VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বকাপ ফুটবল জয় কৰিলেই ১২৩৭ কোটি টকা! ৩০০ শতাংশ বৃদ্ধি পালে পুৰস্কাৰৰ ধন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 18, 2023
in ক্ৰীড়া
বিশ্বকাপ ফুটবল জয় কৰিলেই ১২৩৭ কোটি টকা! ৩০০ শতাংশ বৃদ্ধি পালে পুৰস্কাৰৰ ধন
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

ফিফাই মহিলা বিশ্বকাপৰ পুৰস্কাৰ ধন ৩০০ শতাংশ বৃদ্ধি কৰিছে। ৩২টা দলৰ প্ৰতিযোগিতাখনৰ মুঠ পুৰস্কাৰৰ ধন ১৫ কোটি ডলাৰলৈ বৃদ্ধি কৰা হৈছে। ভাৰতীয় মুদ্ৰাত মুঠ পুৰস্কাৰ ধন প্ৰায় ১২৩৭ কোটি ৭৩ লাখ টকা। ফিফা গভৰ্নিং কাউন্সিলৰ বৈঠকত মহিলা বিশ্বকাপৰ মুঠ পুৰস্কাৰ ধন বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়।

 

১৯৯১ চনৰ পৰা আৰম্ভ হৈছিল মহিলা বিশ্বকাপ। প্ৰথমবাৰৰ বাবে ১২খন দেশে অংশগ্ৰহণ কৰে। ১৯৯৯ চনত দলৰ সংখ্যা ১৬ লৈ বৃদ্ধি পায়। ২০১৫ চনত ফিফাই দলৰ সংখ্যা ২৪টালৈ বৃদ্ধি কৰে। ২০২৩ চনত ৩২খন দেশে মহিলা বিশ্বকাপত অংশগ্ৰহণ কৰিব। এইবাৰ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে যৌথভাৱে আয়োজন কৰিব বিশ্বকাপ। এই বিশ্বকাপৰ পৰা পুৰস্কাৰৰ ধন বৃদ্ধি পাব ৷

 

ফিফাৰ গভৰ্নিং কাউন্সিলৰ সভাপতি জিয়ানি ইনফান্টিনোৱে কয় –“ মহিলাসকল অধিক প্ৰাপ্যৰ যোগ্য । আমি তেওঁলোকৰ লগত আছো। এই যুঁজখনত আমি তেওঁলোকৰ কাষত থিয় দিম।” ফিফাৰ সভাপতিগৰাকীয়ে ২০২৬ চনৰ পুৰুষৰ বিশ্বকাপৰ দৰে একেটা পুৰস্কাৰৰ ধন ২০২৭ চনত মহিলা বিশ্বকাপতো দিয়াৰ আশ্বাস দিয়ে। মন কৰিবলগীয়া যে কাটাৰ বিশ্বকাপত মুঠ পুৰস্কাৰ ধন আছিল ৪৪ কোটি ডলাৰ বা প্ৰায় ৩৬৩৫ কোটি টকা।

 

বিশ্বৰ বিভিন্ন দেশৰ মহিলা ফুটবলাৰসকলে পুৰুষৰ সমান পাৰিশ্ৰমিকৰ দাবী জনায় আহিছে ৷ আমেৰিকা, কানাডা, ফ্ৰান্স, স্পেইনৰ মহিলা ফুটবলাৰসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। সমান দৰমহাৰ দাবী পূৰণ নকৰিলে দেশৰ হৈ খেলিব নোৱাৰিব বুলি হুংকাৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰীয় দলৰ ফুটবলাৰসকলে। এই পৰিস্থিতিত ফিফাৰ এই সিদ্ধান্তক ইতিবাচক হিচাপে গণ্য কৰা হৈছে ৷

Previous Post

গ্ৰেপ্তাৰ হ’ব নেকি ৰাছিয়াৰ ৰাষ্ট্ৰপতি , পুটিনৰ বিৰুদ্ধে কোনে দাখিল কৰিলে গ্ৰেপ্তাৰী পৰোৱানা ?

Next Post

ধৰ্মঘটৰ ফলত সমগ্ৰ চহৰতে বন্ধ গাড়ী, ওৰে নিশা ২৮ কিলোমিটাৰ খোজ কাঢ়ি কইনাৰ ঘৰত উপস্থিত হ’ল দৰা

Related Posts

৭০ দশকৰ অন্যতম ডিফেণ্ডাৰৰ  মৃত্যু, শোক প্ৰকাশ  এআইএফএফৰ
ক্ৰীড়া

৭০ দশকৰ অন্যতম ডিফেণ্ডাৰৰ মৃত্যু, শোক প্ৰকাশ এআইএফএফৰ

March 21, 2023
কোহলী-ৰোহিতে এটা ফৰ্মেটৰ পৰা সোনকালে অৱসৰ ল’বলৈ কিয় ক’লে ৰবি শাস্ত্ৰীয়ে !
ক্ৰীড়া

কোহলী-ৰোহিতে এটা ফৰ্মেটৰ পৰা সোনকালে অৱসৰ ল’বলৈ কিয় ক’লে ৰবি শাস্ত্ৰীয়ে !

March 20, 2023
ভাৰতত নির্মাণ হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম, কোনখন চহৰত নির্মাণ হ’ব  নতুন ষ্টেডিয়াম ?
ক্ৰীড়া

ভাৰতত নির্মাণ হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম, কোনখন চহৰত নির্মাণ হ’ব নতুন ষ্টেডিয়াম ?

March 17, 2023
বছৰি ২০০০ কোটি টকাৰ প্ৰস্তাৱ, আৰৱৰ ক্লাৱত যোগদান কৰিব নেকি মেছিয়ে ?
ক্ৰীড়া

বছৰি ২০০০ কোটি টকাৰ প্ৰস্তাৱ, আৰৱৰ ক্লাৱত যোগদান কৰিব নেকি মেছিয়ে ?

March 16, 2023
অল ইংলেণ্ডৰ দ্বিতীয় ৰাউণ্ডত শ্ৰীকান্ত , ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত
ক্ৰীড়া

অল ইংলেণ্ডৰ দ্বিতীয় ৰাউণ্ডত শ্ৰীকান্ত , ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত

March 16, 2023
ৰেলৱে ষ্টেচনৰ পৰা চুৰি হ’ল বেন ষ্টোকছৰ  বেগ, কি ক’লে ক্ৰিকেটাৰ জনে !
ক্ৰীড়া

ৰেলৱে ষ্টেচনৰ পৰা চুৰি হ’ল বেন ষ্টোকছৰ বেগ, কি ক’লে ক্ৰিকেটাৰ জনে !

March 13, 2023
Next Post
ধৰ্মঘটৰ ফলত সমগ্ৰ চহৰতে বন্ধ গাড়ী, ওৰে নিশা ২৮ কিলোমিটাৰ খোজ কাঢ়ি কইনাৰ ঘৰত উপস্থিত হ’ল দৰা

ধৰ্মঘটৰ ফলত সমগ্ৰ চহৰতে বন্ধ গাড়ী, ওৰে নিশা ২৮ কিলোমিটাৰ খোজ কাঢ়ি কইনাৰ ঘৰত উপস্থিত হ’ল দৰা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7