VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
May 3, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট সাংবাদিক কীৰ্তিনাথ হাজৰিকাৰ স্মৃতি দিৱস । তেওঁ অসমীয়া অনুবাদ সাহিত্য, ব্যংগ সাহিত্য, শিশু-সাহিত্য আৰু নাট্য সাহিত্যলৈও প্ৰভূত বৰঙণি আগবঢ়াই থৈ গৈছে । ১৯৪৬ চনত তেওঁ ‘দৈনিক অসমীয়া’ কাকতত উপ-সম্পাদক হিচাপে সাংবাদিক জীৱনৰ আৰম্ভণি কৰে । ১৯৪৮ চনত কাকতখন বন্ধ হোৱাত ‘নতুন অসমীয়া’ কাকতত সহকাৰী সম্পাদক হিচাপে যোগদান কৰে । তেওঁ কিছুদিন ‘ৰামধেনু’ আলোচনীখনো সম্পাদনা কৰিছিল । আকাশবাণী দিল্লী আৰু গুৱাহাটী কেন্দ্ৰত সহকাৰী বাৰ্তা সম্পাদকৰ দায়িত্বও পালন কৰিছিল । তেওঁ আছিল ‘দৈনিক অসম’ কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক । তেওঁৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল এৰাবিয়ান নাইটছৰ অসমীয়া অনুবাদ ‘এহেজাৰ এনিশাৰ সাধু’, ‘ফুটুকাৰ ফেন’, ‘অসমীয়া সাংবাদিকতা, অসম আৰু নেতৃত্ব’ আদি । ১৯৯৭ চনত তেওঁ অনুবাদ সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে । ১৯৮৯ চনত লাভ কৰে অসম চৰকাৰে প্ৰদান কৰা শংকৰদেৱ বঁটা । ২০০২ চনৰ আজিৰ দিনটোতে এইগৰাকী বিশিষ্ট সাংবাদিকৰ পৰলোকপ্ৰাপ্তি ঘটে । তেওঁলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম ।

আজি বিশিষ্ট গল্পকাৰ তথা চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাৰ ওপজা দিন । তেওঁ অসমীয়া আধুনিকতাবাদী ধাৰাটোৰ অন্যতম গল্পকাৰ । এই ধাৰাটোৰ প্ৰৱৰ্তক আছিল সৌৰভ কুমাৰ চলিহা । দ্য আছাম ট্ৰিবিউন কাকতত ষ্টাফ ৰিপ’ৰ্টাৰ হিচাপে কৰ্মজীৱনৰ পাতনি মেলা অপূৰ্ব শৰ্মাই নগাঁও ছোৱালী মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰি তাৰ পৰাই অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে । তাৰ পিছত দ্য ছেণ্টিনেল কাকত গোষ্ঠীৰ দৈনিক অসমীয়া বাতৰি কাকত ‘আজিৰ অসম’ৰ সম্পাদক পদত দহ বছৰকাল কাৰ্যনিৰ্বাহ কৰে । ২০০০ চনত তেওঁ ‘বাঘে টাপুৰ ৰাতি’ নামৰ গল্প স‌কলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে । ২০০২ চনত অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ নামৰ সমালোচনামূলক গ্ৰন্থখনৰ বাবে তেওঁ চলচ্চিত্ৰ বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা স্বৰ্ণকমল লাভ কৰে । ১০১৫ চনত তেওঁ অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰে । শুভবাৰ্তা, নাগৰিক, শব্দ প্ৰতিমা সাহিত্য চলচ্চিত্ৰ, শীতৰ বতাহ আৰু বৰষুণ আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ । এইগৰাকী বিশিষ্ট সাহিত্যিক তথা সাংবাদিকলৈ ওপজা দিনৰ ওলগ জনালোঁ ।

Previous Post

পৱিত্ৰ-ঈদ-উল-ফিটৰ

Next Post

গুৱাহাটীৰ মেয়ৰ হ’ব মৃগেন শৰণীয়া, ঘোষণা কৰিলে বিজেপিয়ে

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 19, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 18, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 17, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 15, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 13, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 12, 2022
Next Post
গুৱাহাটীৰ মেয়ৰ হ’ব মৃগেন শৰণীয়া, ঘোষণা কৰিলে বিজেপিয়ে

গুৱাহাটীৰ মেয়ৰ হ’ব মৃগেন শৰণীয়া, ঘোষণা কৰিলে বিজেপিয়ে

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

May 19, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7