VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
March 18, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

আজি জনপ্ৰিয় কণ্ঠশিল্পী অৰ্চনা মহন্তৰ ওপজা দিন । অসমীয়া আধুনিক গীত, ভক্তিমূলক গীত, লোকগীত, বিহুগীতৰ উপৰি চলচ্চিত্ৰৰ গীততো তেওঁ কণ্ঠদান কৰিছিল । ১৯৪৯ চনৰ আজিৰ দিনটোতে জন্ম লাভ কৰা অৰ্চনা মহন্ত আকাশবাণীৰ স্বীকৃত কণ্ঠশিল্পী আছিল । তেওঁ অপেছাদাৰী মঞ্চত অভিনয়ো কৰিছিল । তেওঁ আছিল ‘বিহুগীতৰ সম্ৰাট’ বুলি খ্যাত খগেন মহন্তৰ পত্নী আৰু নতুন প্ৰজন্মৰ জনপ্ৰিয় শিল্পী পাপনৰ মাতৃ । হোমৰ জুই জ্বলিছে, শালিকী অ’ অবুজন চৰাইজনী, অ’ ফুলপাহ হালিছ জালিছ আদি তেওঁৰ একক কণ্ঠৰ কেইটামান জনপ্ৰিয় গীত । খগেন মহন্তৰ সৈতেও তেওঁৰ দ্বৈতকণ্ঠৰ কেইবাটাও গীত অতি জনপ্ৰিয় । অসম চৰকাৰে অৰ্চনা মহন্তক ‘শিল্পী বঁটা’ৰে সন্মানিত কৰিছিল । এইগৰাকী কণ্ঠশিল্পীলৈ আমাৰ প্ৰণাম ।

আজি জনপ্ৰিয় ৰহস্য সাহিত্যিক ৰংমনৰ ওপজা দিন । পঢ়ুৱৈৰ মাজত তেওঁ ৰংমন ছদ্মনামেৰেহে জনাজাত যদিও তেওঁৰ আচল নাম আছিল ৰবীন দে । ১৯২২ চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ নাজিৰাত জন্ম লাভ কৰা ৰংমনৰ অমৰ কীৰ্তি ‘দস্যু ভাস্কৰ’ শৃংখলাৰ ৰহস্য উপন্যাসসমূহ আজিও অতি জনপ্ৰিয় । তেওঁৰ ‘দস্যু ভাস্কৰ’ শৃংখলাটো ৬১খন উপন্যাসৰ সমষ্টি আছিল । ‘দস্যু ভাস্কৰৰ আবিৰ্ভাৱ’ আছিল এই শৃংখলাটোৰ প্ৰথমখন উপন্যাস । তেওঁ ‘পৱন ছিৰিজ’ নামৰ আন এটা শৃংখলাও লিখিছিল । এসময়ৰ জনপ্ৰিয় আৰু অধুনালুপ্ত ‘ছোভিয়েট দেশ’ আলোচনীৰ সৈতে কৰ্মসূত্ৰে জড়িত ৰংমনে লিখা প্ৰথমখন ৰহস্য উপন্যাস আছিল ‘কুঁৱলীৰ আঁৰে আঁৰে’ । ‘নিপাতৰ পাত’ তেওঁৰ সামাজিক উপন্যাস । ডাকু, পৱন কোঁৱৰ আৰু পৰ্বতৰ ৰিঙনি আছিল তেওঁৰ শিশু-উপন্যাস । এইগৰাকী ৰহস্য সাহিত্যিকলৈ আমাৰ প্ৰণাম ।

Previous Post

ৰাছিয়ান ৰকেট আক্ৰমণত নিহত ইউক্ৰেইনৰ প্ৰখ্যাত অভিনেত্ৰী , দেশৰ সর্বোচ্চ সন্মানেৰে হৈছিল সন্মানিত

Next Post

গুজৰাটত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিকোৱা হ’ব ভগৱৎ গীতা

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 19, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 18, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 17, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 15, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 13, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 12, 2022
Next Post
গুজৰাটত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ  শিকোৱা হ’ব ভগৱৎ গীতা

গুজৰাটত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিকোৱা হ’ব ভগৱৎ গীতা

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7