VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
March 22, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

আজি ‘ধ্বনি কবি’ বিনন্দ চন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস । সৰুৰে পৰাই তেওঁ সাহিত্য চৰ্চা কৰিছিল । হাতে লিখা আলোচনী ‘প্ৰভাত’ত প্ৰকাশ পাইছিল তেওঁৰ প্ৰথমটো কবিতা ‘অসম’ । তেঁৱেই সম্পাদনা কৰিছিল আলোচনীখন । ১৯২১ চনত তেওঁ ছাত্ৰ সভাৰ মুখপত্ৰ ‘জেউতি’ সম্পাদকৰ দায়িত্ব লয় । পিছলৈ তেওঁ ‘মিলন’ নামৰ আলোচনী এখনো সম্পাদনা কৰিছিল । শংখধ্বনি, প্ৰতিধ্বনি, শিশুধ্বনি, জয়ধ্বনি আদি তেওঁৰ কবিতা পুথি । তদুপৰি তেওঁ ৰাজস্থানৰ গল্প, অসম গৌৰৱ, ল’ৰাৰ বেজবৰুৱা আদি আন গ্ৰন্থও ৰচনা কৰিছিল । ১৯৬৬ চনত লক্ষীমপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ তেওঁ সভাপতি আছিল । ১৯২৪ চনত তেওঁ অসম ছাত্ৰ সন্মিলনৰো প্ৰধান সম্পাদক হৈছিল ।১৯৯৪ চনৰ আজিৰ দিনটোতে তেওঁ ইহ সংসাৰৰ পৰা বিদায় লৈছিল । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।

আজি মহাকবি গ্যাটেৰ স্মৃতি দিৱস । তেওঁৰ সম্পূৰ্ণ নামটো আছিল ইয়োহান ৱল্ফগাং ভন গ্যাটে । তেওঁ আছিল একাধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, দাৰ্শনিক, বিজ্ঞানী, চিত্ৰশিল্পী, কূটনীতিক তথা প্ৰশাসক । জৰ্জ ইলিয়টে তেওঁৰ বিষয়ে কৈছিল — ‘জাৰ্মানীৰ শ্ৰেষ্ঠতম গুণী ব্যক্তি তথা পৃথিৱীৰ সৰ্বশেষ সঁচা অৰ্থৰ বহুশাস্ত্ৰজ্ঞ । তেওঁৰ শ্ৰেষ্ঠ সাহিত্য কৃতি হৈছে দুটা খণ্ডত ৰচিত নাটক ফাউষ্ট । ১৮৩২ চনৰ আজিৰ দিনটোতে জাৰ্মানীত তেওঁৰ মৃত্যু হয় । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

পাকঘৰত বিচাৰি পোৱা ৰান্ধনি মচলাৰেও কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। জানো আহক

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 28, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 27, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 26, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 25, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 24, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 21, 2022
Next Post
কৰ্কটৰোগ  ইয়াৰ লক্ষণ আৰু  প্ৰতিৰোধক কিছু খাদ্য

পাকঘৰত বিচাৰি পোৱা ৰান্ধনি মচলাৰেও কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। জানো আহক

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7