VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কমনৱেলথ গেমছত বিজয়েৰে অভিযান আৰম্ভ আটাইতকৈ কম বয়সীয়া খেলুৱৈ আনাহাতৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 30, 2022
in ক্ৰীড়া
কমনৱেলথ গেমছত বিজয়েৰে অভিযান আৰম্ভ আটাইতকৈ কম বয়সীয়া খেলুৱৈ আনাহাতৰ
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

কমনৱেলথ গেমছত ভাৰতৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ ১৪ বছৰীয়া আনাহাত সিঙে বিজয়ৰে নিজৰ অভিযান আৰম্ভ কৰিছে ৷ স্কোৱাছ খেলুৱৈ আনাহাত সিঙে শুকুৰবাৰে মহিলাৰ একক প্ৰতিযোগিতাত বিজয়েৰে আৰম্ভণি কৰে। ছেইণ্ট ভিনচেণ্ট এণ্ড গ্ৰেনাডাইনছৰ জাডা ৰছক তেওঁ পৰাজিত কৰে ৷  ৬৪ নং ৰাউণ্ডত ১১-৫ ১১-২ ১১-০ ছেটত জয় লাভ কৰে আনাহাতে ৷ জয়ৰ পাছতে খেলুৱৈ গৰাকীয়ে কয় –‘ “এইখন মোৰ প্ৰথম ছিনিয়ৰ টুৰ্ণামেণ্ট ৷ মেচখন চলি থকাৰ লগে লগে মই অধিক আত্মবিশ্বাসী হৈ পৰিছিলো। মোৰ পৰিয়ালৰ বহু লোক ইয়াত আছে আৰু তেওঁলোক সকলোৱে মোক অনুপ্ৰাণিত কৰিছিল ৷”

আনাহাতক প্ৰশংসা কৰি প্ৰশিক্ষক ক্ৰীছ ৱাকাৰে কয় , “তেওঁৰ সমস্যা সমাধানৰ দক্ষতা অতি উত্তম। তেওঁ অতি স্মাৰ্ট আৰু  ভাল ক’ৰ্ট চেন্স আছে ।”এছিয়ান জুনিয়ৰ স্কোৱাছ আৰু জাৰ্মান অ’পেনত জয়লাভ কৰাৰ উপৰি ১৫ বছৰ অনুৰ্ধ পৰ্যায়ত তেওঁৰ আকৰ্ষণীয় সফলতাৰ  পিছতে ভাৰতীয় দললৈ নিৰ্বাচিত হৈছিল আনাহাত।

Previous Post

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মক ‘ৰাষ্ট্ৰপত্নী’ আখ্যা , লিখিতভাৱে ক্ষমা বিচাৰিলে কংগ্ৰেছ সাংসদে

Next Post

মহাৰাষ্ট্ৰক লৈ বিতর্কিত মন্তব্য ৰাজ্যপাল কোছিয়াৰীৰ, ক’লে এই কথা

Related Posts

আজি ৪৪ তম দবা অলিম্পিয়াডৰ সামৰণি
ক্ৰীড়া

আজি ৪৪ তম দবা অলিম্পিয়াডৰ সামৰণি

August 9, 2022
অস্ত্ৰোপচাৰৰ পিছত আৰোগ্যৰ  বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰাগীসকলক আহ্বান জনাইছে প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখটাৰে
ক্ৰীড়া

অস্ত্ৰোপচাৰৰ পিছত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰাগীসকলক আহ্বান জনাইছে প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখটাৰে

August 8, 2022
১ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস, তিনি  মল্লযুঁজাৰুৱে আনিলে সোণৰ পদক
ক্ৰীড়া

১ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস, তিনি মল্লযুঁজাৰুৱে আনিলে সোণৰ পদক

August 6, 2022
পদকৰ আশা সজীৱ কৰি ৰখা  হিমাই আজি খেলিব ছেমি ফাইনেল
ক্ৰীড়া

পদকৰ আশা সজীৱ কৰি ৰখা হিমাই আজি খেলিব ছেমি ফাইনেল

August 5, 2022
অহা ২ অক্টোবৰত গুৱাহাটীত ভাৰত –দক্ষিণ আফ্ৰিকাৰ টি-২০মেচ
ক্ৰীড়া

অহা ২ অক্টোবৰত গুৱাহাটীত ভাৰত –দক্ষিণ আফ্ৰিকাৰ টি-২০মেচ

August 4, 2022
অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক
ক্ৰীড়া

অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক

August 3, 2022
Next Post
মহাৰাষ্ট্ৰক লৈ বিতর্কিত মন্তব্য ৰাজ্যপাল কোছিয়াৰীৰ, ক’লে এই কথা

মহাৰাষ্ট্ৰক লৈ বিতর্কিত মন্তব্য ৰাজ্যপাল কোছিয়াৰীৰ, ক’লে এই কথা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7