VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
April 24, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

আজি অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ ওপজা দিন । ১৮৮৮ চনৰ আজিৰ দিনটোতে হাজোত তেওঁৰ জন্ম হৈছিল । তেওঁ এগৰাকী মুক্তিযোদ্ধাও আছিল । ১৯৫০ চনৰ ১২ আগষ্টৰ পৰা ১৯৫৭ চনৰ ২৮ ডিচেম্বৰলৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী আছিল । তেওঁ ১৯৫৭ চনৰ ২৮ ডিচেম্বৰৰ পৰা ১৯৬৪ চনৰ ৪ এপ্ৰিললৈ তেতিয়াৰ মাদ্ৰাজ ৰাজ্যৰ (বৰ্তমানৰ তামিলনাডু) ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । এইগৰাকী ৰাজনীতিকলৈ আমাৰ প্ৰণাম ।

আজি বিখ্যাত ভাৰতীয় চিত্ৰশিল্পী যামিনী ৰয়ৰ স্মৃতি দিৱস । তেওঁ বাংলাৰ বিখ্যাত লোকচিত্ৰ কালীঘাট পটচিত্ৰ শিল্পক নতুন মাত্ৰা প্ৰদান কৰে । তেওঁ গ্ৰাম্য বাংলাৰ লোককলা পুতলা, গাঁৱলীয়া মানুহৰ সুখ-দুখৰ চিত্ৰ অংকন কৰিছিল । তেওঁ ভাৰতৰ বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা সত্যজিত ৰায়ৰ পিতৃ আছিল । তেওঁ আছিল চাৰু শিল্পৰ সৰ্বশ্ৰেষ্ঠ সন্মান ললিত কলা একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী শিল্পী । ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ সন্মান প্ৰদান কৰে । ১৯৭২ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।

আজি হিন্দী সাহিত্যৰ প্ৰসিদ্ধ সাহিত্যিক ৰামধাৰী সিং ‘দিনকৰ’ৰ স্মৃতি দিৱস । তেওঁ আছিল হিন্দী সাহিত্যৰ এগৰাকী আগশাৰীৰ কবি, সাহিত্য সমালোচক তথা নিবন্ধকাৰ । তেওঁক আধুনিক যুগৰ শ্ৰেষ্ঠ ‘বীৰ ৰস’ৰ কবি বুলি কোৱা হয় । তেওঁ এগৰাকী মুক্তিযুঁজাৰু, ৰাজ্যসভাৰ সদস্য, সাংবাদিক তথা চেতাৰবাদকো আছিল । তেওঁৰ ‘কুৰুক্ষেত্ৰ’ নামৰ কাব্যগ্ৰন্থখনে পৃথিৱীৰ এশখন কাব্যগ্ৰন্থৰ ভিতৰত ৭৪ সংখ্যক স্থান লাভ কৰে । ‘উৰ্বশী’ কাব্যগ্ৰন্থৰ বাবে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰে । তেওঁ সাহিত্য অকাডেমি বঁটাও লাভ কৰে । ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ সন্মানো প্ৰদান কৰে । ১৯৭৪ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

য’ত গছেও কথা পাতে সেউজীয়াৰে সেউজীয়া হৈ দুচকুত সপোন ৰচে। নীলা আকাশৰ বুকুত সূৰ্য হেৰাই যোৱাত গভীৰ জলৰাশিয়ে মায়াবী ৰহণ সানে। সপোন সুন্দৰীৰ কোলাত এটি মায়াময় জোনাকী ৰাতি

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 19, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 18, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 17, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 15, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 13, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 12, 2022
Next Post
য’ত গছেও কথা পাতে  সেউজীয়াৰে সেউজীয়া হৈ দুচকুত সপোন ৰচে। নীলা আকাশৰ বুকুত সূৰ্য হেৰাই যোৱাত গভীৰ জলৰাশিয়ে মায়াবী ৰহণ সানে। সপোন সুন্দৰীৰ কোলাত এটি মায়াময় জোনাকী ৰাতি

য'ত গছেও কথা পাতে সেউজীয়াৰে সেউজীয়া হৈ দুচকুত সপোন ৰচে। নীলা আকাশৰ বুকুত সূৰ্য হেৰাই যোৱাত গভীৰ জলৰাশিয়ে মায়াবী ৰহণ সানে। সপোন সুন্দৰীৰ কোলাত এটি মায়াময় জোনাকী ৰাতি

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7