VOICE 24x7
Wednesday, November 29, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰায় ৫০০০ বছৰ পুৰণি দিল্লীৰ ‘পুৰাণ কিলা’

'পুৰাণ কিলা'ৰ প্ৰকৃত নাম 'বাঘৰ দুৰ্গ', যাক বহুতে  পাণ্ডৱৰ দুৰ্গ বুলিও কয়

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 22, 2022
in সমাজ
প্ৰায় ৫০০০ বছৰ পুৰণি দিল্লীৰ ‘পুৰাণ কিলা’
0
SHARES
49
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ৰাজধানী দিল্লী, যি বহু ঐতিহাসিক স্থানেৰে ভৰা । ইয়াত একাধিক ঐতিহাসিক ঠাই আছে যাৰ আছে নিজা কিছু  পৃথক কাহিনী । মোগল যুগৰ বেছিভাগ অট্টালিকাই  দিল্লীত অৱস্থিত ৷দেশৰ  ৰাজাধানী চহৰ দিল্লীত  এটা অট্টালিকা আছে  যি  প্ৰায় ৫০০ বছৰ পুৰণি ৷ কিন্তু  ইয়াক কোনো মোগল শাসকে নিৰ্মাণ কৰা নাছিল ৷  এই অট্টালিকা নিৰ্মাণ কৰিছিল চুৰি ৰাজবংশৰ তদানীন্তন সম্ৰাট শ্বেৰ শ্বাহ চুৰীয়ে ।

হিন্দু ইতিহাস অনুসৰি, এই দুৰ্গ ইন্দ্ৰপ্ৰস্থ নামৰ ঠাইত অৱস্থিত ৷ মহাভাৰতৰ যুগৰো আগৰ প্ৰায় ৫০০০ বছৰ পুৰণি  যি  এসময়ত পাণ্ডৱৰ বিশাল ৰাজধানী আছিল। কোৱা হয় যে এই  দুৰ্গতেই , হুমায়ুনে চিৰিৰ পৰা পৰি মৃত্যু বৰণ কৰিছিল। এই দুৰ্গটোত তিনিটা খিলানযুক্ত প্ৰৱেশদ্বাৰ আছে, যাৰ ভিতৰত আছে পশ্চিমৰ ডাঙৰ দুৱাৰ , দক্ষিণত হুমায়ুনৰ দুৱাৰ আৰু তালুকি দ্বাৰ। এই তিনিখন  প্ৰৱেশদ্বাৰেই  দুমহলীয়া, যাৰ দুয়োফালে বুৰ্জ, বাৰান্দা আৰু  মণ্ডপো আছে, যি এই দুৱাৰবোৰক অধিক আকৰ্ষণীয় কৰি তোলে।

পাণ্ডৱৰ এই দুৰ্গটোক পুৰণি দুৰ্গ বুলি কোৱা হয় ৷ দিল্লীত অৱস্থিত এই  পুৰণি কিল্লাটোৰ আছে এক আশ্চৰ্যকৰ ইতিহাস । এই অঞ্চলত পৰ্যটকৰ সমাগম যথেষ্ট হোৱা দেখা যায়।আনহাতে  ইয়াত প্ৰতি সন্ধিয়া এক বিশাল ‘শব্দ আৰু পোহৰ প্ৰদৰ্শনী’ৰ আয়োজন কৰা হয়।  ইয়াক দিল্লীৰ আটাইতকৈ ডাঙৰ দূৰ্গ বুলিও গণ্য কৰা হয়। দিল্লীৰ আটাইতকৈ পুৰণি  হোৱাৰ বাবে, ইয়াক পুৰাণ কিলা বুলিও  কোৱা হয়। অৱশ্যে, ইয়াৰ প্ৰকৃত নাম বাঘৰ দুৰ্গ, যাক বহুতে  পাণ্ডৱৰ দুৰ্গ বুলিও কয়।

বহুলোকে এই দূৰ্গটো মহাভাৰতৰ সময়ৰ বুলি কয়।এই পুৰণি দুৰ্গটোৰ ওচৰত কুন্তী দেৱীৰ এটা মন্দিৰ আছে যি মন্দিৰ মাতা কুন্তীয়ে ইয়াত বাস কৰিবলৈ অহাৰ সময়ত নিৰ্মাণ কৰিছিল বুলি কোৱা হয় ৷

যদি আপুনিও ইয়ালৈ যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে  বন্ধৰ দিনবোৰত আপুনি সহজেই এই  পুৰণি দুৰ্গলৈ যাব পাৰে। ই দিল্লী চিৰিয়াখানাৰ ওচৰত অৱস্থিত।

Previous Post

১৮ আৰু ১৯ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত “শোণিতজ্যোতিকা” –

Next Post

সদ্য ঘোষিত এচিএছ পৰীক্ষাৰ ফলাফলক লৈ উৎফুল্লিত কৃষ্ণাইৰ ষ্টেপচ একাডেমি

Related Posts

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়
সমাজ

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়

August 21, 2023
ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ
সমাজ

ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ

August 21, 2023
৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ
সমাজ

৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ

August 19, 2023
সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’
সমাজ

সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’

August 19, 2023
পাঁচ বছৰীয়া শিশুক লিভাৰ দান তিনি বছৰীয়া শিশুৰ! এহাল পিতৃ-মাতৃৰ সাহসী সিদ্ধান্তই জীৱন দিলে আন এটি শিশুক
সমাজ

পাঁচ বছৰীয়া শিশুক লিভাৰ দান তিনি বছৰীয়া শিশুৰ! এহাল পিতৃ-মাতৃৰ সাহসী সিদ্ধান্তই জীৱন দিলে আন এটি শিশুক

July 20, 2023
৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !
সমাজ

৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !

July 12, 2023
Next Post
সদ্য ঘোষিত এচিএছ পৰীক্ষাৰ ফলাফলক লৈ উৎফুল্লিত কৃষ্ণাইৰ ষ্টেপচ একাডেমি

সদ্য ঘোষিত এচিএছ পৰীক্ষাৰ ফলাফলক লৈ উৎফুল্লিত কৃষ্ণাইৰ ষ্টেপচ একাডেমি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

উত্তৰকাশীত সুৰংগৰ পৰা  জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

উত্তৰকাশীত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

November 28, 2023
আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

November 28, 2023
ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

November 28, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7