VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
March 17, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট কথাশিল্পী নিৰুপমা বৰগোহাঞিৰ ওপজা দিন । তেওঁ একাধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু ফ্ৰীলান্স সাংবাদিক হিচাপে খ্যাত । প্ৰসিদ্ধ কথাশিল্পী তথা সাংবাদিক সদ্যপ্ৰয়াত হোমেন বৰগোহাঞিৰ সৈতে বিয়াৰ পূৰ্বে তেওঁ নিৰুপমা তামুলী নামেৰে লিখা-মেলা কৰিছিল । ‘ৰামধেনু’ আলোচনীত প্ৰকাশিত তেওঁৰ ‘এনথ্ৰ’প’লজিৰ সপোন’  নামৰ গল্পটোৱে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল । ১৯৯৬ চনত প্ৰকাশিত আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ আধাৰত ৰচিত ‘অভিযাত্ৰী’ নামৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । ২০০৩ চনত তেওঁ অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰে । সাংবাদিক হিচাপেও তেওঁ ১৯৬৮ চনৰ পৰা ‘নীলাচল’ কাকতৰ সহকাৰী সম্পাদক আৰু পৰৱৰ্তী সময়ত সাপ্তাহিক ‘জনজীৱন’ আৰু ‘সাঁচিপাত’ কাকতৰ সম্পাদকৰ দায়িত্ব বহন কৰে । যশস্বী লেখিকা প্ৰবীণা শইকীয়াৰ স্মৃতিত অসম লেখিকা সংস্থাৰ (বৰ্তমানৰ লেখিকা সংস্থা, অসম) উদ্যোগত প্ৰদান কৰা প্ৰবীণা শইকীয়া বঁটাও (২০০০) তেওঁ লাভ কৰে । সেই নদী নীৰৱধি, এজন বুঢ়া মানুহ, হৃদয় এটা নিৰ্জন দ্বীপ, কেকটাছৰ ফুল আদি তেওঁৰ সাহিত্য কৃতিসমূহৰ ভিতৰত অন্যতম । এইগৰাকী সাহিত্যিকক জনালোঁ ওপজা দিনৰ ওলগ ।

আজি ভাৰতীয় বংশোদ্ভৱ মাৰ্কিন মহাকাশচাৰী কল্পনা চাওলাৰ ওপজা দিন । ১৯৬২ চনৰ আজিৰ দিনটোতে হাৰিয়ানাৰ কৰ্ণালত তেওঁৰ জন্ম হৈছিল । পিছত ১৯৯১ চনত তেওঁ মাৰ্কিন নাগৰিকত্ব গ্ৰহণ কৰে । ১৯৮৮ চনত মাৰ্কিন মহাকাশ সংস্থা ‘নাছা’ত কৰ্মজীৱনৰ আৰম্ভণি কৰে । ১৯৮৬ চনৰ ১৯ নৱেম্বৰত তেওঁৰ প্ৰথম মহাকাশ যাত্ৰা আৰম্ভ হয় ।এই কৃতিত্বৰ অধিকাৰী তেৱেঁই আছিল প্ৰথমগৰাকী ভাৰতীয় মহিলা । কিন্তু ২০০০ চনত মাৰ্কিন মহাকাশযান ‘কলম্বিয়া’ দুৰ্ঘটনাত পতিত হোৱাত তাত থকা যি সাতগৰাকী মহাকাশচাৰীৰ মৃত্যু ঘটিছিল তাৰ ভিতৰত কল্পনা চাওলাও আছিল । প্ৰতিগৰাকী ভাৰতীয়ক গৌৰৱান্বিত কৰা এইগৰাকী মহাকাশচাৰীক আমাৰ প্ৰণাম ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

অসমীয়াৰ অতি আদৰৰ কোমল চাউল বাপতিসাহোন বিহুৰ প্ৰধান জলপান । কোমল চাউলৰ বিষয়ে জানো আহকচোন

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 25, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 24, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 21, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 20, 2022
স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে জুলাইৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ’ব উমৈহতীয়া প্ৰৱেশ পৰীক্ষা
সমাজ

স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে জুলাইৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ’ব উমৈহতীয়া প্ৰৱেশ পৰীক্ষা

May 19, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 19, 2022
Next Post
অসমীয়াৰ অতি আদৰৰ কোমল চাউল বাপতিসাহোন বিহুৰ প্ৰধান জলপান । কোমল চাউলৰ বিষয়ে জানো আহকচোন

অসমীয়াৰ অতি আদৰৰ কোমল চাউল বাপতিসাহোন বিহুৰ প্ৰধান জলপান । কোমল চাউলৰ বিষয়ে জানো আহকচোন

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7