VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
May 18, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

আজি পাৰস্যৰ বিখ্যাত কবি ওমৰ খায়ামৰ ওপজা দিন । ১০৪৮ চনৰ আজিৰ দিনটোতে ইৰাণৰ নিশ্বাপুৰ, খোৰাছনত তেওঁৰ জন্ম হয় । তেওঁৰ সম্পূৰ্ণ নামটো আছিল আবুন ফাতহ উমৰ ইবন ইব্ৰাহিম আল আইয়াম গিয়াছুদ্দিন । তেওঁ আছিল এগৰাকী কবি, গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ । তেওঁ খোৰাছন আৰু পশ্চিম পাৰস্যৰ বিভিন্ন স্থানত দৰ্শন শাস্ত্ৰৰ অধ্যাপনা কৰিছিল । পিছলৈ তেওঁ গণিত শাস্ত্ৰৰ গৱেষণাত মন দিয়ে । তেওঁ আছিল পাৰস্যৰ চুলতান আলাউদ্দিন মালিকৰ ৰাজসভাৰ জ্যোতিৰ্বিদ । চুলতানৰ নিৰ্দেশমৰ্মে তেওঁ আন সাতজন সহযোগীৰ সৈতে ১০৭৪-৭৫ চনত পাৰ্চী বৰ্ষপঞ্জীৰ সংস্কাৰ সাধন কৰে । তেওঁৰ জীৱনৰ বিশেষ কীৰ্তি হ’ল ‘ৰুবায়েৎ’ । তেওঁলৈ বিশ্বজোৰা খ্যাতি কঢ়িয়াই অনা এই কাব্যগ্ৰন্থখনত পাঁচশৰো অধিক কবিতা সংকলিত হৈছে । পৃথিৱীৰ প্ৰায়ভাগ ভাষালৈ অনূদিত এই কাব্যগ্ৰন্থখন ‘ওমৰতীৰ্থ’ নামেৰে অসমীয়ালৈ অনুবাদ কৰিছে কবি যতীন্দ্ৰনাথ দুৱৰাই । এইগৰাকী কবিলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট দাৰ্শনিক বাৰ্ট্ৰাণ্ড ৰাছেলৰ ওপজা দিন । ১৮৭২ চনৰ আজিৰ দিনটোতে ইউনাইটেড কিংডমৰ ট্ৰেলেকত তেওঁৰ জন্ম হৈছিল । তেওঁৰ সম্পূৰ্ণ নামটো আছিল বাৰ্ট্ৰাণ্ড আৰ্থাৰ উইলিয়াম ৰাছেল । তেওঁ আছিল একাধাৰে দাৰ্শনিক, গণিতজ্ঞ আৰু সাহিত্যিক । তদুপৰি তেওঁ এগৰাকী মানৱাধিকাৰৰ প্ৰবক্তাও আছিল । প্ৰিন্সিপিয়া মেথেমেটিকা, দ্য কুৱেষ্ট অব হেপিনেছ, ৰিলিজিয়ন এণ্ড ছায়েন্স আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ । ১৯৫০ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰে । এইগৰাকী বৰেণ্য ব্যক্তিলৈ আমাৰ প্ৰণাম ।

Previous Post

গৰমৰ দিনত কুঁজী থেকেৰাৰে মাছ ৰান্ধি খায় নিশ্চয়। খালে কি হয় জানো আহক

Next Post

আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 29, 2022
প্ৰাতঃস্মৰণ: আজি অসমীয়া চলচ্চিত্ৰ জগতৰ ভোটাতৰা স্বৰূপ ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস
সমাজ

প্ৰাতঃস্মৰণ: আজি অসমীয়া চলচ্চিত্ৰ জগতৰ ভোটাতৰা স্বৰূপ ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস

June 28, 2022
২৬জুন দেওবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আন্তঃৰাষ্ট্ৰীয়  ড্ৰাগছ সেৱন বিৰোধী দিৱস  পালন
সমাজ

২৬জুন দেওবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন বিৰোধী দিৱস পালন

June 27, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 27, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 26, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 25, 2022
Next Post
আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7