VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
July 28, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

আজি দেশভক্ত তৰুণৰাম ফুকনৰ স্মৃতি দিৱস । তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা আছিল । তেওঁ এগৰাকী সুবক্তা, লেখক তথা চিকাৰীও আছিল । পেছাত তেওঁ এগৰাকী আইনজীৱী আছিল । তেওঁ আছিল অসমৰ তৃতীয়গৰাকী বেৰিষ্টাৰ । তেওঁ কিছুদিন গুৱাহাটীৰ আৰ্ল ল কলেজত শিক্ষকতাও কৰিছিল । পিছলৈ তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে । ১৯৩৬ চনত তেওঁ এটা ৰাজনৈতিক দলো গঠন কৰিছিল । ১৯২৭ চনত গোৱালপাৰাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । স্তুতিমালা, মোৰ চিকাৰ কাহিনী আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ । তেওঁ অসমীয়াৰ উপৰি হিন্দী, বাংলা, উড়িয়া, সংস্কৃত, ফাৰ্ছী আৰু উৰ্দু ভাষাতো লিখা-মেলা কৰিছিল । ১৯৩৯ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এই দিনটোক অসম চৰকাৰে দেশভক্তি দিৱস হিচাপে ঘোষণা কৰিছে । এইগৰাকী দেশপ্ৰেমিকলৈ আমাৰ প্ৰণাম ।

আজি ‘সুগন্ধি পখিলা’ৰ কবি হীৰেন ভট্টাচাৰ্যৰ ওপজা দিন । ১৯৩২ চনৰ আজিৰ দিনটোতে যোৰহাটত তেওঁৰ জন্ম হৈছিল । জনপ্ৰিয় কবিগৰাকীৰ ১৩খন কবিতা পুথি প্ৰকাশ পাইছে আৰু ইয়াৰে ২খন কবিতা পুথি বাংলা ভাষালৈ অনূদিত হৈছে । মোৰ দেশ মোৰ প্ৰেমৰ কবিতা, কবিতাৰ ৰ’দ, ভালপোৱাৰ দিকচৌ বাটেৰে, সুগন্ধি পখিলা আদি তেওঁৰ কবিতা পুথি । ল’ৰা ধেমালি, আকৌ ধেমালি আৰু ৰৈ ৰৈ ধেমালি তেওঁৰ শিশু-পুথি । তেওঁ চিত্ৰবন, মনন আৰু আন্তৰিক নামৰ তিনিখন আলোচনীও সম্পাদনা কৰিছিল তেওঁ । ১৯৮৭ চনত তেওঁ সুগন্ধি পখিলা কবিতা পুথিৰ বাবে ছোভিয়েট দেশ নেহৰু বঁটা লাভ কৰে । শইচৰ পথাৰ মানুহ কবিতা পুথিৰ বাবে ১৯৯২ চনত লাভ কৰে সাহিত্য অকাডেমি বঁটা । ২০০০ চনত তেওঁ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে । এইগৰাকী কবিলৈ আমাৰ প্ৰণাম ।

আজি কথাসাহিত্যিক তথা মানৱাধিকাৰ কৰ্মী মহাশ্বেতা দেৱীৰ স্মৃতি দিৱস । তেওঁ পশ্চিম বংগ, বিহাৰ, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত আদিবাসী জনজাতীয় লোকসকলৰ অধিকাৰৰ হকে কাম কৰিছিল । এগৰাকী কথাসাহিত্যিক হিচাপে তেওঁৰ প্ৰসিদ্ধি অধিক । হাজাৰ চুৰাশিৰ মা, অৰণ্যেৰ অধিকাৰ, অগ্নিগৰ্ভ, মূৰ্তি আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ । তেওঁ ৰচিত কাহিনীক লৈ ইতিমধ্যে সংঘৰ্ষ, ৰুদালি, হাজাৰ চৌৰাসি কি মা আদি চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে । ১৯৭৯ চনত তেওঁ অৰণ্যেৰ অধিকাৰ নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে । ১৯৯৬ চনত তেওঁ লাভ কৰে জ্ঞানপীঠ বঁটা । ২০০৬ চনত ভাৰত চৰকাৰে তেওঁক পদ্মবিভূষণ সন্মান প্ৰদান কৰে । ১৯১৬ চনৰ আজিৰ দিনটোতে কলকাতাত তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

নগাঁৱৰ জাজৰিত শিক্ষক দম্পত্তিৰ ঘৰত ডকাইতি,নগদ ধন, কাপোৰ-কানি লৈ উধাও

Next Post

অভিযুক্তক হাৰাশাস্তি-ধন দাবীঃ গ্ৰেপ্তাৰ খাৰুপেটীয়াৰ অ’চি উৎপল বৰা

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 10, 2022
দেওবাৰে দেশৰ ঐতিহাসিক স্মাৰক তাজমহলত বিফল হৈছিল ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা
সমাজ

দেওবাৰে দেশৰ ঐতিহাসিক স্মাৰক তাজমহলত বিফল হৈছিল ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা

August 9, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 9, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 8, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 7, 2022
উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?
সমাজ

উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?

August 6, 2022
Next Post
অভিযুক্তক হাৰাশাস্তি-ধন দাবীঃ গ্ৰেপ্তাৰ খাৰুপেটীয়াৰ অ’চি উৎপল বৰা

অভিযুক্তক হাৰাশাস্তি-ধন দাবীঃ গ্ৰেপ্তাৰ খাৰুপেটীয়াৰ অ’চি উৎপল বৰা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7