VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
June 21, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

আজি ‘সেউজ কোঁৱৰ’ পৰাগধৰ চলিহাৰ স্মৃতি দিৱস । তেওঁ এগৰাকী শিক্ষাবিদ, অভিনেতা আৰু সংগীতজ্ঞ আছিল । তেওঁ শিৱসাগৰ কলেজৰ অধ্যক্ষ আছিল । তেওঁ চিৰাজ, অপৰাজেয়, এণ্টনি মোৰ নাম আদি চলচ্চিত্ৰত অভিনয় কৰিছিল । পিয়লি ফুকন, শোণিত কুঁৱৰী আদি নাটকতো তেওঁ অভিনয় কৰিছিল । জাতীয়তাবাদী ভাবধাৰাৰ চলিহাই ৰাজনীতিতো যোগদান কৰিছিল । অসমীয়া সংস্কৃতি আৰু সাহিত্য, অসমীয়া সংস্কৃতিৰ সুকাণ্ড আদি কেইবাখনো গ্ৰন্থ তেওঁ ৰচনা কৰি থৈ গৈছে । তেওঁ সংগীত নাটক একাডেমিৰ সদস্য হোৱাৰ উপৰি অসম সাহিত্য সভাৰ সম্পাদক তথা উপসভাপতিও আছিল । ১৯৯৯ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।

আজি ফৰাছী দাৰ্শনিক, নাট্যকাৰ, সমালোচক জাঁ পল ছৰ্ত্ৰেৰ ওপজা দিন । ১৯০৫ চনৰ আজিৰ দিনটোতে পেৰিচত তেওঁৰ জন্ম হৈছিল । তেওঁ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানত দৰ্শনৰ শিক্ষকতা কৰিছিল যদিও দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফৰাছী সেনা বাহিনীত এগৰাকী মেটেৰোলজিষ্ট হিচাপে যোগদান কৰে । তেওঁ হিটলাৰৰ নাজী বাহিনীৰ হাতত বন্দীও হয় । যুদ্ধবন্দী অৱস্থাতে তেওঁ নিজৰ প্ৰথমখন নাটক লিখে । তেওঁ নাটকৰ উপৰি উপন্যাস, চুটিগল্প আৰু সমালোচনামূলক গ্ৰন্থও লিখিছিল । ১৯৬৪ চনত তেওঁলৈ সাহিত্যৰ নবেল বঁটা আগবঢ়োৱা হৈছিল যদিও তেওঁ তাক প্ৰত্যাখ্যান কৰিছিল । প্ৰখ্যাত নাৰীবাদী নেত্ৰী ছিমন ডি বিউভোয়াৰৰ সৈতে তেওঁৰ মুক্ত বৈবাহিক সম্পৰ্ক আছিল । এইগৰাকী দাৰ্শনিক, সাহিত্যিকলৈ আমাৰ প্ৰণাম ।

Previous Post

প্ৰেমৰ প্ৰতীক গোলাপক ফুলৰ ৰাণী বুলি কোৱা হয়। সৌন্দৰ্যময়ী গোলাপৰো আছে আৰু বহুত নজনা কথা

Next Post

আজি অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

Related Posts

উদ্বেগ আৰু অস্থিৰতাই আপোনাক বিচলিত কৰিছে নেকি ? গৰমত কি ফলে সকাহ দিব পাৰে?
সমাজ

উদ্বেগ আৰু অস্থিৰতাই আপোনাক বিচলিত কৰিছে নেকি ? গৰমত কি ফলে সকাহ দিব পাৰে?

June 6, 2023
ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?
সমাজ

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?

May 24, 2023
দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা
সমাজ

দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা

April 13, 2023
জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?
সমাজ

জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

April 4, 2023
ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?
সমাজ

ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

April 4, 2023
সুৰাৰ বটলত গামোচা বিতৰ্ক
সমাজ

সুৰাৰ বটলত গামোচা বিতৰ্ক

April 4, 2023
Next Post
আজি অষ্টম আন্তঃৰাষ্ট্ৰীয়  যোগ দিৱস

আজি অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7