VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
August 3, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

আজি গৱেষক তথা সাহিত্য সমালোচক ভৱানন্দ দত্তৰ স্মৃতি দিৱস । তেওঁ নলবাৰী কলেজত দৰ্শন বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলি পিছলৈ কটন কলেজ আৰু অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ একে বিভাগৰে প্ৰবক্তা ৰূপে কাৰ্যনিৰ্বাহ কৰে । তেওঁ আছিল অসমীয়া আধুনিক কবিতাৰ বাটকটীয়াসকলৰ ভিতৰত অন্যতম । ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা ‘জয়ন্তী’ আলোচনীত নচিকেতা ছদ্মনামেৰে কবিতা লিখি অসমীয়া আধুনিক কবিতাৰ জগতখনত নিজৰ সুকীয়া পৰিচয় দাঙি ধৰে । মাথোঁ দুকুৰী বছৰীয়া জীৱনকালত তেওঁৰ একমাত্ৰ প্ৰকাশিত গ্ৰন্থখন আছিল ফিলোছফী ইন ইণ্ডিয়া । মৰণোত্তৰভাৱে প্ৰকাশ পায় ৰবীন্দ্ৰ প্ৰতিভা, অসমীয়া কবিতাৰ কাহিনী, আৰু অসমীয়া জাতীয় সমস্যাৰ বিৱৰ্তন নামৰ তিনিখন সমালোচনা গ্ৰন্থ । দৰ্শন বিষয়ক গ্ৰন্থ দৃষ্টি আৰু দৰ্শনো প্ৰকাশ পায় মৰণোত্তৰভাৱে । ১৯৫৯ চনৰ আজিৰ দিনটোতে দুৰাৰোগ্য কৰ্কট ৰোগত তেওঁৰ মৃত্যু হয় । বিশিষ্ট ব্যক্তিগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট চলচ্চিত্ৰ তথা সংগীত পৰিচালক কমল নাৰায়ণ চৌধুৰীৰ স্মৃতি দিৱস । তেওঁ অভিনয়ৰ উপৰি কেইবাখনো চলচ্চিত্ৰ পৰিচালনা কৰিছিল । ১৯৪১ চনত ‘মনোমতী’ চলচ্চিত্ৰৰ সংগীত পৰিচালক হিচাপে তেওঁ চলচ্চিত্ৰ জগতখনত পদাৰ্পণ কৰিছিল । ‘বদন বৰফুকন’ আছিল তেওঁৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰ । তেঁৱেই নিৰ্মাণ কৰিছিল প্ৰথমখন ৰঙীন অসমীয়া চলচ্চিত্ৰ ‘ভাইটি’ (১৯৭২) । তেওঁ প্ৰতিধ্বনি, নিমিলা অংক, মুকুতা, মৰম, মন প্ৰজাপতি আদি কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছিল । বিষ্ণুপ্ৰসাদ ৰাভাৰ দ্বাৰা ৰচিত কেইবাখনো গীতি নাটিকা তেওঁ কলিকতাত ৰেকৰ্ডত বাণীবদ্ধ কৰিছিল । তেওঁ আকাশবাণী কলিকতা আৰু শ্বিলঙত কাৰ্যনিৰ্বাহ কৰিছিল । ১৯৮৫ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 10, 2022
দেওবাৰে দেশৰ ঐতিহাসিক স্মাৰক তাজমহলত বিফল হৈছিল ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা
সমাজ

দেওবাৰে দেশৰ ঐতিহাসিক স্মাৰক তাজমহলত বিফল হৈছিল ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা

August 9, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 9, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 8, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 7, 2022
উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?
সমাজ

উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?

August 6, 2022
Next Post
শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7