VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 30, 2023
in ক্ৰীড়া
ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

শেষ মুহূৰ্তলৈকে তীব্ৰ যুঁজ। শীতল মগজুৰে নিজকে শান্ত কৰি ৰখাৰ পিছতো হাৰ্দিক পাণ্ডিয়াই দলটো আইপিএলত জয় কৰিব নোৱাৰিলে। একেৰাহে দুবাৰকৈ ট্ৰফী তুলিব নোৱাৰিলেও হাৰ্দিকে দলটোক যিদৰে নেতৃত্ব দিছে, সেয়া স্পষ্ট হৈ পৰিছে যে অনাগত দিনত আই পি এলত তেওঁক অধিক শক্তিশালী ৰূপত দেখা পাব। অধিনায়কত্বত নতুন মাত্ৰা সংযোজন কৰিছে হাৰ্দিকে। বহুতে তেওঁক ৰাষ্ট্ৰীয় দলত ৰোহিতৰ উত্তৰাধিকাৰী হিচাপে বাছি লৈছে। কি কাৰণত তেওঁ মেচখনত হাৰিলেও নিজৰ অধিনায়কত্বৰ বাবে চর্চিত হৈছে ?

 

১) বুদ্ধিমান আৰু পৰিস্থিতিগত দল নিৰ্বাচনঃ

এই ক্ষেত্ৰত হাৰ্দিকে পূৰ্বৰ মহেন্দ্ৰ সিং ধোনীক অনুসৰণ কৰিছিল। দীৰ্ঘদিন ধৰি চেন্নাই দলৰ ধাৰাবাহিকতা আছে। বৰ্তমানৰ আই পি এলত ধোনীয়ে ১০ বাৰ অপৰিৱৰ্তিত দল খেলিবলৈ সক্ষম হৈছে। ইয়াৰ পৰাই বুজা যায় যে দলটোৰ ক্ৰিকেটাৰসকলৰ ওপৰত কিমান আস্থা আছে। হাৰ্দিকে হুবহু একেটা কথাকে অনুসৰণ কৰি আছে। দলৰ মূল খেলুৱৈসকলে বেয়াকৈ খেলক বা ভাল খেলক, হার্দিকে আত্মবিশ্বাস ৰাখিব বিচাৰে। গতিকে ঋদ্ধিমান সাহাই কিছুমান মেচত ভাল খেলিব নোৱাৰিলেও তেওঁক দলৰ পৰা বাদ দিয়া নহয়।

 

২) চতুৰ নেতৃত্বঃ

মেচৰ পৰিস্থিতি বিচাৰ কৰি খেলপথাৰৰ ব্যৱস্থা কৰাত বিশেষজ্ঞ হাৰ্দিক। বেটছমেনৰ দুৰ্বলতাৰ বিষয়ে হাৰ্দিকে আগতীয়াকৈ অধ্যয়ন কৰিছিল, কোনজন বেটছমেনে কোন দিশৰ পৰা শ্বট খেলি ভাল পায়। খেলৰ অন্তত তেওঁ বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি খেলপথাৰ সলনি কৰে। ইয়াৰ বাহিৰেও বলাৰ সলনি কৰাৰ ক্ষেত্ৰত তেওঁৰ একেই মানসিকতাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

৩) দলৰ ভিতৰত শান্ত পৰিৱেশঁ

ইয়াতো হাৰ্দিকে ধোনীক অনুসৰণ কৰিছিল । দলটো যিমানেই হেঁচাত নপৰক ধোনীয়ে শান্ত মগজুৰে সিদ্ধান্ত গ্ৰহণ কৰে ৷হাৰ্দিকৰো তেনেকুৱাই। দলৰ শ্ৰেষ্ঠ বলাৰজনে বেক টু বেক ছয় দিয়ক বা দলৰ শ্ৰেষ্ঠ বেটছমেন উভতি আহক, হাৰ্দিকৰ মানসিকতা একেই ৰাখে । বৰঞ্চ কান্ধত হাত থৈ বলাৰ বা বেটছমেনক শান্ত কৰিবলৈ চেষ্টা কৰে। এই ক্ষমতা হার্দিকৰ অন্তৰ্নিহিত।

৪) প্ৰতিজন সতীৰ্থক নিৰ্দিষ্ট কাম নিযুক্ত কৰাঃ

আধুনিক প্ৰযুক্তিৰ বাবে বিপক্ষ ক্ৰিকেটাৰৰ বিষয়ে উপযোগী তথ্য আগতীয়াকৈ জনাটো সম্ভৱ। গতিকে পৰৱৰ্তী প্ৰতিদ্বন্দ্বীক পৰাজিত কৰাৰ বাবে  তেওঁ সতীৰ্থসকলক নিজৰ ভূমিকা বুজাই দিয়ে । কোনখন মেচত শুভমানে লং ইনিংছ খেলিব, কোনখন মেচত তেওঁ এংকৰৰ ভূমিকা পালন কৰিব, কোনখন মেচত দাসুন ছানাকাই খেলিব, কোনখন মেচত ছাই সুদৰ্শনক তিনি নম্বৰত ড্ৰপ কৰা হ’ব — সেয়া আগতীয়াকৈ পৰিকল্পনা কৰি লয় ৷ ফলত হাৰ্দিকৰ দলৰ কোনো ক্ৰিকেটাৰ হেঁচাত পৰা দেখা নাযায়। ইয়াৰ মূল কাৰণ হ’ল সকলোৱে নিজৰ নিজৰ ভূমিকা সম্পৰ্কে সচেতন।

