VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

UNESCO ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত এখন ঠাই, য’ত মহিলাৰ আগমনত নিষেধাজ্ঞা, কিন্তু দেৱীক উপাসনা কৰা হয়, ক’ত এই পুৰুষৰ দ্বীপ?

UNESCO ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত এখন ঠাই, য’ত মহিলাৰ আগমনত নিষেধাজ্ঞা, কিন্তু দেৱীক উপাসনা কৰা হয়, ক’ত এই পুৰুষৰ দ্বীপ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 13, 2023
in সমাজ
UNESCO ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত এখন ঠাই, য’ত মহিলাৰ আগমনত নিষেধাজ্ঞা, কিন্তু দেৱীক উপাসনা কৰা হয়, ক’ত এই পুৰুষৰ দ্বীপ?
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

পৃথিৱীৰ প্ৰতিটো ঠাইত ইয়াৰ ভৌগোলিক আৰু সামাজিক পৰিস্থিতি অনুসৰি শতিকাৰ আগতে বিভিন্ন নিয়ম-আইন প্ৰস্তুত কৰা হৈছিল । এই নিয়মসমূহ গঠনৰ পিছৰে পৰাই তেনেকৈয়ে চলি আছে, যাক পৰম্পৰা হিচাপে মানি সকলোৱে পালন কৰি আহিছে । এনে পৰম্পৰাবোৰৰ ভিতৰত পৃথিৱীৰ এটা দ্বীপত এনে এক পৰম্পৰা চলি আহিছে, য’ত কেৱল পুৰুষহে বাস কৰিব পাৰে । কোনো মহিলাক সেই ঠাইলৈ যোৱাৰ অনুমতি দিয়া নহয় । আমোদজনক যে, এই দ্বীপত বাস কৰা পুৰুষসকলে সেই ঠাইৰ সাগৰৰ দেৱীৰ ৰূপক উপাসনা কৰে, কিন্তু মহিলাসকলক তালৈ যোৱাৰ নিষেধাজ্ঞা আছে ।

এইটো এটা মন্দিৰ বা দেৱ স্থানৰ বিষয়ে নহয় , ই এটা দ্বীপ য’ত কেৱল পুৰুষহে যাব পাৰে আৰু ইয়ালৈ মহিলাসকলক যাবলৈ অনুমতি দিয়া নহয় । জাপানত অৱস্থিত এই দ্বীপটোক ওকিনোচিমা দ্বীপ বুলি জনা যায় । মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ উপৰিও, এই দ্বীপ ত বহুতো কঠোৰ নিয়ম পালন কৰে তাৰ বাসিন্দাসকলে । যি কি নহওক , ইয়াত এনে পৰম্পৰা কিয় অনুসৰণ কৰা হয় আৰু ইয়াৰ আঁৰৰ কাৰণ কি সেই বিষয়ে জানো আহক ।

জাপানৰ ওকিনোচিমা দ্বীপক UNESCO ই বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল । এই দ্বীপটো মুঠ ৭০০ বৰ্গ মিটাৰ জুৰি বিয়পি আছে । জানিব পৰা মতে, চতুৰ্থৰ পৰা নৱম শতিকাৰ ভিতৰত এই দ্বীপটো কোৰিয়ান দ্বীপ আৰু চীনৰ মাজত বাণিজ্যৰ কেন্দ্ৰ বিন্দু আছিল । ইয়াক ধৰ্মীয়ভাৱে অতি পৱিত্ৰ ঠাই বুলি গণ্য কৰা হয় । কিন্তু প্ৰাচীন কালৰ পৰাই এই দ্বীপত চলি অহা ধৰ্মীয় প্ৰতিবন্ধকতা বৰ্তমানেও অব্যাহত আছে ।

বহুতো নীতি–নিয়মৰ ভিতৰত ইয়াৰ এটা নিষেধাজ্ঞা মতে ঠাইখনলৈ মহিলাৰ আগমন নিষিদ্ধ কৰা আছে । ইয়ালৈ অহা পুৰুষসকলৰ বাবে কিছুমান কঠিন নিয়মো আছে , যিবোৰ তেওঁলোকে অনুসৰণ কৰিব লাগিব ।
কোৱা হয় যে, এই দ্বীপলৈ যোৱাৰ আগতে পুৰুষসকলে উলংগ হৈ গা ধুব লাগে । ইয়াত নিয়মবোৰ ইমান কঠোৰ যে গোটেই বছৰত মাত্ৰ ২০০ জন পুৰুষহে এই দ্বীপটোলৈ যাব পাৰে আৰু তালৈ যোৱাৰ সময়ত তেওঁলোকে নিজৰ লগত একো নিব নোৱাৰে । ইয়াৰোপৰি, তেওঁৰ এই যাত্ৰাও গোপন থাকিব লাগে ।

আসাহি চিম্বুনৰ প্ৰতিবেদন অনুসৰি , মুনাকাটা টাইছা ওকিৎচু মন্দিৰ এই দ্বীপত অৱস্থিত , য’ত সাগৰৰ দেৱীক উপাসনা কৰা হয় । কোৱা হয় যে সপ্তদশ শতিকাত সাগৰীয় ভ্ৰমণত জাহাজৰ সুৰক্ষাৰ বাবে সাগৰৰ দেৱীক উপাসনা কৰা হৈছিল ।

Previous Post

সপোন পূৰণ হ’ল জিণ্টিমণিৰ,আই পি এল ত স্থান লাভ মঙলদৈৰ জীয়ৰী

Next Post

সাৱধান হওঁকঃ নাই ফোন অথবা মেছেজ , বেংকৰ পৰা অনলাইন প্ৰৱঞ্চকে লুটি নিলে ডেৰ লাখ টকা

Related Posts

প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 28, 2023
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

February 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 26, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 24, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 22, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 21, 2023
Next Post
সাৱধান হওঁকঃ নাই  ফোন অথবা  মেছেজ , বেংকৰ পৰা অনলাইন প্ৰৱঞ্চকে লুটি নিলে  ডেৰ লাখ টকা

সাৱধান হওঁকঃ নাই ফোন অথবা মেছেজ , বেংকৰ পৰা অনলাইন প্ৰৱঞ্চকে লুটি নিলে ডেৰ লাখ টকা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7