VOICE 24x7
Sunday, January 29, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পৰাজিত হৈয়ো নায়কত পৰিণত ফ্ৰান্সৰ এমবাপেই, ২৩ বছৰ বয়সতে পেলেৰ সৈতে সমতা স্থাপন কৰা এমবাপেই কোন ৫ ফুটবলাৰৰ অভিলেখ ভংগ কৰাৰ দিশে আগবাঢ়িছে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 19, 2022
in ক্ৰীড়া
পৰাজিত হৈয়ো নায়কত পৰিণত ফ্ৰান্সৰ এমবাপেই, ২৩ বছৰ বয়সতে পেলেৰ সৈতে সমতা স্থাপন কৰা এমবাপেই কোন ৫ ফুটবলাৰৰ অভিলেখ ভংগ কৰাৰ দিশে আগবাঢ়িছে ?
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

বিশ্বকাপ ফাইনেলত ৩৬ বছৰৰ অপেক্ষাৰ অন্ত পেলাই খিতাপ দখল কৰিলে আর্জেণ্টিনাই ৷  শেষলৈকে অত্যন্ত ৰোমাঞ্চকৰ হৈ পৰা মেচখনত পৰাজয়বৰণ কৰিলেও  মেছিৰ সমান্তৰালভাৱে নায়কত পৰিণত হৈছে ফ্ৰান্সৰ তাৰকা ফুটবলাৰ কিলিয়ান এমবাপে ৷

চমকপ্ৰদ কৌশলৰ লগতে এইগৰাকী তাৰকাই কৰা ৰেকর্ডে কিংবদন্তী বহু ফুটবলাৰৰ ৰেকর্ড  অতিক্ৰম কৰিবলৈ হয়তো আৰু বহু বেছি সময়ৰ প্ৰয়োজন নহ’ব ৷ কাটাৰ বিশ্বকাপত গ’ল্ডেন বুট লাভ কৰা এমবাপেৰ কেৰিয়াৰৰ  দুখন বিশ্বকাপত  তেওঁ মুঠ ১২টা গ’ল কৰিবলৈ সক্ষম হৈছে । এতিয়াও তেওঁতকৈ আগত আছে মাত্ৰ ৫ জন খেলুৱৈ ৷ এমবাপে যি গতিৰে আগবাঢ়িছে, হয়তো পৰৱৰ্তী বিশ্বকাপত এই সকলো খেলুৱৈকে অতিক্ৰম কৰিব। বিশ্বকাপৰ সৰ্বাধিক গ’লদাতা হিচাপে অভিলেখ ৰচনা কৰিবলৈ এমবাপেই আৰু হয়তো বহুদিন ৰ’বলগীয়া নহ’ব ৷

২০১৮ চনৰ বিশ্বকাপত প্ৰথমবাৰৰ বাবে ৪টা গ’ল দিছিল এমবাপে। এইবাৰ তেওঁ ৮টা গ’ল দিয়ে। পেলেৰ সৈতে বিশ্বকাপৰ গ’লদাতাৰ তালিকাত তেওঁ যৌথভাৱে পঞ্চম স্থানত আছে। তেওঁৰ ঠিক ওপৰত আছে  লিয়নেল মেছি আৰু ফ্ৰান্সৰ জিন ফাণ্টে। তেওঁলোকৰ গ’লৰ সংখ্যা ১৩টা। জাৰ্মান গাৰ্ড মুলাৰে দিছিল ১৪টা গ’ল। দ্বিতীয় স্থানত আছে ব্ৰাজিলৰ ৰোনাল্ডো নাজাৰিয়া। তেওঁ ১৫টা গ’ল দিয়ে। শীৰ্ষত আছে জাৰ্মানীৰ মিৰ’স্লাভ ক্ল’জ। তেওঁৰ গ’লৰ সংখ্যা ১৬টা।

অৰ্থাৎ ক্ল’জৰ নজিৰ ভংগ কৰিবলৈ এমবাপে পৰৱৰ্তী বিশ্বকাপত আৰু পাঁচটা গ’ল দিয়াৰ প্ৰয়োজন। এতিয়া তেওঁৰ বয়স মাত্ৰ ২৩ বছৰ। তেওঁ আগন্তুক তিনিখন  বিশ্বকাপ খেলাৰ সুযোগ লাভ কৰাটো নিশ্চিত ।

