VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পাকিস্তানী ক্ৰিকেটাৰ কামৰাণ আকমালৰ অৱসৰ ঘোষণা, পালন কৰিব নতুন দায়িত্ব

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 8, 2023
in ক্ৰীড়া
পাকিস্তানী ক্ৰিকেটাৰ কামৰাণ আকমালৰ অৱসৰ ঘোষণা, পালন কৰিব নতুন দায়িত্ব
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে কামৰাণ আকমালে। পাকিস্তানৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেনগৰাকীয়ে ঘৰুৱা ক্ৰিকেটত এতিয়াৰে পৰা অংশগ্ৰহণ নকৰে ৷ আকমালে পাকিস্তান ছুপাৰ লীগ ফ্ৰেঞ্চাইজি পেছাৱাৰ জালমীৰ বেটিং কনচালটেণ্ট হিচাপে কাম কৰিব। আকমল পাকিস্তানৰ অধিনায়ক বাবৰ আজমৰ জ্যেষ্ঠ ভাতৃ। যোৱা পাঁচ বছৰত তেওঁ ৰাষ্ট্ৰীয় দলৰ হৈ খেলাৰ সুযোগ পোৱা নাছিল ৷

মঙলবাৰে ক্ৰিকেট কেৰিয়াৰৰ অন্ত পেলোৱাৰ কথা ঘোষণা কৰে আকমলে। অৱশ্যে ক্ৰিকেটৰ সৈতে নিজকে জড়িত কৰি ৰাখিব বুলি তেওঁ সদৰী কৰিছে । আকমলক পাকিস্তান ছুপাৰ লীগৰ দল পেছাৱৰ জালমীৰ বেটিং কনচালটেণ্ট হিচাপে দেখা যাব। তেওঁৰ ভাতৃ বাবৰ একেটা দলৰ অধিনায়ক।

সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি ৪১ বছৰীয়া আকমলে কয়, ‘পাকিস্তান ক্ৰিকেট ব’ৰ্ডে মোক বিশেষ দায়িত্ব দিছে। ইয়াৰ পিছত মোৰ বাবে খেলি থকাৰ কোনো যুক্তি নাই। মোৰ দায়িত্ববোৰ সঠিকভাৱে চম্ভালি লোৱাৰ পিছত সময় পালে সৰু লীগ খেলিব পাৰিম।“ শেহতীয়াকৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে তেওঁক ৰাষ্ট্ৰীয় নিৰ্বাচকৰ দায়িত্ব প্ৰদান কৰিছে।

২০০২ চনত আকমলে পাকিস্তানৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়। শেষবাৰৰ বাবে ২০১৭ চনত দেশৰ হৈ খেলিছিল। পাকিস্তানৰ হৈ কামৰানে ৫৩খন টেষ্ট, ১৫৭খন এদিনীয়া আৰু ৫৮খন টি-২০ মেচ খেলিছে। তিনি প্ৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ক্ৰমে ২৬৪৮, ৩২৩৬ আৰু ৯৮৭ ৰান সংগ্ৰহ কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁ ১১টা শতক আৰু ২৭টা অৰ্ধশতক অৰ্জন কৰিছে। তেওঁ  ২০১৭ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দেশৰ হৈ অন্তিমখন এদিনীয়া খেলত ভাগ লৈছিল । মন কৰিবলগীয়া যে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক এৰন ফিঞ্চেও মঙলবাৰে অৱসৰৰ কথা ঘোষণা কৰে।

Previous Post

পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবী- ১০ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি কর্মবিৰতি পালন কৰিব ৰাজ্যৰ চৰকাৰী কর্মচাৰীয়ে

Next Post

বিয়াৰ পিছত মুম্বাইলৈ ঘূৰি অহা নাই সিদ্ধার্থ-কিয়াৰা, নৱবিবাহিত দম্পত্তীৰ কি নতুন পৰিকল্পনা?

Related Posts

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ  ৰোনাল্ডো,  সকলোৰে চকু  পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব
ক্ৰীড়া

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ ৰোনাল্ডো, সকলোৰে চকু পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব

March 31, 2023
প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত
ক্ৰীড়া

প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত

March 31, 2023
বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?
ক্ৰীড়া

বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?

March 30, 2023
বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?
ক্ৰীড়া

বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?

March 30, 2023
বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন
মুখ্য সংবাদ

বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন

March 29, 2023
আই পি এলত  ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !
ক্ৰীড়া

আই পি এলত ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !

March 29, 2023
Next Post
বিয়াৰ পিছত মুম্বাইলৈ ঘূৰি অহা নাই সিদ্ধার্থ-কিয়াৰা, নৱবিবাহিত দম্পত্তীৰ  কি  নতুন পৰিকল্পনা?

বিয়াৰ পিছত মুম্বাইলৈ ঘূৰি অহা নাই সিদ্ধার্থ-কিয়াৰা, নৱবিবাহিত দম্পত্তীৰ কি নতুন পৰিকল্পনা?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7