VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কমনৱেলথত অভিলেখ ৰচি সোণৰ পদক লাভ অচিন্ত ছেউলিৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 1, 2022
in ক্ৰীড়া
কমনৱেলথত অভিলেখ ৰচি সোণৰ পদক লাভ অচিন্ত ছেউলিৰ
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

চলিত কমনৱেলথ গেমছত পুনৰ উজলি উঠিল ভাৰতীয় ভাৰত্তোলক ৷ গেমছৰ তৃতীয় দিনা ২০ বছৰীয়া অচিন্ত ছেউলিয়ে মুঠ ৩১৩ কিলোগ্ৰাম ভাৰত্তোলন কৰি  পূর্বৰ সকলো অভিলেখ ভংগ কৰি পুৰুষৰ ৭৩ কিল’গ্ৰাম শাখাত সোণৰ পদক লাভ কৰে ৷ ছেউলিয়ে প্ৰথমে স্নেচ ৰাউণ্ডত দুবাৰকৈ ক্ৰমে  ১৪০ কিলোগ্ৰাম আৰু ১৪৩ কিলোগ্ৰাম ভাৰত্তোলন কৰি গেমছৰ অভিলেখ ভংগ কৰে  ৷  ইয়াৰ পিছত তেওঁ ক্লিন এণ্ড জাৰ্ক ৰাউণ্ডত ১৬৬ কিলোগ্ৰাম আৰু ১৭০ কিলোগ্ৰাম ভাৰ উত্তোলন   কৰি সামগ্ৰিক ওজনৰ ক্ষেত্ৰত গেমছৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।

দেওবাৰে এন ই চি হলত ৩১৩ কিলোগ্ৰাম (১৪৩ কিলোগ্ৰাম ১৭০ কিলোগ্ৰাম) ভাৰ উত্তোলন কৰি সোণৰ পদক দখল তেওঁ লাভ কৰে ৷ মালয়েছিয়াৰ এৰী হিদায়াত মহম্মদে ইভেণ্টৰ দ্বিতীয় শ্ৰেষ্ঠ লিফটাৰ হিচাপে পৰিগণিত হয় ৷  তেওঁৰ সৰ্বোত্তম প্ৰচেষ্টা আছিল ৩০৩ কিলোগ্ৰাম (১৩৮ কিলোগ্ৰাম ১৬৫ কিলোগ্ৰাম)। কানাডাৰ শ্বাদ ডাৰ্চিনিয়ে মুঠ ২৯৮ কিলোগ্ৰাম (১৩৫ কিলোগ্ৰাম ১৬৩ কিলোগ্ৰাম) ভাৰ  উত্তোলন কৰি তৃতীয় স্থান লাভ কৰে। জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক দখল কৰিছে ছেউলিয়ে ৷

 

 

Previous Post

কাৰ্বি আংলঙত ৮ কোটি হেৰোইন সহ ২ জন আটক

Next Post

কিমান টকা হ্ৰাস পালে ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ?

Related Posts

আজি ৪৪ তম দবা অলিম্পিয়াডৰ সামৰণি
ক্ৰীড়া

আজি ৪৪ তম দবা অলিম্পিয়াডৰ সামৰণি

August 9, 2022
অস্ত্ৰোপচাৰৰ পিছত আৰোগ্যৰ  বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰাগীসকলক আহ্বান জনাইছে প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখটাৰে
ক্ৰীড়া

অস্ত্ৰোপচাৰৰ পিছত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰাগীসকলক আহ্বান জনাইছে প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখটাৰে

August 8, 2022
১ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস, তিনি  মল্লযুঁজাৰুৱে আনিলে সোণৰ পদক
ক্ৰীড়া

১ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস, তিনি মল্লযুঁজাৰুৱে আনিলে সোণৰ পদক

August 6, 2022
পদকৰ আশা সজীৱ কৰি ৰখা  হিমাই আজি খেলিব ছেমি ফাইনেল
ক্ৰীড়া

পদকৰ আশা সজীৱ কৰি ৰখা হিমাই আজি খেলিব ছেমি ফাইনেল

August 5, 2022
অহা ২ অক্টোবৰত গুৱাহাটীত ভাৰত –দক্ষিণ আফ্ৰিকাৰ টি-২০মেচ
ক্ৰীড়া

অহা ২ অক্টোবৰত গুৱাহাটীত ভাৰত –দক্ষিণ আফ্ৰিকাৰ টি-২০মেচ

August 4, 2022
অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক
ক্ৰীড়া

অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক

August 3, 2022
Next Post
কিমান টকা  হ্ৰাস পালে ১৯ কিলোগ্ৰাম ওজনৰ  বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ?

কিমান টকা হ্ৰাস পালে ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7