VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
March 15, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

আজি গণশিল্পী মঘাই ওজাৰ ওপজা দিন তথা স্মৃতি দিৱস । আজিৰ দিনটোতে ১৯১৬ চনত মঘাই ওজাৰ জন্ম হৈছিল আৰু ১৯৭৮ চনৰ একেটা দিনতে মৃত্যও হৈছিল । ঢোলৰ যাদুকৰ ৰূপে খ্যাত মঘাই বৰুৱা বা মঘাই ওজাই ঢোল বাদনেৰেই জগত জিনিছিল । তেওঁ ভাৰতীয় গণ নাট্য সংঘৰ সৈতেও জড়িত আছিল । তেওঁ পিয়লি ফুকন, ৰঙা পুলিচ, প্ৰতিধ্বনি (অসমীয়া), তৃষ্ণা (হিন্দী) আৰু মাহুত বন্ধুৰে (বাংলা) চলচ্চিত্ৰৰ উপৰি ভালেমান মঞ্চ নাট আৰু অনাতাঁৰ নাটতো অংশগ্ৰহণ কৰিছিল । এইগৰাকী মহান শিল্পীলৈ আমাৰ প্ৰণাম ।

আজি সংগীতাচাৰ্য লক্ষীৰাম বৰুৱাৰ স্মৃতি দিৱস । লক্ষীৰাম বৰুৱা এগৰাকী সংগীতজ্ঞ আৰু সাহিত্যিক আছিল । তেওঁ আছিল অসমীয়া আধুনিক সংগীতৰ বিজ্ঞানসন্মত অধ্যয়নৰ বাটকটীয়া । জ্যোতিপ্ৰসাদ আগৰৱালাৰ সংগীতৰ ভেটি গঢ়োতা আছিল তেওঁ । গ্ৰামোফোন ৰেকৰ্ডত গীত গোৱাৰ বৰ হেপাহ আছিল যদিও সেয়া পূৰণ নহ’ল । পিছত তেওঁৰ পুত্ৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱাই গ্ৰামোফোন ৰেকৰ্ডত গীত গোৱা প্ৰথমগৰাকী শিল্পীৰ স্বীকৃতি পায় । লক্ষীৰাম বৰুৱাই বাণ ৰংগমঞ্চৰ সংগীতৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ১৯০৯ চনত তেওঁৰ সংগীত বিষয়ক প্ৰথমখন পুথি ‘সংগীত কোষ’ প্ৰকাশ পায় । সংগীত সাধনা আৰু শিক্ষা সহচৰ তেওঁৰ আন দুখন পুথি । এইগৰাকী বিশিষ্ট শিল্পীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট ইতিহাসবিদ ছাৰ এডৱাৰ্ড গেইটৰ স্মৃতি দিৱস । ইংৰাজৰ আমোলত ভাৰতৰ এগৰাকী উচ্চ পদস্থ প্ৰশাসনিক বিষয়া হিচাপে কৰ্মৰত গেইট আছিল অসম বুৰঞ্জীৰ এগৰাকী প্ৰসিদ্ধ গৱেষক । তেওঁৰ গ্ৰন্থ A History of Assam গ্ৰন্থই উত্তৰ পূব ভাৰতৰ বুৰঞ্জী অধ্যয়নত আধুনিক পদ্ধতিৰ সূচনা কৰে বুলি কোৱা হয় । এইখনেই আছিল অঞ্চলটোৰ প্ৰথমখন পূৰ্ণাংগ বুৰঞ্জী । ভাৰতীয় লোক তথা সমাজৰ প্ৰতি এইগৰাকী ব্ৰিটিছ প্ৰশাসকৰ ধ্যান-ধাৰণা ইতিবাচক আছিল বাবে মহাত্মা গান্ধীয়েও তেওঁৰ প্ৰশংসা কৰিছিল । এইগৰাকী বুৰঞ্জীবিদলৈ আমাৰ প্ৰণাম ।

Previous Post

বুধবাৰৰ পৰা ১২-১৪ বছৰৰ বয়সৰ শিশুক দিয়া হ’ব ভেকচিন

Next Post

জানিলে আচৰিত হ’ব সুগন্ধিযুক্ত খৰিকাজাই মাথো ফুলেই নহয় ঔষধি গুণেৰেও ভৰপুৰ

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 28, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 27, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 26, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 25, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 24, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 21, 2022
Next Post
জানিলে আচৰিত হ’ব সুগন্ধিযুক্ত খৰিকাজাই মাথো ফুলেই নহয় ঔষধি গুণেৰেও ভৰপুৰ

জানিলে আচৰিত হ'ব সুগন্ধিযুক্ত খৰিকাজাই মাথো ফুলেই নহয় ঔষধি গুণেৰেও ভৰপুৰ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 28, 2022
আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7