VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

চেন্নাইত হ’ব ৪৪ তম দবা অলিম্পিয়াড

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 17, 2022
in ক্ৰীড়া
চেন্নাইত হ’ব  ৪৪ তম  দবা অলিম্পিয়াড
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

৪৪ তম দবা অলিম্পিয়াড এই বছৰৰ শেষৰ ফালে চেন্নাইত অনুষ্ঠিত হ’ব ৷ পূর্বে এই প্ৰতিযোগিতা ৰাছিয়াত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰাৰ পিছত ৰাছিয়াত এই প্ৰতিযোগিতা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷২০১৩ চনত বিশ্ব চেম্পিয়নশ্বিপৰ খেলৰ পিছত ভাৰতত অনুষ্ঠিত হ’বলগীয়া এয়া হৈছে দবাৰ  দ্বিতীয়টো মুখ্য আন্তর্জাতিক পর্যায়ৰ অনুষ্ঠান ৷ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে  টুইটাৰৰ জৰিয়তে  এই কথা  ঘোষণা কৰিছে ৷  সৰ্বভাৰতীয় দবা ফেডাৰেচনে ইয়াৰ টুইটাৰ হেণ্ডেলতো এয়া প্ৰকাশ কৰিছে ৷

সৰ্বভাৰতীয় দবা ফেডাৰেশ্যনে (এআইচিএফ) প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ এফ আই ডি ইক ১০ নিযুত আমেৰিকান ডলাৰ (প্ৰায় 70 কোটি টকা)ৰ গেৰাণ্টি দাখিল কৰিছিল। দবা অলিম্পিয়াড হৈছে  দ্বিবাৰ্ষিক ক্ৰীড়া  ইভেণ্ট ৷  য’ত প্ৰায় ১৯০ খন দেশে অংশগ্ৰহণ কৰে ৷ যুদ্ধৰ পূর্বে ২৬ জুলাইৰ পৰা ৮ আগষ্টলৈ মস্কোত অনুষ্ঠিত হোৱাৰ কথা আছিল এই প্ৰতিযোগিতা ।

…

Previous Post

২১ মার্চত মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব যোগী আদিত্যনাথে !!

Next Post

পদ্মশ্ৰী বঁটাপ্ৰাপ্ত বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালৰ আজি ওপজা দিনত জনালোঁ অযুত শুভকামনা

Related Posts

সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে
ক্ৰীড়া

সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে

May 18, 2022
এটা হোৱাটছএপ গ্ৰুপে ভাৰতৰ জয়ত এক ডাঙৰ ভূমিকা পালন কৰিছে
ক্ৰীড়া

এটা হোৱাটছএপ গ্ৰুপে ভাৰতৰ জয়ত এক ডাঙৰ ভূমিকা পালন কৰিছে

May 16, 2022
‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে  চিএছকে অধিনায়ক হ’ব পাৰে’
ক্ৰীড়া

‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে চিএছকে অধিনায়ক হ’ব পাৰে’

May 14, 2022
এ বি ডি ভিলিয়ৰ্ছ  উভতি আহিছে নেকি  আৰ চি বিলৈ ?
ক্ৰীড়া

এ বি ডি ভিলিয়ৰ্ছ উভতি আহিছে নেকি আৰ চি বিলৈ ?

May 11, 2022
ইটালিয়ান অপেনৰ সময়ত ধৈৰ্যচ্যূত হৈ পিছত  ক্ষমা বিচাৰিলে জনপ্ৰিয় খেলুৱৈ ডেনিছ শাপোভালভে
ক্ৰীড়া

ইটালিয়ান অপেনৰ সময়ত ধৈৰ্যচ্যূত হৈ পিছত ক্ষমা বিচাৰিলে জনপ্ৰিয় খেলুৱৈ ডেনিছ শাপোভালভে

May 10, 2022
‘আই পি এল২০২২’ৰ  ৫৫ তম মেচত   চেন্নাই চুপাৰ কিংছৰ বিজয়
ক্ৰীড়া

‘আই পি এল২০২২’ৰ ৫৫ তম মেচত চেন্নাই চুপাৰ কিংছৰ বিজয়

May 9, 2022
Next Post
পদ্মশ্ৰী বঁটাপ্ৰাপ্ত বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালৰ আজি ওপজা দিনত জনালোঁ অযুত শুভকামনা

পদ্মশ্ৰী বঁটাপ্ৰাপ্ত বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালৰ আজি ওপজা দিনত জনালোঁ অযুত শুভকামনা

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7