VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১৯ বছৰ অনুর্ধৰ বিশ্বকাপ ক্ৰিকেটলৈ ভাৰতীয় দল ঘোষণা ,নেতৃত্ব দিব এইজন উদীয়মান ক্ৰিকেটাৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 20, 2021
in ক্ৰীড়া
১৯ বছৰ অনুর্ধৰ বিশ্বকাপ ক্ৰিকেটলৈ ভাৰতীয় দল ঘোষণা ,নেতৃত্ব দিব এইজন উদীয়মান ক্ৰিকেটাৰ
0
SHARES
31
VIEWS
Share on FacebookShare on Twitter

১৯ বছৰ অনুর্ধৰ বিশ্বকাপ ক্ৰিকেট ২০২২ৰ বাবে বিচিচিআইয়ে ঘোষণা কৰিছে দল ৷ ১৪ সংখ্যক এই বিশ্বকাপ ক্ৰিকেট অহা ১৪ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব ৷ চাৰিবাৰকৈ এই বিশ্বকাপ ক্ৰিকেটত চেম্পিয়নৰ খিতাপ দখল কৰিছে  ভাৰতে ৷ আগন্তুক বিশ্বকাপ ক্ৰিকেটৰ ১৭ জনীয়া ভাৰতীয় দলটোক নেতৃত্ব দিব দিল্লীৰ বেটছমেন য়শ ধুলে ৷ এছ কে ৰছীদক দিয়া হৈছে উপ অধিনায়কৰ দায়িত্ব ৷ ১৯ বছৰ অনুর্ধৰ বিশ্বকাপ ক্ৰিকেট ২০২২ত ভাগ ল’ব ১৬ খন দেশে ৷ মুঠ ৪৮ খন মেচ অনুষ্ঠিত হ’ব ৷ ২০০০,২০০৮,২০১২আৰু ২০১৮ চনত ভাৰতে ১৯ বছৰ অনুর্ধৰ বিশ্বকাপ ক্ৰিকেটত চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷ ২০১৬ আৰু ২০২০ বর্ষত ভাৰতে এই টুর্নামেণ্টত ৰাণার্চ আপৰ খিতাপ দখল  কৰিছিল ৷

১৯ বছৰ অনুর্ধৰ বিশ্বকাপ ক্ৰিকেট ২০২২ৰ ভাৰতীয় দলটোঃ

য়শ ধুল (অধিনায়ক),এছ কে ৰচীদ(উপ অধিনায়ক),হাৰনুৰ সিং,অংকৃশ ৰঘুবংশী,নিশান্ত সিন্ধু, সিদ্ধার্থ  য়াদৱ, অনীশ্বৰ গৌতম, দীনেশ বানা , আৰধ্য য়াদৱ, গর্ব ছেংউইন, ৰবি কুমাৰ, বিকি অষ্টৱাল,বাসু ভেটচ, আৰ এছ হাংগাৰজেকাৰ,  কৌশল টাম্বে ,মানৱ পৰশ,ৰাজ অংগদ বাৱা

Previous Post

টাইফুনত বিধ্বস্ত ফিলিপাইনছ্, ২০৮ জনৰ প্ৰাণহানি

Next Post

গুজৰাটলৈ ক’ৰ পৰা আহিছিল ৪০০ কোটি টকাৰ ড্ৰাগছ?

Related Posts

ৰোহিতক দেখিলেও কোহলীক নেদেখিবও পাৰে টি-২০ বিশ্বকাপত ! কি ভাবিছে বিচিচিআইয়ে !!
ক্ৰীড়া

ৰোহিতক দেখিলেও কোহলীক নেদেখিবও পাৰে টি-২০ বিশ্বকাপত ! কি ভাবিছে বিচিচিআইয়ে !!

December 7, 2023
দ্ৰাবিড়ৰ পিছত ৰোহিত শর্মাক লৈ দ্বিধাত ব’র্ড , কিন্তু কিয়?
ক্ৰীড়া

দ্ৰাবিড়ৰ পিছত ৰোহিত শর্মাক লৈ দ্বিধাত ব’র্ড , কিন্তু কিয়?

November 30, 2023
জল্পনা-কল্পনাৰ অন্ত! বিশ্বকাপত পৰাজিত হ’লেও দ্ৰাৱিড়েই হৈ থাকিব ভাৰতীয় দলৰ প্ৰশিক্ষক
ক্ৰীড়া

জল্পনা-কল্পনাৰ অন্ত! বিশ্বকাপত পৰাজিত হ’লেও দ্ৰাৱিড়েই হৈ থাকিব ভাৰতীয় দলৰ প্ৰশিক্ষক

November 29, 2023
হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!
ক্ৰীড়া

হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!

November 27, 2023
আজি  গুৱাহাটী পাব ভাৰত- অষ্ট্ৰেলিয়াৰ দল, বর্ষাপাৰাত হাইভ’ল্টেজ টি-২০ মেচ
ক্ৰীড়া

আজি গুৱাহাটী পাব ভাৰত- অষ্ট্ৰেলিয়াৰ দল, বর্ষাপাৰাত হাইভ’ল্টেজ টি-২০ মেচ

November 27, 2023
সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত  কৌশিক ফুকন
ক্ৰীড়া

সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত কৌশিক ফুকন

November 27, 2023
Next Post
গুজৰাটলৈ ক’ৰ পৰা আহিছিল ৪০০ কোটি টকাৰ ড্ৰাগছ?

গুজৰাটলৈ ক’ৰ পৰা আহিছিল ৪০০ কোটি টকাৰ ড্ৰাগছ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7