VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
March 21, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

আজি প্ৰখ্যাত চেহনাই বাদক ওস্তাদ বিছমিল্লা খাঁৰ ওপজা দিন । ১৯২৪ চনৰ আজিৰ দিনটোতে ব্ৰিটিছৰ অধীনস্থ ভাৰতৰ উৰিষ্যা প্ৰদেশৰ (বৰ্তমান বিহাৰৰ) ছাহাবাদ জিলাৰ ডুমৰাওত তেওঁৰ জন্ম হৈছিল । চেহনাই আছিল প্ৰাচীন কালৰে পৰাই পৰম্পৰাগতভাৱে প্ৰচলিত এবিধ লোকবাদ্য । স্কুলীয়া দিনতে কোনো কোনো পৰম্পৰাগত উৎসৱ-পাৰ্বণত তেওঁ চেহনাই বজাইছিল যদিও পিছলৈ এই বাদ্যবিধক তেওঁ নিজৰ সাধনাৰ জৰিয়তে বিশেষ মৰ্যাদা প্ৰদান কৰিবলৈ সক্ষম হয় । ২০০১ বৰ্ষত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰা হয় । তদুপৰি তেওঁক সংগীত নাটক একাডেমী বঁটা আৰু পদ্মবিভূষণ সন্মানো প্ৰদান কৰা হয় । বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু বিশ্বভাৰতী বিশ্ববিদ্যালয়ে (শান্তিনিকেতন) তেওঁক সন্মানসূচক ডক্টৰেট প্ৰদান কৰে । এইগৰাকী মহান শিল্পীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট শিশু-সাহিত্যিক ডাঃ নগেন দত্তৰ ওপজা দিন । অসমীয়া শিশু-সাহিত্যৰ জগতখনলৈ তেওঁৰ অৱদান অনেক । তেওঁ ‘এণ্ডি খুৰা’ ছদ্মনামেৰে শিশু-সাহিত্য ৰচনা কৰিছিল । প্ৰকৃত নামটোতকৈ ছদ্মনামটোৰেহে তেওঁ অধিক খ্যাত । এইগৰাকী শিশু-সাহিত্যিকলৈ আমাৰ প্ৰণাম ।

Previous Post

চুলি সৰিছে নেকি? প্ৰতিৰোধৰ আছে উপায় ।জানো আহক

Next Post

গুৱাহাটীৰ বশিষ্ঠত ভয়াবহ অগ্নিকাণ্ড

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 28, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 27, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 26, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 25, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 24, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 21, 2022
Next Post
গুৱাহাটীৰ বশিষ্ঠত ভয়াবহ অগ্নিকাণ্ড

গুৱাহাটীৰ বশিষ্ঠত ভয়াবহ অগ্নিকাণ্ড

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7