VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ঘোঁৰাৰ সৈতে ২২মাইলৰ দৌৰত বিজয়ী ব্ৰিটিছ দৌৰবিদ ৰিকি লাইটফুট

ৱেলছ গ্ৰামাঞ্চলত অনুষ্ঠিত ২২ মাইল দৌৰত ৬০ টা ঘোঁৰাৰ বিৰুদ্ধে আছিল ১২০০ জন অংশগ্ৰহণকাৰী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 14, 2022
in ক্ৰীড়া
ঘোঁৰাৰ সৈতে  ২২মাইলৰ দৌৰত বিজয়ী ব্ৰিটিছ দৌৰবিদ ৰিকি লাইটফুট
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটিছ দৌৰবিদ ৰিকি লাইটফুটে প্ৰমাণ কৰিছে যে উদ্যম আৰু সাহস থাকিলে সকলো কৰিব পাৰি। লাইটফুট সপ্তাহান্তত  ৱেলছত অনুষ্ঠিত ‘মেন বনাম হৰ্ছ ‘দৌৰ জয় কৰা তৃতীয়গৰাকী  ব্যক্তি হৈ পৰিছে। লাইটফুটে মাত্ৰ দুই ঘণ্টা, ২২ মিনিট আৰু ২৩ ছেকেণ্ডত কিম আলমানৰ দ্বাৰা পৰিচালিত ‘লেন হাউচ বয়’ নামৰ ঘোঁৰাটোক দুই মিনিট আৰু এক ছেকেণ্ডত পৰাস্ত কৰি এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় ।

অলিম্পিয়ান আৰু ৰূপৰ পদক বিজয়ী হিথাৰ ফেল আছিল এই প্ৰতিদ্বন্দ্বিতাৰ দ্বিতীয় গৰাকী  দ্ৰুততম মহিলা যিয়ে তিনি ঘণ্টা দুই মিনিট আৰু ৫২ ছেকেণ্ডত এই দৌৰ সমাপ্ত কৰিছিল।

ৱেলছ গ্ৰামাঅঞ্চলত অনুষ্ঠিত ২২ মাইলৰ এই দৌৰত ৬০ টা ঘোঁৰা আৰু আৰোহীৰ এটা দলৰ বিৰুদ্ধে ১২০০ জন অংশগ্ৰহণকাৰী আছিল। থিয় পাহাৰ আৰু বোকা অঞ্চলৰ সৈতে দুৰ্গম অঞ্চলটোৱে দৌৰবিদসকলৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল।এই দৌৰৰ প্ৰথমবিজয়ী আছিল হু লব যিয়ে ২০০৯ চনত দ্ৰুততম ঘোঁৰাটোক দুই মিনিটত পৰাস্ত কৰিছিল। ২০০৭ চনত, ফ্লৰিন হল্টিংগাৰে এটা ঘোঁৰাক পৰাজিত কৰিছিল।

অনুষ্ঠানটোৰ অফিচিয়েল ৱেবছাইট অনুসৰি ১৯৮০ চনত নিউএড আৰ্মছ পাবৰ দুজন স্থানীয় লোকে দীঘলীয়া দূৰত্বৰ দৌৰত এজন মানুহে কেতিয়াবা ঘোঁৰাক পৰাস্ত কৰিব পাৰিবনে বুলি যুক্তি দিয়াৰ পিছতেই এই দৌৰ আৰম্ভ হৈছিল। অৱশ্যে ‘কৰোণা ভাইৰাছ’ৰ বাবে  যোৱা দুবছৰত এই দৌৰ অনুষ্ঠিত কৰা হোৱা নাছিল।

Previous Post

আহোম কুঁৱৰী মণিপুৰ জীয়ৰি কুৰংগনয়নী

Next Post

এই বছৰ এছিয়াত ‘ভাৰতীয় জীৱন বীমা নিগম’ দ্বিতীয় শীৰ্ষ সম্পদ ধ্বংসকাৰী

Related Posts

কিয় ‘কমেণ্টেটৰ’ৰ ভূমিকাৰ পৰা অব্যাহতি ল’ব লগা হ’ল ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে ?
ক্ৰীড়া

কিয় ‘কমেণ্টেটৰ’ৰ ভূমিকাৰ পৰা অব্যাহতি ল’ব লগা হ’ল ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে ?

June 29, 2022
ভাৰতৰ ক্ৰীড়া জগতৰ বাবে  এক  দুঃখবৰ
ক্ৰীড়া

ভাৰতৰ ক্ৰীড়া জগতৰ বাবে এক দুঃখবৰ

June 28, 2022
‘অভিষেক  আৰু জ্যোতি’ৰ আশ্চৰ্যকৰ প্ৰদৰ্শন
ক্ৰীড়া

‘অভিষেক আৰু জ্যোতি’ৰ আশ্চৰ্যকৰ প্ৰদৰ্শন

June 25, 2022
কিংবদন্তী ডিয়েগো মাৰাডোনাই মেছিক তেওঁৰ উত্তৰাধিকাৰী হিচাপে প্ৰশংসা কৰিছিল
ক্ৰীড়া

কিংবদন্তী ডিয়েগো মাৰাডোনাই মেছিক তেওঁৰ উত্তৰাধিকাৰী হিচাপে প্ৰশংসা কৰিছিল

June 24, 2022
সাঁতোৰবিদ মিখাইল ৰোমানচুক, বন্দুকৰ সলনি যি খেলেৰে দেখুৱালে যে ইউক্ৰেইনৰ লোকসকল দুৰ্বল নহয়
ক্ৰীড়া

সাঁতোৰবিদ মিখাইল ৰোমানচুক, বন্দুকৰ সলনি যি খেলেৰে দেখুৱালে যে ইউক্ৰেইনৰ লোকসকল দুৰ্বল নহয়

June 23, 2022
এফ আই এইচ প্ৰ’ হকী লীগৰ দুটা পৰ্যায়ৰ খেলখনত ভাৰতীয় মহিলা হকী দলৰ সুন্দৰ আৰম্ভণি
ক্ৰীড়া

এফ আই এইচ প্ৰ’ হকী লীগৰ দুটা পৰ্যায়ৰ খেলখনত ভাৰতীয় মহিলা হকী দলৰ সুন্দৰ আৰম্ভণি

June 22, 2022
Next Post
এই বছৰ এছিয়াত ‘ভাৰতীয় জীৱন বীমা নিগম’ দ্বিতীয় শীৰ্ষ সম্পদ ধ্বংসকাৰী

এই বছৰ এছিয়াত ‘ভাৰতীয় জীৱন বীমা নিগম’ দ্বিতীয় শীৰ্ষ সম্পদ ধ্বংসকাৰী

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7