VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
May 5, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ডঃ ময়িদুল ইছলাম বৰাৰ স্মৃতি দিৱস । তেওঁ কটন মহাবিদ্যালয়ৰ পৰা স্নাতক হৈ ঢাকা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু বিশ্ববিদ্যালয়খনতে অধ্যাপনা কৰিবলৈ লয় । পিছত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ফাৰ্চী কবি আমীৰ হাছানৰ বিষয়ে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে । তেওঁ মীৰ্জা নাথনে লিখা ‘বাহাৰিস্তান-ই-গাইবী’ ইংৰাজীলৈ অনুবাদ কৰিছিল । তেওঁৰ আন দুখন গ্ৰন্থ হ’ল My First Reader আৰু My Second Reader. । ১৯৪০ চনত যোৰহাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৪৪ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটিছিল । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।

আজি প্ৰথম অসমীয়া মহিলা স্নাতক সুধালতা দুৱৰাৰ স্মৃতি দিৱস । ১৯১৪ চনত তেওঁ বেথোন কলেজৰ পৰা সংস্কৃতত সন্মান সহকাৰে স্নাতক ডিগ্ৰী লাভ কৰে । তাৰ পাছত ডিঅ’চেছান কলেজৰ পৰা বিটি ডিগ্ৰী লাভ কৰে আৰু ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । তেওঁ বেথোন কলেজিয়েট স্কুলত শিক্ষকতা কৰাৰ পিছত এলাহাবাদ ক্ৰছৱেইট কলেজত যোগদান কৰি ১৯২৫ চনত তাৰ অধ্যক্ষা হয় । ১৯২৮ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী বিদূষীলৈ আমাৰ প্ৰণাম ।

আজি মনীষী কাৰ্ল মাৰ্ক্সৰ ওপজা দিন । ১৮১৮ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ কিংডম অব প্ৰুচিয়াত তেওঁৰ জন্ম হৈছিল । তেওঁ প্ৰৱৰ্তন কৰা ৰাজনৈতিক ধাৰাটোক মাৰ্ক্সবাদী ধাৰা বুলি কোৱা হয় । তেওঁ আছিল একাধাৰে দাৰ্শনিক, অৰ্থনীতিবিদ, ইতিহাসবিদ, সমাজবিজ্ঞানী, ৰাজনৈতিক তত্ত্ববিদ, সাংবাদিক আৰু সমাজতান্ত্ৰিক বিপ্লৱী । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।

Previous Post

হেঁপাহ পলুৱাই হাঁহক। নিজেও হাঁহক আৰু আনকো হহুৱাওক। হাঁহিৰে সকলোৰে মন জয় কৰাৰ উপৰিও আছে হাঁহিৰ বহুত নজনা কথা

Next Post

সংবাদ মাধ্যম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী !

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 25, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 24, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 21, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 20, 2022
স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে জুলাইৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ’ব উমৈহতীয়া প্ৰৱেশ পৰীক্ষা
সমাজ

স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে জুলাইৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ’ব উমৈহতীয়া প্ৰৱেশ পৰীক্ষা

May 19, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 19, 2022
Next Post
ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধত কোনো এটা পক্ষই জয়ী হ’ব নোৱাৰে : প্ৰধানমন্ত্ৰী মোদী

সংবাদ মাধ্যম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী !

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7