেশকাৰ, কিশোৰ কুমাৰ, আশা ভোশলে আদি আগশাৰীৰ কণ্ঠশিল্পীসকলে কণ্ঠদান কৰিছিল । তেওঁৰ গীতৰ সুৰত অভিনৱত্ব আছিল বাবে তেওঁক সংগীত বিজ্ঞানী বুলিও কোৱা হয় । তেওঁ তিনিবাৰ ফিল্ম ফেয়াৰ শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা লাভ কৰিছিল । ১৯৮৩ চনত চনম তেৰী কচম, ১৯৮৪ চনত মাচুম আৰু ১৯৯৫ চনত ১৯৪২ : এ লাভ ষ্টোৰী চলচ্চিত্ৰৰ সং‌গীতৰ বাবে তেওঁ এই সন্মান লাভ কৰে । এইগৰাকী সংগীতজ্ঞলৈ আমাৰ প্ৰণাম ।

Previous Post

আপেল সকলোৰে এবিধ প্ৰিয় ফল হোৱাৰ লগতে আপেলেৰে কেনেকৈ সৌন্দৰ্য চৰ্চা কৰিব পাৰি জানো আহক

Next Post

পৌৰ নিগমৰ জাবৰ কঢ়িওৱা বাহনৰ খুন্দাত গুৱাহাটীৰ হাতীগাঁৱত শোকাবহ পথ দুৰ্ঘটনা

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 7, 2022
উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?
সমাজ

উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?

August 6, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 6, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 5, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 4, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 3, 2022
Next Post
পৌৰ নিগমৰ জাবৰ কঢ়িওৱা  বাহনৰ খুন্দাত  গুৱাহাটীৰ হাতীগাঁৱত  শোকাবহ পথ দুৰ্ঘটনা

পৌৰ নিগমৰ জাবৰ কঢ়িওৱা বাহনৰ খুন্দাত গুৱাহাটীৰ হাতীগাঁৱত শোকাবহ পথ দুৰ্ঘটনা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7