VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

মেঘালয়ৰ বিৰুদ্ধে পঞ্জাবৰ জয় লাভ

৭৫ সংখ্যক হিৰ’ ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত দেওবাৰে একমাত্ৰ গলত বিজয় পঞ্জাবৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 25, 2022
in ক্ৰীড়া
মেঘালয়ৰ বিৰুদ্ধে পঞ্জাবৰ জয় লাভ
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

মাঞ্জেৰী পায়নাড  ষ্টেডিয়ামত দেওবাৰে  সন্ধিয়া অনুষ্ঠিত হোৱা ৭৫ সংখ্যক হিৰ’ ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত পঞ্জাৱ আৰু মেঘালয় ফুটবল দলে প্ৰতিদ্বন্দ্বিতা কৰে ৷ খেলখনত  পঞ্জাৱৰ দলটোৱে  মেঘালয় ফুটবল দলক একমাত্ৰ গ’লত পৰাজিত কৰিবলৈ সক্ষম হয়  ৷ খেলখনৰ প্ৰথমাৰ্দ্ধত মেঘালয়ে সুন্দৰ প্ৰদৰ্শন কৰিছিল যদিও দ্বিতীয়াৰ্দ্ধত পঞ্জাৱে খেলখন নিজৰ হাতলৈ নিবলৈ সক্ষম হয় আৰু অমৰপ্ৰীত সিঙৰ গ’লত মেঘালয়ক পৰাজিত কৰিবলৈ সক্ষম হয় পঞ্জাৱ  ৷

Previous Post

সামৰিক ব্যয়ৰ ক্ষেত্ৰত বিশ্বৰ তৃতীয় স্থানত ভাৰত , কিমান পুঁজি ব্যয় কৰিলে আপুনি জানেনে ?

Next Post

ৰহাৰ চাপৰমুখ ৰে’ল জংচনত কোটি টকাৰ গাঞ্জা জব্দ

Related Posts

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক
ক্ৰীড়া

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
“মোৰ ফালে চোৱা বন্ধ কৰক আৰু বল কৰক”:
ক্ৰীড়া

“মোৰ ফালে চোৱা বন্ধ কৰক আৰু বল কৰক”:

May 27, 2022
‘ৰাফাই বলটো কিমান কষ্টকৰি মাৰিছিল তাক লৈ মই আচৰিত হৈছিলো’
ক্ৰীড়া

‘ৰাফাই বলটো কিমান কষ্টকৰি মাৰিছিল তাক লৈ মই আচৰিত হৈছিলো’

May 26, 2022
অষ্ট্ৰেলিয়াৰ পুৰুষৰ সহকাৰী প্ৰশিক্ষক হিচাপে  নিযুক্ত ডেনিয়েল ভেট্টোৰী আৰু আন্দ্ৰে বড়োভেক
ক্ৰীড়া

অষ্ট্ৰেলিয়াৰ পুৰুষৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্ত ডেনিয়েল ভেট্টোৰী আৰু আন্দ্ৰে বড়োভেক

May 24, 2022
২০২২ বৰ্ষত দ্বিতীয়বাৰৰ বাবে  মেগনাস কাৰ্লচেনক পৰাজিত কৰে ভাৰতীয় কিশোৰ প্ৰাগনান্ধাই
ক্ৰীড়া

২০২২ বৰ্ষত দ্বিতীয়বাৰৰ বাবে মেগনাস কাৰ্লচেনক পৰাজিত কৰে ভাৰতীয় কিশোৰ প্ৰাগনান্ধাই

May 21, 2022
আই পি এল ২০২২ত এজন বলাৰক বিশেষ ভাৱে প্ৰশংসা ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ
ক্ৰীড়া

আই পি এল ২০২২ত এজন বলাৰক বিশেষ ভাৱে প্ৰশংসা ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ

May 19, 2022
Next Post
ৰহাৰ চাপৰমুখ ৰে’ল জংচনত কোটি টকাৰ গাঞ্জা জব্দ

ৰহাৰ চাপৰমুখ ৰে’ল জংচনত কোটি টকাৰ গাঞ্জা জব্দ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7