 

৫) প্ৰশিক্ষকৰ সৈতে অতি ভাল সম্পর্কঃ

আশীষ নেহৰা আৰু গেৰী কাৰ্ষ্টেন কেতিয়াও  মনে মনে বহি সন্মুখৰ খোলা লেপটপ এটালৈ চাই নাথাকে। তেওঁ সদায় ইফালে সিফালে চাই পৰিস্থিতিৰ বিচাৰ কৰিছিল। প্ৰয়োজন অনুসৰি বাউণ্ডেৰীত ফিল্ডাৰসকলৰ লগত কথা পাতিব। হাৰ্দিকৰ মানসিক চাপ নিৰাময়ৰ আন এটা কাৰণ হ’ল নেহৰা। তেওঁ দলটোক ভালদৰে বুজি পায়। তিনিওজনৰ মাজত কেমিষ্ট্ৰী ইমানেই ভাল যে ই দলটোক পৰৱৰ্তী মেচত সফলতাৰ দিশত আগুৱাই লৈ গৈছে। ইয়াৰ বাবে গুজৰাটত ছুপাৰষ্টাৰ ৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ অভাৱ হ’লেও দলত ধাৰাবাহিকতা আছে। টি-২০ ক্ৰিকেটত ঠিক প্ৰয়োজন অনুসৰি এনে ক্ৰিকেটাৰ দলত অন্তৰ্ভুক্ত হয়।

Previous Post

মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ

Next Post

ছয় বছৰীয়া শিশুৰ ১২ টা শৃংগ জয়েৰে চমক , কম বয়সতে মাউণ্ট এভাৰেষ্ট জয় কৰিবলৈ কৰিছে পৰিকল্পনা

Related Posts

এছিয়ান গেমছত পুনৰ সাফল্য অসম সন্তানৰ, ছেমিফাইনেলত দৌৰবিদ অম্লান বৰগোহাঁই
ক্ৰীড়া

এছিয়ান গেমছত পুনৰ সাফল্য অসম সন্তানৰ, ছেমিফাইনেলত দৌৰবিদ অম্লান বৰগোহাঁই

October 1, 2023
বিৰাটৰ বিশ্বকাপৰ প্ৰস্তুতিত কণা, বর্ষাপাৰা মেচত বর্ষাৰ বাধা
ক্ৰীড়া

বিৰাটৰ বিশ্বকাপৰ প্ৰস্তুতিত কণা, বর্ষাপাৰা মেচত বর্ষাৰ বাধা

September 30, 2023
এছিয়ান গেমছত পদক নিশ্চিত কৰিলে লাভলিনাই, সহজ জয়ৰে ছেমিফাইনেলত প্ৰৱেশ
ক্ৰীড়া

এছিয়ান গেমছত পদক নিশ্চিত কৰিলে লাভলিনাই, সহজ জয়ৰে ছেমিফাইনেলত প্ৰৱেশ

September 30, 2023
বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!
ক্ৰীড়া

বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

September 29, 2023
শ্বুটিঙত  পুনৰ পদক অৰ্জন ভাৰতীয় খেলুৱৈৰ, এছিয়ান গেমছত অব্যাহত পদক জয়ৰ অভিযান
ক্ৰীড়া

শ্বুটিঙত পুনৰ পদক অৰ্জন ভাৰতীয় খেলুৱৈৰ, এছিয়ান গেমছত অব্যাহত পদক জয়ৰ অভিযান

September 29, 2023
পিতৃ যায় প্ৰতিবাদলৈ, মাতৃয়ে দিয়ে গাঁওৰ পহৰাঃ পৰিয়ালৰ সৈতে দিয়া হোৱা নাছিল কথা পাতিবলৈ, ৱুশ্বুত ৰূপৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰিলে মণিপুৰৰ ৰছিবিনা দেৱীয়ে
ক্ৰীড়া

পিতৃ যায় প্ৰতিবাদলৈ, মাতৃয়ে দিয়ে গাঁওৰ পহৰাঃ পৰিয়ালৰ সৈতে দিয়া হোৱা নাছিল কথা পাতিবলৈ, ৱুশ্বুত ৰূপৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰিলে মণিপুৰৰ ৰছিবিনা দেৱীয়ে

September 28, 2023
Next Post
ছয় বছৰীয়া শিশুৰ ১২ টা শৃংগ জয়েৰে চমক , কম বয়সতে মাউণ্ট এভাৰেষ্ট জয় কৰিবলৈ কৰিছে পৰিকল্পনা

ছয় বছৰীয়া শিশুৰ ১২ টা শৃংগ জয়েৰে চমক , কম বয়সতে মাউণ্ট এভাৰেষ্ট জয় কৰিবলৈ কৰিছে পৰিকল্পনা

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7