VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কমনৱেলথ গেমছৰ পঞ্চমটো দিনত ভাৰোত্তোলণত ভাৰতৰ পুনম

লং জাম্পৰ ফাইনেলত শ্ৰীশংকৰ, আনিস

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 2, 2022
in ক্ৰীড়া
কমনৱেলথ গেমছৰ পঞ্চমটো দিনত  ভাৰোত্তোলণত ভাৰতৰ পুনম
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

বাৰ্মিংহামত অনুষ্ঠিত ‘কমনৱেলথ গেমছ ২০২২’ৰ চতুৰ্থ দিনটো  ভাৰতীয় খেলুৱৈসকলৰ বাবে এটা সফল দিন হিচাপে পৰিগণিত হোৱাৰ পিছত  আজি পঞ্চমটো দিনৰ সফলতাৰ বাবেও আশাৰে বাট চাইছে ভাৰতবাসীয়ে ৷

আজি বিশ্বৰ ভিতৰতে জনপ্ৰিয় ক্ৰীড়া প্ৰতিযোগিতা ‘কমনৱেলথ গেমছ ২০২২’ত ভাৰতৰ  পুনম যাদৱে  মহিলাৰ ৭৬ কিলোগ্ৰাম শাখাত ভাৰোত্তোলনৰ চূড়ান্ত প্ৰতিযোগিতাত  অংশগ্ৰহণ কৰিব ৷  আনহাতে আজিৰ দিনটোত  ভাৰতৰ বাবে কেইবাটাও পদকৰ আশা কৰিছে সনগ্ৰ ভাৰতবাসীয়ে ৷

উল্লেখযোগ্য যে  ভাৰতৰ মহিলা লন বল ‘ফ’ৰ’ দল এক ঐতিহাসিক স্বৰ্ণৰ বাবে ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ মুখামুখি হৈছে। আনহাতে সন্ধিয়া, ভাৰতৰ পুৰুষ টেবুল টেনিছ দলে চূড়ান্তত প্ৰতিযোগিতাত ছিংগাপুৰৰ বিৰুদ্ধে চিডব্লিউজি খিতাপ ৰক্ষাৰ লক্ষৰে প্ৰতিদ্বন্দ্বিতা কৰিব  ৷ ইফালে বেডমিণ্টনৰ  মিক্সড-ডাবল্ছতো মালয়েছিয়াৰ বিৰুদ্ধে চূড়ান্ত খেলখনত  সোণৰ পদক অৰ্জনৰ লক্ষৰে ক্ৰীড়াংগনত নামিব ভাৰত  ।

Previous Post

বন বিভাগৰ অপৰাধ অনুসন্ধান পৰিসৰৰ তৎপৰতাত বিফল এশিঙীয়া গঁড় হত্যাৰ পৰিকল্পনা

Next Post

এগৰাকী স্বনামধন্য নৃত্যশিল্পী আৰু নৃত্য পৰিচালক যতীন গোস্বামীৰ আজি ওপজাদিন

Related Posts

১ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস, তিনি  মল্লযুঁজাৰুৱে আনিলে সোণৰ পদক
ক্ৰীড়া

১ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস, তিনি মল্লযুঁজাৰুৱে আনিলে সোণৰ পদক

August 6, 2022
পদকৰ আশা সজীৱ কৰি ৰখা  হিমাই আজি খেলিব ছেমি ফাইনেল
ক্ৰীড়া

পদকৰ আশা সজীৱ কৰি ৰখা হিমাই আজি খেলিব ছেমি ফাইনেল

August 5, 2022
অহা ২ অক্টোবৰত গুৱাহাটীত ভাৰত –দক্ষিণ আফ্ৰিকাৰ টি-২০মেচ
ক্ৰীড়া

অহা ২ অক্টোবৰত গুৱাহাটীত ভাৰত –দক্ষিণ আফ্ৰিকাৰ টি-২০মেচ

August 4, 2022
অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক
ক্ৰীড়া

অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক

August 3, 2022
কমনৱেলথত অভিলেখ ৰচি সোণৰ পদক লাভ অচিন্ত ছেউলিৰ
ক্ৰীড়া

কমনৱেলথত অভিলেখ ৰচি সোণৰ পদক লাভ অচিন্ত ছেউলিৰ

August 1, 2022
কমনৱেলথ গেমছত বিজয়েৰে অভিযান আৰম্ভ আটাইতকৈ কম বয়সীয়া খেলুৱৈ আনাহাতৰ
ক্ৰীড়া

কমনৱেলথ গেমছত বিজয়েৰে অভিযান আৰম্ভ আটাইতকৈ কম বয়সীয়া খেলুৱৈ আনাহাতৰ

July 30, 2022
Next Post
এগৰাকী স্বনামধন্য নৃত্যশিল্পী আৰু নৃত্য পৰিচালক যতীন গোস্বামীৰ আজি ওপজাদিন

এগৰাকী স্বনামধন্য নৃত্যশিল্পী আৰু নৃত্য পৰিচালক যতীন গোস্বামীৰ আজি ওপজাদিন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7