VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও

যদি ভাৰতৰ নহয় তেন্তে ক’ৰ এই জৰাজীৰ্ণ পথ ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 28, 2023
in সমাজ
এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

ভাৰতবৰ্ষৰ বহুঠাইৰ ৰাজপথৰ অৱস্থাই কেতিয়াবা মানুহক ব্যতিবস্ত কৰি তোলে ৷ সামাজিক মাধ্যমত পথৰ মাজত থকা গাঁতৰ ছবি পোষ্ট কৰি বহুসময়ত মানুহে চৰকাৰক উদ্দেশ্যি গালি –শপনি পাৰে। বহু সময়ত আমি বিশ্বৰ ৰাস্তা-ঘাটৰ কথা উল্লেখ কৰি চৰকাৰক প্ৰশ্ন উত্থাপন কৰোঁ।কিন্তু আমি হয়তো বহুতেই নাজানো যে বিশ্বৰ উন্নত দেশসমূহতো এনে বহু কদৰ্য্যময় বাট-পথ আছে  ৷

আজি আমি আপোনালোকক এনেকুৱা এটা পথৰ  বিষয়ে  জনাব বিচাৰিছো যিটো দেখি আপোনালোক হয়তো আচৰিত নহৈ নোৱাৰিব।  এইটো ইংলেণ্ডৰ এটা পথ। ৰাস্তাটোৰ অৱস্থা দেখি এই কথা নিশ্চয় অনুমান কৰিব নোৱাৰি এইয়া ভাৰতৰ নে ইংলেণ্ডৰ পথ ৷

আপোনালোকে দেখিবলৈ পোৱা এই ছবিখন ব্ৰিটেইনৰ এচেক্স অঞ্চলৰ। আমি সকলোৱে জানো যে পৃথিৱীৰ শ্ৰেষ্ঠ পথবোৰৰ ভিতৰত অন্যতম ব্ৰিটেইনৰ বাট-পথবোৰ । যি পথে সদায় আন দেশৰ মানুহকো আকৰ্ষিত কৰে ৷  কিন্তু এইখন উন্নত ঠাইতো  এনে কিছুমান ৰাস্তা আছে যাৰ বাবে মানুহ চিন্তিত হৈ পৰিছে । এচেক্স অঞ্চলৰ এই পথটো তাৰ ভিতৰত এক উৎকৃষ্ট উদাহৰণ ।

এচেক্স অঞ্চলটোক  ব্ৰিটেইনৰ এক আড়ম্বৰপূৰ্ণ অঞ্চল বুলি গণ্য কৰা হয়। বহু সম্ভ্ৰান্ত লোকৰ বসতিস্থল  এই অঞ্চলটোৰ  বেয়া ৰাস্তাৰ বাবে বাসিন্দাসকলে সময়ে সময়ে  প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। স্থানীয় লোকে কয় যে এই পথটোত  বৃহৎসংখ্যক ডাঙৰ ডাঙৰ গাঁত আছে। যাৰ বাবে এই ঠাইত  গাড়ী উলিয়াই নিয়াটো বিপদমুক্ত নহয়।

ইয়াৰ বাসিন্দাসকলৰ মতে এইটো ব্ৰিটেইনৰ আটাইতকৈ বেয়া পথ। টেক্সি চালকসকলে নিজৰ বাহনৰ ক্ষতি হোৱাৰ  ভয়ত এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে। আনহাতে এই অঞ্চলৰ কাৰোবাৰ স্বাস্থ্যৰ অৱনতি ঘটিলে তেওঁক চিকিৎসালয়লৈ নিবলৈ লাগে ঘণ্টাৰ পিছত ঘণ্টা সময় । লগতে ইয়াত জৰুৰীকালীন বাহন অৱতৰণ কৰিব নোৱাৰাটো অতি লজ্জাজনক আৰু সেয়েহে এই ঠাইৰ সকলো বাসিন্দাই প্ৰতিমূহুৰ্ততে নিজকে অসুৰক্ষিত অনুভৱ কৰে। দিনে দিনে বেয়াৰ ফাললৈহে গৈ আছে এই পথৰ অৱস্থা ৷

সঁচাকৈয়ে ইংলেণ্ডৰ দৰে দেশৰ এনে পথৰ অৱস্থাই আমাকো ভাবিবলৈ বাধ্য কৰাইছে যে ই প্ৰকৃততে কি ? দেশখনৰ শাসকৰ ব্যৰ্থতা নে অৱহেলা এখন নিৰ্দিষ্ট ঠাইৰ প্ৰতি ? কি ভাবে বাৰু আপুনি ?

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

‘প্ৰথমে কীৰৱাণী এগৰাকী মহান সংগীতজ্ঞ, তেওঁক তুচ্ছজ্ঞান কৰা হৈছিল’

Related Posts

প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 28, 2023
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

February 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 26, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 24, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 22, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 21, 2023
Next Post
‘প্ৰথমে কীৰৱাণী এগৰাকী মহান সংগীতজ্ঞ, তেওঁক তুচ্ছজ্ঞান কৰা হৈছিল’

‘প্ৰথমে কীৰৱাণী এগৰাকী মহান সংগীতজ্ঞ, তেওঁক তুচ্ছজ্ঞান কৰা হৈছিল’

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7