VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
August 4, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

আজি ‘বনকোঁৱৰ’ আনন্দিৰাম দাসৰ স্মৃতি দিৱস । তেওঁ আছিল অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ । যোৱাটো শতিকাৰ ত্ৰিছ আৰু চল্লিছৰ দশকত ৰচনা কৰা তেওঁৰ গীতসমূহ চাৰু বৰদলৈ, ভূপেন হাজৰিকাকে ধৰি অসমৰ বিশিষ্ট শিল্পীসকলৰ কণ্ঠত প্ৰাণ পাই উঠিছিল । তেওঁ প্ৰায় এহেজাৰ গীত ৰচনা কৰিছিল । তেওঁৰ প্ৰকাশিত গীতৰ সংকলন দুখন হ’ল বিৰহী আৰু সুৰ নিজৰা । তেওঁৰ আন দুখন গীতৰ পুথি নন্দন আৰু ৰক্তাঞ্জলিয়ে প্ৰকাশৰ মুখ নেদেখিলে । তেওঁ নিজেও গীত গাইছিল । তেওঁৰ গীতৰ কথা আৰু সুৰত থকা বৈশিষ্ট্যলৈ লক্ষ্য কৰি সেইবোৰক বনগীত বুলি কোৱা হয় । গুৱাহাটীৰ প্ৰগতি শিল্পী সংঘই ১৯৫৯ চনত তেওঁক ‘বনকোঁৱৰ’ উপাধি প্ৰদান কৰে । তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ কলিকতা আৰু শ্বিলং-গুৱাহাটীৰ জৰিয়তে শিল্পীসকলৰ দ্বাৰা গান গোৱাই এক জাগৰণৰ সৃষ্টি কৰিছিল । তেওঁ বদন বৰফুকন, পাৰঘাট, লাচিত বৰফুকন, ভক্ত প্ৰহ্লাদ আদি অসমীয়া চলচ্চিত্ৰৰ বাবেও গীত লিখিছিল । তেওঁ ৰচিত একমাত্ৰ নাটকখন হ’ল মোহন মালতী । তেওঁ ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ উপ-সভাপতি আছিল । ১৯৬৯ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । গীতিকাৰগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি জনপ্ৰিয় নেপথ্য গায়ক কিশোৰ কুমাৰৰ ওপজা দিন । ১৯২৯ চনৰ আজিৰ দিনটোতে মধ্যপ্ৰদেশৰ খাণ্ডোৱাত তেওঁৰ জন্ম হৈছিল । তেওঁৰ প্ৰকৃত নাম আছিল আভাস কুমাৰ গাংগুলী । তেওঁ আছিল এগৰাকী নেপথ্য গায়ক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, চিত্ৰনাট্যকাৰ, প্ৰযোজক আৰু পৰিচালক । তেওঁ অনেক চলচ্চিত্ৰৰ গীত গোৱাৰ উপৰি চলতি কা নাম গাড়ী, হাফ টিকেট, নৌকৰি, বন্দী আদি চলচ্চিত্ৰত অভিনয়ো কৰিছিল । তেওঁ জিদ্দি নামৰ চলচ্চিত্ৰখনত গীত গাই বলীউডত গায়ক হিচাপে খোপনি পোতে । তেওঁ আঠবাৰ ফিল্মফেয়াৰ শ্ৰেষ্ঠ গায়কৰ পুৰস্কাৰ লাভ কৰে । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।

Previous Post

তুলসী গছক কিয় তীৰ্থৰ দৰে পৱিত্ৰ গছ বুলি কোৱা হয় জানেনে বাৰু ? আপোনাৰ চোতালত থকা তুলসী জোপায় কিহৰ সংকেত দিয়ে , জানো আহক

Next Post

কাৰ দোষৰ বাবে অন্ধকাৰত ডুব যোৱাৰ আশংকা শিৱসাগৰৰ ঐতিহাসিক শিৱদ’ল,দেৱীদ’ল আৰু বিষ্ণুদ’ল ?

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 7, 2022
উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?
সমাজ

উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?

August 6, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 6, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 5, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 3, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 2, 2022
Next Post
কাৰ দোষৰ বাবে  অন্ধকাৰত ডুব যোৱাৰ আশংকা  শিৱসাগৰৰ ঐতিহাসিক শিৱদ’ল,দেৱীদ’ল আৰু বিষ্ণুদ’ল ?

কাৰ দোষৰ বাবে অন্ধকাৰত ডুব যোৱাৰ আশংকা শিৱসাগৰৰ ঐতিহাসিক শিৱদ’ল,দেৱীদ'ল আৰু বিষ্ণুদ'ল ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7