VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
June 29, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

আজি ঊনবিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ বাংলা কবি, নাট্যকাৰ তথা প্ৰহসন ৰচোঁতা মাইকেল মধুসূদন দত্তৰ স্মৃতি দিৱস । তেওঁ আছিল বাংলা সাহিত্যৰ নৱজাগৰণৰ অন্যতম পুৰোধা । তেওঁ যৌৱন কালতে খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰি পোনতে ইংৰাজীত সাহিত্য ৰচনা কৰিবলৈ লয় যদিও পিছলৈ মাতৃভাষাতে মনোনিৱেশ কৰে । তেওঁ আছিল বাংলা সাহিত্যত ছনেট আৰু অমিত্ৰাক্ষৰ ছন্দৰ প্ৰৱৰ্তক । অমিত্ৰাক্ষৰ ছন্দত লিখা মেঘনাদ বধ কাব্য তেওঁ সৰ্বশ্ৰেষ্ঠ কীৰ্তি । তেওঁ ৰচনা কৰা ‘শৰ্মিষ্ঠা’ নামৰ নাটকখনেই বাংলা ভাষাৰ প্ৰথমখন মৌলিক নাটক । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।

Previous Post

ক’লা সোণ খ্যাত জালুক উৎকৃষ্ট মছলা হোৱাৰ উপৰিও সৌন্দৰ্যচৰ্চাত ব্যৱহাৰ হোৱা দেখা যায় কিন্তু কেনেকৈ ? জানো আহক

Next Post

জোনমণি ৰাভাৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন

Related Posts

দেওবাৰে দেশৰ ঐতিহাসিক স্মাৰক তাজমহলত বিফল হৈছিল ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা
সমাজ

দেওবাৰে দেশৰ ঐতিহাসিক স্মাৰক তাজমহলত বিফল হৈছিল ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা

August 9, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 9, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 8, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 7, 2022
উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?
সমাজ

উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?

August 6, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 6, 2022
Next Post
জোনমণি ৰাভাৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন

জোনমণি ৰাভাৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7