VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অহা ২ অক্টোবৰত গুৱাহাটীত ভাৰত –দক্ষিণ আফ্ৰিকাৰ টি-২০মেচ

ভাৰতৰ তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ত অংশগ্ৰহণ কৰিব দক্ষিণ আফ্ৰিকাই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 4, 2022
in ক্ৰীড়া
অহা ২ অক্টোবৰত গুৱাহাটীত ভাৰত –দক্ষিণ আফ্ৰিকাৰ টি-২০মেচ
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

অসমৰ ক্ৰীড়া প্ৰেমীসকলৰ বাবে এক সুখবৰ ৷ বি চি চি আয়ে শেহতীয়াকৈ ঘোষণা কৰা  খবৰে নিসন্দেহে  এক আনন্দৰ বন্যা বোৱালে  অসমৰ ক্ৰীড়া প্ৰেমী সকলৰ মনত ৷

চলিত বৰ্ষৰ ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব হাই ভল্টেজ টি-২০ মেচ ৷  বিশ্বকাপৰ পূৰ্বে ভাৰত ভ্ৰমণলৈ অহা দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটৰ দলটোৱে অসমৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰতীয় দলটোৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হ’ব ৷ভাৰতৰ তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ খেলত অংশ গ্ৰহণ কৰিব দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলটোৱে ৷

২০২০চনৰ ৫জানুৱাৰীত  গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত  ভাৰত আৰু শ্ৰী লংকাৰ মাজত অনুষ্ঠিত হৈছিল শেষৰখন টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ ৷

প্ৰায় দুবছৰতকৈও অধিক সময়ৰ ব্যৱধানত অসমত এখন আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হোৱাৰ খবৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়াপ্ৰেমী ৰাইজক যথেষ্ট উৎসাহিত কৰাৰ লগতে ক্ৰীড়া প্ৰেমী ৰাইজেও অসমৰ গুৱাহাটীত আৱস্থিত বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হোৱা  এখন উন্নত মানৰ ক্ৰিকেট খেল উপভোগ কৰিবলৈ পাব  ৷

Previous Post

দেশৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হিচাপে ইউ ইউ ললিতৰ নাম কেন্দ্ৰলৈ প্ৰেৰণ বর্তমানৰ মুখ্য ন্যায়াধীশৰ

Next Post

ইণ্ডিগ’ই যাত্ৰীসকলৰ দ্ৰুত অৱতৰণৰ বাবে আৰম্ভ কৰিছে নতুন প্ৰক্ৰিয়া

Related Posts

১ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস, তিনি  মল্লযুঁজাৰুৱে আনিলে সোণৰ পদক
ক্ৰীড়া

১ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস, তিনি মল্লযুঁজাৰুৱে আনিলে সোণৰ পদক

August 6, 2022
পদকৰ আশা সজীৱ কৰি ৰখা  হিমাই আজি খেলিব ছেমি ফাইনেল
ক্ৰীড়া

পদকৰ আশা সজীৱ কৰি ৰখা হিমাই আজি খেলিব ছেমি ফাইনেল

August 5, 2022
অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক
ক্ৰীড়া

অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক

August 3, 2022
কমনৱেলথ গেমছৰ পঞ্চমটো দিনত  ভাৰোত্তোলণত ভাৰতৰ পুনম
ক্ৰীড়া

কমনৱেলথ গেমছৰ পঞ্চমটো দিনত ভাৰোত্তোলণত ভাৰতৰ পুনম

August 2, 2022
কমনৱেলথত অভিলেখ ৰচি সোণৰ পদক লাভ অচিন্ত ছেউলিৰ
ক্ৰীড়া

কমনৱেলথত অভিলেখ ৰচি সোণৰ পদক লাভ অচিন্ত ছেউলিৰ

August 1, 2022
কমনৱেলথ গেমছত বিজয়েৰে অভিযান আৰম্ভ আটাইতকৈ কম বয়সীয়া খেলুৱৈ আনাহাতৰ
ক্ৰীড়া

কমনৱেলথ গেমছত বিজয়েৰে অভিযান আৰম্ভ আটাইতকৈ কম বয়সীয়া খেলুৱৈ আনাহাতৰ

July 30, 2022
Next Post
ইণ্ডিগ’ই যাত্ৰীসকলৰ দ্ৰুত অৱতৰণৰ বাবে আৰম্ভ কৰিছে নতুন প্ৰক্ৰিয়া

ইণ্ডিগ'ই যাত্ৰীসকলৰ দ্ৰুত অৱতৰণৰ বাবে আৰম্ভ কৰিছে নতুন প্ৰক্ৰিয়া

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7