এইবাৰ বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনাৰ নিয়ন্ত্ৰণৰ পৰা  মেচখন প্ৰায় কাঢ়ি লৈ যায় এমবাপেই। যোৱাবাৰ তেওঁ বিশ্বকাপৰ ফাইনেলত এটা গ’ল দিছিল। য’ত জয়লাভ কৰে দেশখনে। ফাইনেলত এইবাৰ তেওঁ হেট্ৰিক অৰ্জন কৰে। ১৯৬৬ চনত ইংলেণ্ডৰ জিঅফ হাৰ্ষ্টৰ পিছত মাত্ৰ দ্বিতীয়বাৰৰ বাবে ফাইনেলত এই কৃতিত্ব অৰ্জন কৰা ফুটবলাৰ হৈছে এমবাপে । এইবাৰ বিশ্বকাপত ৮টা গ’ল দি সোণালী বুট এমবাপেৰ দখলত। কিন্তু তাৰ পিছতো তেওঁ কান্দি কান্দি খেলপথাৰ এৰিবলগীয়া হ’ল ৷ অৱশ্যে যোৱাৰ পূৰ্বে তেওঁ বুজাই দিয়ে যে অনাগত দিনত বিশ্ব ফুটবল মঞ্চত অকলে থিয় দিব ফ্ৰান্সৰ ষ্ট্ৰাইকাৰগৰাকী। দ্বিতীয়খন বিশ্বকাপতে এমবাপে বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈৰ তালিকাত প্ৰৱেশ কৰে।

 

Previous Post

‘ফিফা বিশ্বকাপ’ কভাৰ কৰা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা সাংবাদিক গীতিকা তালুকদাৰ

Next Post

ফিফা বিশ্বকাপৰ ট্ৰফী উন্মোচন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে আন এক কৃতিত্ব দীপিকা পাডুকনৰ

Related Posts

আৰম্ভনিতে অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বাহিৰ হ’ল বিগত বর্ষৰ চেম্পিয়ন ৰাফেল নাডাল
ক্ৰীড়া

আৰম্ভনিতে অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বাহিৰ হ’ল বিগত বর্ষৰ চেম্পিয়ন ৰাফেল নাডাল

January 18, 2023
নতুন বিতৰ্ক  হকী বিশ্বকাপত!  ১১ জনৰ সলনি ১২ জন  খেলুৱৈ খেলপথাৰত উপস্থিত থকাক লৈ কোন দলৰ বিৰুদ্ধে হ’ব তদন্ত !!
ক্ৰীড়া

নতুন বিতৰ্ক হকী বিশ্বকাপত! ১১ জনৰ সলনি ১২ জন খেলুৱৈ খেলপথাৰত উপস্থিত থকাক লৈ কোন দলৰ বিৰুদ্ধে হ’ব তদন্ত !!

January 18, 2023
ছৌদি ক্লাৱ আল নাছেৰৰ সৈতে ৭ বছৰৰ বাবে চুক্তিৱদ্ধ ক্রিষ্টিয়ানো ৰোনাল্ডো, প্ৰতিমাহে লাভ কৰিব ১৪৮ কোটি টকা পাৰিশ্ৰমিক, বিলাসী আৱসগৃহৰ চৌহদত থাকিব শ্বপিং ম’ল
ক্ৰীড়া

প্ৰতি ছেকেণ্ডত উপার্জন কৰিব ১,৬৪,০০০ টকা! মেছি-ৰোণাল্ডো ক’ত হ’ব মুখামুখি ?

January 17, 2023
কেতিয়া খোজ কাঢ়িব পাৰিব ঋষভ পন্তে, কি ক’লে চিকিৎসকে
ক্ৰীড়া

কেতিয়া খোজ কাঢ়িব পাৰিব ঋষভ পন্তে, কি ক’লে চিকিৎসকে

January 13, 2023
ফিফাৰ  বর্ষশ্ৰেষ্ঠ  ফুটবলাৰ তালিকাত মেছি-এমবাপে! স্থান নাপালে ৰোণাল্ডোৱে
ক্ৰীড়া

ফিফাৰ বর্ষশ্ৰেষ্ঠ ফুটবলাৰ তালিকাত মেছি-এমবাপে! স্থান নাপালে ৰোণাল্ডোৱে

January 13, 2023
হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে বাংগালুৰুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে
ক্ৰীড়া

হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে বাংগালুৰুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে

January 12, 2023
Next Post
ফিফা বিশ্বকাপৰ ট্ৰফী উন্মোচন কৰা প্ৰথমগৰাকী ভাৰতীয়  হিচাপে আন এক কৃতিত্ব দীপিকা পাডুকনৰ

ফিফা বিশ্বকাপৰ ট্ৰফী উন্মোচন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে আন এক কৃতিত্ব দীপিকা পাডুকনৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7